Chapter 7 Part I - 

মৰমৰ আই


    ১) 'মৰমৰ আই' পদ্য়টিৰ কবিগৰাকীৰ নাম কি?

    উত্তৰঃ মৰমৰ আই পদ্য়টিৰ কবিগৰাকীৰ নাম আনন্দচন্দ্ৰ আগৰৱালা।

    ২) কোনে আমাক তুলি তালি ডাঙৰ দীঘল কৰে?

    উত্তৰঃ আমাক মৰমৰ পূজনীয় আই য়ে তুলি তালি ডাঙৰ দীঘল কৰে।

    ৩) আইৰ মাতটো কেনেকুৱা?

    উত্তৰঃ আইৰ মাতটো মউসনা মিঠা মাত।

    ৪) " মোৰ প্ৰতি এনে যাৰ মৰম অসীম" 一 'যাৰ' বুলি কাক কোৱা হৈছে।

    উত্তৰঃ যাৰ বুলি আমাৰ আইক কোৱা হৈছে।

খ) ১) কি কি কাৰণত আইৰ আমাৰ অতি পূজনীয়া?

উত্তৰঃআয়ে আমাক অতি কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে। মৰম, স্নেহ,আদি কৰাটো আই আমাৰ পূজনীয়া। প্ৰথম খোজ ল'লে অত তত ধৰি পৰিবলৈ ধৰিলে আই আমাৰ ততালিকে ধৰে।  টোপনি নিয়াবলৈ আই আমাক নাম, গুণ গাই শুৱাইছিল। এইবোৰ    কাৰণতে আই আমাৰ  অতি পূজনীয়।

    ২) আয়ে কেনেদৰে আমাক নিচুকাইছিল?

    উত্তৰঃ আয়ে আমাক নাম,গুণ গাই নিচুকাইছিল।

   ৩) নৰিয়া হ'লে আয়ে কি কি কৰে?

    উত্তৰঃ নৰিয়া হ'লে একেথিৰে মুখলৈ চাই, হুমুনিয়াহ কাঢ়ি, উজাগৰে ৰাতি কটায়               আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে 

বাক্য় সাজা।

মৰম一  সকলো মাকে নিজৰ সন্তানক মৰম কৰে।

তুলি-তালি一   আয়ে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে।

পূজনীয়া 一   সকলো সন্তানৰ বাবে আই পূজনীয়া।

চেনেহ一   আয়ে আমাক চেনেহ কৰে।

শব্দবোৰ পঢ়া। অমিল থকা যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা।

                                                        অমিল থকা শব্দ

◼ গ্ৰহ, উগ্ৰ, ভদ্ৰ, গ্ৰাম                            ভদ্ৰ

◼ সত্য়, খাদ্য়, অমাত্য়, নৃত্য়                   খাদ্য়

◼ কষ্ট, নষ্ট, সস্তুা, দুষ্ট                              সস্তুা

◼ যুগ্ম, গুল্ম, অযুগ্ম, বাগ্মী                      গুল্ম

তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্য়টিত আছে। বিচাৰি উলিয়াই লিখা।

উদাহৰণ一 ডাঙৰ      সৰু

পলম   সোনকাল।

তিতা   মিঠা।

পিতা   মাঁ।

হঁহা   কন্দা।

সুখ   দুখ।

শব্দৰ খেল 一 দলত আলোচনা কৰি প্ৰথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা।

উদাহৰণ 一 মৰম 一 মলম 一 মটৰ 一 মকৰা।

কলম 一 কল 一 কদম 一 কণি 一 কুকুৰ।

পদুম 一 পদ্ম 一 পখিলা 一 পঙ্কজ一 পুতলা।

গজালি 一 গজাল 一 গমাৰি 一 গকুল 一 গঙ্গা 

লতা 一  লাদু   লাৰু   লাতিম   লংকা

ভাবা আৰু কোৱা।

◼  নৰিয়া হ'লে মাকে আল্- পৈচান 

 ধৰে বুলি পদ্য়টোত পাইছা।

তোমাৰ নৰিয়া হ'লে 

কোনে কোনে তোমাৰ 

আল-পৈচান ধৰে?

উত্তৰঃ সকলোৰে মতামত বেলেগ বেলেগ হব সেই কাৰণে তোমালোকে নিজে লেখিবা।

◼ কোন কোন তোমাৰ মৰমৰ?

