Chapter 4 Part I -
মোবাইলৰ বিলৈ
পাঠ-ভিত্তিক প্ৰশ্নৰ উত্তৰ (মোবাইলৰ বিলৈ):
(ক) আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ?
উত্তৰ: আমি মোবাইল ফোন, ৰেডিঅ', টেলিভিছন আদিৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ।
(খ) আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ?
উত্তৰ: আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ:
খবৰ-পত্ৰ পঢ়াত
গান শুনাত
ভিডিঅ' চাবলৈ
পাঠ-পঢ়া/Online Class
কথা পাতিবলৈ
ছবি তোলাত
খেল খেলাত
ইন্টাৰনেট ব্যৱহাৰত
(গ) "হয় দিয়া। আজি-কালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ।" — এইষাৰ কথা কোনে কৈছিল?
উত্তৰ: এই কথা মোবাইলে কৈছিল।
(ঘ) ১০ নম্বৰ সংলাপটো কোনে কাক কৈছিল?
উত্তৰ: ১০ নম্বৰ সংলাপটো টিভিয়ে মোবাইল আৰু ৰেডিঅ'ক কৈছিল।
(ঙ) "উঃ! আজিহে অলপ জিৰণি পালোঁ..." — মোবাইলে কিয় জিৰণি পালে?
উত্তৰ: মোবাইলে সদায় কামত ব্যস্ত থাকি থাকে। সেয়ে অলপ সময় জিৰণি পাবলৈ পালে বুলিয়েই এই কথা কৈছিল।
Additional Question Answer:
(১) মোবাইলৰ উপযোগিতা কি কি?
উত্তৰ: মোবাইল বহুবিধ কামত সহায়ক, যেনে — খবৰ পোৱা, পাঠ পঢ়া, গান শুনা, ভিডিঅ' চোৱা, কথা পতা, ছবি তোলা, খেল খেলা আদিত।
(২) মোবাইলৰ ওপৰিও আন কিহত আমরা ৰঙীন ছবি, নাট, গীত, বাতৰি আদি চাব পাৰোঁ?
উত্তৰ: আমরা টেলিভিছনতো ৰঙীন ছবি, নাট, গীত, বাতৰি আদি চাব পাৰোঁ।
(৩) ৰেডিঅ'ৰ দ্বাৰা কি পোৱা যায়?
উত্তৰ: ৰেডিঅ'ৰ দ্বাৰা গান, বাতৰি, নাটক, আলোচনী অনুষ্ঠান আদি শুনা যায়।
(৪) মোবাইলৰ অতিকে ব্যৱহাৰে কি সমস্যা হব পাৰে?
উত্তৰ: মোবাইলৰ অতিকে ব্যৱহাৰে চকুত ক্ষতি, শারীৰিক অসুবিধা, আৰু অধ্যয়নত মনোযোগ হ্ৰাস হ’ব পাৰে।
(৫) মোবাইল, টিভি, আৰু ৰেডিঅ'ৰ ভিতৰত কোনটো বেছি কাম কৰি থাকে বুলি পাঠত কোৱা হৈছে?
উত্তৰ: পাঠত মোবাইলে বেছি কাম কৰি থাকে বুলি কোৱা হৈছে।
OLD
অধ্যায় -৭
সবৰমতী আশ্ৰমত গান্ধীজী
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
১) উত্তৰ দিয়া
ক) গান্ধীজীয়ে ঘোঁৰা গাড়ীখন কেই বজাত আনিবলৈ কৈছিল?
উত্তৰঃ গান্ধীজীয়ে ঘোঁৰা গাড়ীখন ৰাতিপুৱাৰ আঠ বজাত আনিবলৈ কৈছিল?
খ) সময়মতে কোন আহি নাপালেহি?
উত্তৰঃ সময়মতে কচোৱাজন আহি নাপালে।
গ) "সময়ৰকাম সময়মতে হোৱাটো মই বাঞ্চা কৰোঁ" কথাষাৰ কোনে কৈছিল।
উত্তৰঃ কথাষাৰ গান্ধীজীয়ে কৈছিল।
২)ক) চাইকেল চলাই হ'লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিলগৈ?
