পাঠ-১২
তথ্য়ৰ ব্য়ৱহাৰ
⋙ৰংমনে কিমান মাছ ধৰিলে চাওঁ আহা।
মাছৰ নাম মাছৰ সংখ্য়া
গৰৈ 一 তেৰ
কাৱৈ 一 পঁচিছ
পুঠি 一 একৈছ
⋙এতিয়া ৰংমনে পোৱা মাছবোৰ সংখ্য়াৰে লিখা।
🔸ৰংমনে গৰৈ মাছ কেইটা পালে?
উত্তৰঃ ৰংমনে গৰৈ মাছ ১৩ টা পালে।
🔸ৰংমনে পুঠি মাছ কেইটা পালে?
উত্তৰঃ ৰংমনে পুঠি মাছ ২১ টা পালে।
🔸তেওঁ মুঠতে কিমান মাছ পালে?
উত্তৰঃ তেওঁ মুঠতে ৬৯ টা মাছ পালে।
🔸আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম কি ?
উত্তৰঃ আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম হ'ল কাৱৈ।
⋙ বেৰত থকা দাগৰ চিন অনুসৰি নামবোৰ চাই কোন কিমান ওখ তালিকা কৰোঁ আহা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⋙ তালিকা চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।
🔸 কোন আটাইতকৈ ওখ?
উত্তৰঃ সুৰেণ আটাইতকৈ ওখ।
🔸জলি আৰু ফৰিদাৰ মাজত কোন ওখ?
উত্তৰঃ জলি আৰু ফৰিদাৰ মাজত জলি ওখ।
🔸 কোন আটাইতকৈ চাপৰ।
উত্তৰঃ ফৰিদা আটাইতকৈ চাপৰ।
🔸সুৰেণ ফৰিদাতকৈ কিমান বেছি ওখ দাগ চিন চাই লিখা।
উত্তৰঃ সুৰেণ ফৰিদাতকৈ ৩ দাল চিন বেছি ওখ।
🔸বেৰৰ দাগৰ চিনৰ মতে জলি কিমান ওখ?
উত্তৰঃ বেৰৰ দাগৰ চিন মতে জলি ৯ দাল চিনৰ সমান।
🔸 সুৰেণ বুবুলতকৈ কিমান ওখ ?
উত্তৰঃ সুৰেণ বুবুলতকৈ ১ দাল চিন ওখ।
⋙তালিকাখন চাই চেইজন ছাত্ৰ-ছাত্ৰীয়ে তলত দিয়া পাচলি খাই ভাল পায় লিখা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⋙ নামত থকা আখৰৰ সংখ্য়া উলিওৱা।
নিৰুপমা 一 ৪
নিহাৰিকা 一 ৪
তনয়া 一 ৩
আয়ান 一 ৩
বিতোপন 一 ৪
ৰিয়ান 一 ৩
নিৰ্মালী 一 ৩
হাছনাহানা 一 ৫
জাহিৰ 一 ৩
⋙ওপৰত দিয়া নামসমূহ চাই তলত দিয়া আখৰবোৰৰ মুঠ সংখ্য়া লিখা।
আখৰ মুঠ সংখ্য়া
ন ৩
ৰ ১
য়
ত ১
🔸আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্য়া আটাইটকৈ বেছি?
উত্তৰঃ আখৰ কেইটাৰ ভিতৰত 'ন' আখৰৰ সংখ্য়া আটাইটকৈ বেছি।
🔸আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্য়া আটাইটকৈ কম?
উত্তৰঃআখৰ কেইটাৰ ভিতৰত 'য়' আখৰৰ সংখ্য়া নাই।
⋙বাওঁফালৰ তালিকাত থকাৰ ছবিৰ ৰং আৰু সংখ্য়া অনুযায়ী সোঁফালৰ ছবিত ৰং কৰোঁ আহা-
উত্তৰঃ তোমালোকে নিজে কৰিবা।
⋙ৰং কৰা ছবি চাই লিখোঁ আহা।
🔸কোনটো ৰং বেছিকৈ কৰিলা?
উত্তৰঃ ㅁ চতুৰ্ভুজত ৰং বেছিকৈ ৬ টাত কৰিলো।
🔸কোনটো ৰং কমকৈ কৰিলা?
উত্তৰঃ ট্রাপিজিয়ামত ৩ টাত কৰিলো।
🔸কেইটা বৃত্তত ৰং কৰিলা?
উত্তৰঃ ৫ টা বৃত্তত ৰং কৰিলো।
🔸 কেইটা চতুৰ্ভুজত ৰং কৰিলা ?
উত্তৰঃ ৬ টা চতুৰ্ভুজত ৰং কৰিলো।
🔸কেইটা ত্ৰিভূজত ৰং কৰিলা?
উত্তৰঃ ৪ টা ত্ৰিভূজত ৰং কৰিলো।
🔸 কেইটা ㅁ চতুৰ্ভুজত ৰং কৰিলা ?
উত্তৰঃ ৬ টা চতুৰ্ভুজত ৰং কৰিলো।
⋙তলৰ ছবিখনলৈ চোৱা আৰুতালিকাখন পূৰ কৰা।
সাজ-পোছাক মানুহৰ সংখ্য়া
ধূতি পিন্ধা পুৰুষ 一 ২ জন
মেখেলা-চাদৰ পিন্ধা মহিলা 一 ৫ গৰাকী
ফ্ৰক পিন্ধা ছোৱালী 一 ৭ জনী
হাফপেন্ট পিন্ধা ল'ৰা 一 ৪ টা
লংপেন্ট পিন্ধা ল'ৰা 一 ৭ টা
মুঠ পুৰুষ 一 ১৫টা
মুঠ মহিলা 一 ১২ জনী
0 Comments