তেওঁলোকক তোমাৰ কিয় 

মৰম লাগে?

উত্তৰঃ এইটো তোমালোকে নিজে লেখিবা।

◼ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে। তুমি তোমাৰ অভিভাৱক আৰু শিক্ষকৰ বাবে কি কি কৰিম বুলি ভাবিছা?

উত্তৰঃ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে।মই মোৰ অভিভাৱক আৰু শিক্ষকৰ বাবে পঢ়ি শুনি নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।

◼  স্থান বিশেষে আমি আইক আই, মা, আম্মা, বৌটি, মাই আদিৰে সম্বোধন কৰি মাতোঁ। তোমালোকৰ ঠাইত আইক কোনো কি সম্বোধেনেৰে মাতে জানি লৈ লিখা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

◼  আই, মা, জনীক লৈ ৰচনা কৰা পদ্য়/কবিতা/গান সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

◼   কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰৰ তালিকা কৰা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা। 

OLD

  পাঠ-১৩

কামৰ সৰুবৰ নাই

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer


১) উত্তৰ দিয়া।

ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি?

উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হৈছে লোৰ চতি এটা।

খ) চিপাহীকেইজনক আদেশ দি থকা মানুহজন কোন?

উত্তৰঃচিপাহীকেইজনক আদেশ দি থকা মানুহজন হৈছে বৰমূৰীয়া জমাদাৰ চাহাব।

গ) অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ কোন আগ বাঢ়ি আহিল?

উত্তৰঃ অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ আগবাঢ়ি অহা মানুহজন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটন।

ঘ) প্ৰধান সেনাপতি জনৰ নাম কি?

উত্তৰঃ প্ৰধান সেনা পতি জনৰ নাম হৈছে জৰ্জ ৱাছিংটন।

ঙ) প্ৰধান সেনাপতিজনে পিছলৈ কি পদত অধিষ্ঠিত হয়?

উত্তৰঃ প্ৰধান সেনাপতিজনে পিছলৈ ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হয়।

২) কোনে ,কাক কৈছিল?

(ক) "ধৰ ধৰ, পাৰিবি, উঠিল, দে দে, বল দে"।

উত্তৰঃ ওপৰৰ কথাখিনি বৰমূৰীয়া জমাদাৰ চাহাবে চিপাহীকেইজনক কৈছিল।

(খ) "চিপাহীকেইজনে চতীটো তুলিব পৰা নাই।আপুনি অলপ হাত-উজান দিলেই  দেখোন চতীটো ওপৰলৈ উঠে।"

উত্তৰঃ ওপৰৰ কথাখিনি ঘোঁৰাত উঠি অহা মানুহজনে জমাদাৰজনক কৈছিল।

৩) পাঠত থকা ধৰনে দফাটো সম্পূৰ্ন কৰো আহা

ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ  ঘটনাটো   চাই থাকিল। জমাদা  চাহাবে আকৌ আদেশ দিলে一"পাৰিবিহঁক, দে বল দে, এই  উঠিল ।"  কিন্তু   কি হ'ব, চিপাহীকেইজনৰ শক্তিয়ে আঁটিলেহে। তেওঁলোকে চতীটো তুলিবলৈ বাৰে বাৰে চেষ্টা কৰি লেবেজান হৈ পৰিল।

৪) তলৰ শব্দবোৰ পঢ়া। দলত আলোচনা কৰি শব্দবোৰৰ অৰ্থ লিখা।

থমকি  一 ৰৈ যোৱা।

উজান 一  আগুৱাই আহা।

প্ৰধান  一 মূখ্য় ।

চেষ্টা一  যত্ন কৰা।

হুঁটা 一  অশিষ্ট।

শংকিত一 শঙ্কাযুক্ত।

লজ্জিত 一  লাজ পোৱা ।.