উত্তৰঃ "সময়ৰ কাম সময়মতে হোৱাটো গান্ধীজীয়ে বাঞ্চা কৰে আৰু সেইবাবে গান্ধীজীয়ে চাইকেলেৰে সভাত উপস্থিত হৈছিল"।
খ) 'মোক ক্ষমা কৰক' বুলি কচোৱাজনে কাক আৰু কিয় কৈছিল?
উত্তৰঃ 'মোক ক্ষমা কৰক' বুলি কচোৱাজনে গান্ধীজীক কৈছিল কাৰণ তেওঁ আহি পোৱাত দেৰি হৈছিল বাবে।
গ) গান্ধীজীয়ে কচোৱাজনক 'মহৎ কাম কৰিলা' বুলি কিয় কৈছিল?
উত্তৰঃ গান্ধীজীয়ে কচোৱাজনক 'মহৎ কাম কৰিলা' বুলি এইকাৰণে কৈছিল কাৰণ তেওঁ ৰোগী এজনক হাস্পতালত থৈ আহিছিল ।
- কাৰ (স্বৰ) চিন নথকা শব্দৰ কাষৰ বাকচত ৰঙা ৰং আৰু - কাৰ স্বৰ চিন থকাবোৰত ক'লা ৰং দিয়া
উত্তৰঃ তোমালোকে নিজে কৰিবা
৩) পাঠৰ আধাৰত তলৰ বাক্য়বোৰ ক্ৰমত সজাই লিখা
一 গান্ধীজী চাইকেল চলাই সভালৈ গ'ল।
一 গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল।
一 কচোৱাজনে পাছত আহি ক'লে 一 মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ'ল।
一 গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোৰা-গাড়ী বন্দৱস্ত কৰিলে
一 কচোৱাজন সময়মতে নাহিল।
উত্তৰঃ 一 গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল।
一 গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোৰা-গাড়ী বন্দৱস্ত কৰিলে
一 কচোৱাজন সময়মতে নাহিল।
一 গান্ধীজী চাইকেল চলাই সভালৈ গ'ল।
一 কচোৱাজনে পাছত আহি ক'লে 一 মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ'ল।
৪) শুদ্ধ বানানটোত ঘূৰণীয়া চিন দিয়া। কাষৰ কালী ঠাইত শব্দটো পুণৰ লিখা
শবৰমতী /সৱৰমতি /সবৰমতী ✔ সবৰমতী
গান্ধীজি/গান্ধীজী✔/গান্ধিজী গান্ধীজী
হাস্পতাল✔/হাস্পাতাল/ হাস্পাটাল হাস্পতাল
৫) শুদ্ধ শব্দটোত (✔) চিন দিও আহা
ৰোগীক চিকিৎসা কৰা ঠাই 一 হাস্পতাল✔ /থানা
ঘোৰা-গাড়ী চলোৱা মানুহ 一 গাৰোৱান / কচোৱান✔
ঋষি-মুনি বাস কৰা ঠাই 一 বিদ্য়ালয় / আশ্ৰম✔
সভাত উপস্থিত থকা লোক 一 সভাসদ✔ / সমাজকৰ্মী
সভাত বক্তৃতা দিয়া লোক 一 গায়ক / বক্তা✔
৬) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
উদ্দেশ্য় দ্দ 一 দ + দ দই দই দ্দ
বাঞ্ছা ঞ্ছ 一 ঞ + ছ ঞই ছই ঞ্ছ
৭) যুক্তাক্ষৰ গঠন কৰোঁ আহা
দ + দ দই দই দ্দ
ঞ + ছ ঞই ছই ঞ্ছ
