পাঠ-১২

তথ্য়ৰ ব্য়ৱহাৰ 

⋙ৰংমনে কিমান মাছ ধৰিলে চাওঁ আহা।

মাছৰ নাম      মাছৰ সংখ্য়া

গৰৈ         一    তেৰ

কাৱৈ      一    পঁচিছ

পুঠি       一     একৈছ

⋙এতিয়া ৰংমনে পোৱা মাছবোৰ সংখ্য়াৰে লিখা।

🔸ৰংমনে গৰৈ মাছ কেইটা পালে?

উত্তৰঃ ৰংমনে গৰৈ মাছ ১৩ টা পালে।

🔸ৰংমনে পুঠি মাছ কেইটা পালে?

উত্তৰঃ ৰংমনে পুঠি মাছ ২১ টা পালে।

🔸তেওঁ মুঠতে কিমান মাছ পালে?

উত্তৰঃ তেওঁ মুঠতে ৬৯ টা মাছ পালে। 

🔸আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম কি ?

উত্তৰঃ আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম হ'ল কাৱৈ।

⋙ বেৰত থকা দাগৰ চিন অনুসৰি নামবোৰ চাই কোন কিমান ওখ তালিকা কৰোঁ আহা।

উত্তৰঃ তোমালোকে নিজে কৰিবা।

⋙ তালিকা চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। 

🔸 কোন আটাইতকৈ ওখ?

উত্তৰঃ সুৰেণ আটাইতকৈ ওখ।

🔸জলি আৰু ফৰিদাৰ মাজত কোন ওখ?

উত্তৰঃ জলি আৰু ফৰিদাৰ মাজত জলি  ওখ।

🔸 কোন আটাইতকৈ চাপৰ।

উত্তৰঃ ফৰিদা আটাইতকৈ চাপৰ। 

🔸সুৰেণ ফৰিদাতকৈ কিমান বেছি ওখ দাগ চিন চাই লিখা।

উত্তৰঃ সুৰেণ ফৰিদাতকৈ ৩ দাল চিন বেছি  ওখ।

🔸বেৰৰ দাগৰ চিনৰ মতে জলি কিমান ওখ?

উত্তৰঃ বেৰৰ দাগৰ চিন মতে জলি ৯ দাল চিনৰ সমান।

🔸 সুৰেণ বুবুলতকৈ  কিমান ওখ ? 

উত্তৰঃ সুৰেণ বুবুলতকৈ ১ দাল চিন ওখ।

⋙তালিকাখন চাই চেইজন ছাত্ৰ-ছাত্ৰীয়ে তলত দিয়া পাচলি খাই ভাল পায় লিখা।

উত্তৰঃ তোমালোকে নিজে কৰিবা।

⋙ নামত থকা আখৰৰ সংখ্য়া উলিওৱা।

নিৰুপমা 一 ৪

নিহাৰিকা 一 ৪

তনয়া 一 ৩

আয়ান 一 ৩

বিতোপন 一 ৪

ৰিয়ান 一 ৩

নিৰ্মালী 一 ৩

হাছনাহানা 一 ৫

জাহিৰ 一 ৩

⋙ওপৰত দিয়া নামসমূহ চাই তলত দিয়া আখৰবোৰৰ মুঠ সংখ্য়া লিখা।

 আখৰ      মুঠ সংখ্য়া 

    ন             ৩

    ৰ             ১

    য়            

    ত            ১

🔸আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্য়া আটাইটকৈ বেছি?

উত্তৰঃ আখৰ কেইটাৰ ভিতৰত  'ন' আখৰৰ সংখ্য়া আটাইটকৈ বেছি।

🔸আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্য়া আটাইটকৈ কম?

উত্তৰঃআখৰ কেইটাৰ ভিতৰত  'য়' আখৰৰ সংখ্য়া নাই।

⋙বাওঁফালৰ তালিকাত থকাৰ ছবিৰ ৰং আৰু সংখ্য়া অনুযায়ী সোঁফালৰ ছবিত ৰং কৰোঁ আহা-

উত্তৰঃ তোমালোকে নিজে কৰিবা।

⋙ৰং কৰা ছবি চাই লিখোঁ আহা।

🔸কোনটো ৰং বেছিকৈ কৰিলা? 

উত্তৰঃ    চতুৰ্ভুজত ৰং বেছিকৈ ৬ টাত কৰিলো।

🔸কোনটো ৰং কমকৈ কৰিলা?

উত্তৰঃ   ট্রাপিজিয়ামত ৩ টাত কৰিলো।

 🔸কেইটা বৃত্তত ৰং কৰিলা? 

উত্তৰঃ ৫ টা বৃত্তত ৰং কৰিলো।

🔸 কেইটা চতুৰ্ভুজত ৰং কৰিলা ?

উত্তৰঃ ৬ টা চতুৰ্ভুজত ৰং কৰিলো।

🔸কেইটা ত্ৰিভূজত ৰং কৰিলা? 

উত্তৰঃ ৪ টা ত্ৰিভূজত ৰং কৰিলো।

🔸 কেইটা  চতুৰ্ভুজত ৰং কৰিলা ?

উত্তৰঃ ৬ টা চতুৰ্ভুজত ৰং কৰিলো।

⋙তলৰ ছবিখনলৈ চোৱা আৰুতালিকাখন পূৰ কৰা।

সাজ-পোছাক                                     মানুহৰ সংখ্য়া

ধূতি পিন্ধা পুৰুষ             一                    ২ জন

মেখেলা-চাদৰ পিন্ধা মহিলা  一             ৫ গৰাকী

ফ্ৰক পিন্ধা ছোৱালী          一                  ৭ জনী

হাফপেন্ট পিন্ধা ল'ৰা        一                 ৪ টা

লংপেন্ট পিন্ধা ল'ৰা          一                 ৭ টা

মুঠ পুৰুষ                         一                 ১৫টা

মুঠ মহিলা                         一                ১২ জনী