সক্ষম 一 দক্ষ।

ভেম一  গৰ্ব্ব।

৫) উদাহৰণত দিয়া 'ং'  যুক্ত শব্দটো পঢ়া। দলত আলোচনা কৰিতেনে আৰু পাচঁটা 'ং' যুক্ত শব্দ লিখা।

উদাহৰণ一 সংকেট

১) অহংকাৰ।

২) শংকিত।

৩) ৱাছিংটন।

৪) দলং।

৫) অংকুৰ।

৬) কাষত থকা শব্দৰে বাক্য়কেইটা সম্পূৰ্ণ কৰা

ক) মনোজে কেঁকো-জেকোকৈ মোনাটো দাঙি নিছে।            দায়-দোষ,    কেঁকো-জেকোকৈ    

খ) মোৰ পলম হ'ল দায়-দোষ নধৰিব।                                        হাত-উজান

গ) ৰাইজে হাত-উজান দিয়া কামটো সহজে সমাধা হ'ল।

৭) শুদ্ধ যুক্তাক্ষৰটোত ✔ চিন দিয়া।

প + ত = প্ত✔     ত্প

ক + ত =  ত্ক    ক্ত✔ 

ন + ত =  ন্ত✔     ত্ন

৮) কি কি আখৰ যোগ হৈ যুক্তাক্ষৰটো গঠন হৈছে ভাঙি লিখা।

প্ল一  প + ল

ক্ল 一 ক + ল

দ্দ一 দ +  দ

হ্ন一 হ +  ন

৯) পঢ়া আৰু লিখা।

দীপ্ত一 দীপ্ত                  পঞ্জাৱ一 পঞ্জা

ৰক্ত一 ৰক্ত                    উত্তৰ一 উত্ত

বিপ্লৱ一 বিপ্লৱ                অন্ত一   অন্ত

১০) ভাৱা আৰু কোৱা।

ক) তুমি ভৱিষ্য়তলৈ কি হোৱাৰ ইচ্ছা কৰা? 

উত্তৰঃ তোমালোকে নিজৰ নিজৰ ইচ্ছা বিষয়ে লিখা।

খ) তোমাৰ সেই ইচ্ছা পূৰ কৰিবলৈ এতিয়াৰে পৰা কি কি কৰিব লাগিব?

উত্তৰঃ মোৰ সেই ইচ্ছা পূৰ কৰিবলৈ এতিয়াৰে পৰা ভালদৰে মনোযোগ দি পঢ়িব লাগিব।

১১) ক) ঘৰুৱা কাম-বনবোৰ কি কি?

উত্তৰঃ ঘৰুৱা কাম মানে ঘৰ সৰা, বিছনা পৰা, দুৱাৰ-খিৰিকি খোলা, নিজৰ কাপোৰ আৰু  নিজৰ খোৱা বাচন নিজে ধোৱা ইত্য়াদি।

খ) তোমালোকৰ ঘৰুৱা কাম কোনে কৰে?

উত্তৰঃ এইটো তোমালোকে নিজে লিখিবা।

গ) তুমি ঘৰত কি কি কাম কৰা? 

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

ঘ) তুমি ঘৰ চাফা কৰিবলৈ কি কি সজুলি ব্য়ৱহাৰ কৰা?

উত্তৰঃ মই ঘৰ চাফা কৰিবলৈ ঘৰ সৰা ঝাৰু, চোতাল সাৰিবলৈ বাঢ়নি, বস্তু মচিবলৈ বেয়া কাপোৰ, আদি ব্য়ৱহাৰ কৰো।

ঙ) মহাত্মা গান্ধীয়ে নিজে কৰা কামবোৰ কি কি?

উত্তৰঃ মহাত্মা গান্ধীয়ে নিজে নিজৰ ঘৰ সাৰিছিল, জোতা পলিচ কৰি লৈছিল। আনকি নিজৰ শৌচাগাৰ নিজে চাফা কৰি লৈছিল।আৰু তেওঁ যঁতৰত সূতা কাটি নিজে কাপোৰ বৈ লৈছিল।一

一  তুমি কি কি কাম কৰি ভালপোৱা?

উত্তৰঃ নিজে লিখিবা

一   বিদ্য়ালয়ত তোমালোকে কি কি কাম কৰা? কোৱা আৰু লিখা।

উত্তৰঃ তোমালোকে নিজে কৰিবা।

ঘ- প্ৰকল্প

一  এতিয়ালৈকে পোৱা তোমাৰ চিনাকি যুক্তাক্ষৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ  তোমালোকে নিজে কৰিবা।


 

Edit By Parina Hazarika

Post ID: DABP001944