৮) যুক্তাক্ষৰ সহায়ত শব্দ লিখা
দ্দ 一 উদ্দাম খদ্দাম
ঞ্ছ 一 বাঞ্ছিত লাঞ্ছনা
৯) দলত আলোচনা কৰি বাক্য় লিখা
উদাহৰণ- স + ক স্ক ভাস্কৰ一 সূৰ্যৰ আন এটা নাম ভাস্কৰ।
অস্কাৰ一 অস্কাৰ এবিধ বটা
ন + দ ন্দ বান্দৰ一 ভাৰতৰ ভিতৰত কোৱল অসমতে সোণালী বান্দৰ পায়।
মন্দিৰ一 মন্দিৰলৈ মানুহৰ অহা-য়োৱা চললিয়েই থাকে।
ন + ধ ন্ধ ইন্ধন 一 কয়লা এবিদ জীৱাষ্ম ইন্ধন।
গোন্ধ一 জৱা ফুলৰ গোন্ধ নাই
১০) কাষত থকা যুক্তাক্ষবোৰ উপযুক্ত ঠাইত লিখা
দ + দ = দ্দ ঞ্ছ ,ঞ্চ, দ্দ, ন্ধ
ন + ধ = ন্ধ
ঞ + ছ = ঞ্ছ
ঞ + চ = ঞ্চ
১১) কাষৰ পৰা শব্দ আনি বাক্য়কেইটা সম্পূৰ্ণ কৰা আৰু পঢ়া
বান্ধৰে কল খায়। হাস্পতাল, দন্ত, বান্দৰ
দন্ত মানে দাঁত।
ৰোগী চিকিৎসা কৰা ঠাই হাস্পতাল বোলে।
১২) বহুবচন বুজোৱা শব্দ ব্য়ৱহাৰ কৰি খালী
一 মই সভালৈ য়াম।
আমি সভালৈ যাম।
ক) তুমি ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।
তোমালোকে ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।
খ) সি সময়মতে নাহিল।
সিহঁত সময়মতে নাহিল।
গ) তেওঁ সদায় সময়মতে কাম-কাজ কৰে।
তেওঁলোকে সদায় সময়মতে কাম-কাজ কৰে।
১৩) কাষত থকা বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা
সুখী一 দুখী।
অসুবিধা一 সুবিধা।
সন্মান一 অসন্মান।
ৰোগী一 নিৰোগী।
১৪) তুমি বিদ্য়ালয়লৈ যাওঁতে তোমাৰ লগৰীয়া এজনে উজুটি খাই দুখ পালে তুমি কি কৰিবা
উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।
১৫) সময়ৰ কাম সময়ত নকৰিলে কি হয় লিখা
সময়ত আহাৰ নাখালে一 পেট বিষ হব।
সময়ত ঔষধ নাখালে 一 বেমাৰ আৰু টান হব।
সময়ত নিজৰ কাম নকৰিলে一 পিছ পৰে।
সময়ত ৰে'লষ্টেচনত উপস্থিত ন'হলে一 ৰে'ল যাবগৈ।
১৬) বিদ্য়ালয়ত তুমি কি কি নিয়ম মানি চলা লিখা।
উত্তৰঃ এইটো তোমালোকে নিজৰ নিজৰ স্কুলৰ হিচাপত লেখিবা।
১৭) নিজৰ মতে খালী ঠাই পূৰ কৰা।
মই ৮ বজাত ঘৰৰ পৰা বিদ্য়ালয়লৈ যাবৰ বাবে সাজু হওঁ। বিদ্য়ালয়ত ৯ বজাত প্ৰাতঃসভা আৰু ৯ঃ৩০ বজাৰ লগে লগে শ্ৰেণী আৰম্ভ হয়। ১২ ঃ৩০ বজাত মদ্য়াহ্ন ভোজন কৰাৰ পিছত পুনৰ ১ বজাত শ্ৰেণী সোমাওঁ। ২ বজাত আমাৰ বিদ্য়ালয় ছুটী হয়।
Edit By Parina Hazarika
Post ID: DABP001851