দ্ৱিতীয় অধ্যায়

আহোম ৰাজত্ৱকালত মুছললমানৰ  প্ৰথম আক্ৰমন  


১) ক)  কানাই  বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা্ঁ ?

 উত্তৰ ঃ কানাই বৰশী বোৱা শিলালিপিত বখতিয়াৰ খিলিজি নামৰ মুচলমান সেনাপতি  পৰাজয়ৰ কখা উল্লেখ আছে ।

খ) কোন চনত মুছলমান সেনাপতি তুৰ্বকে আহোম  ৰাজ্য আক্ৰমণ  কৰিছিল ?

উত্তৰঃ ১৫৩২ চনৰ এপ্ৰিল মাহত মুচলমান সেনাপতি  তুবকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ।

গ) তুৰ্বকৰ সৈতে হোৱা যুদ্ধজ মৃত্যুবৰণ কৰা আহোম সেনাপতিজন কোন  আছিল?
উত্তৰ ঃ- তুৰ্বকৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰন কৰা  আহোম  সেনাপতিজন নাম আছিল - ফ্ৰচেংমুং বৰগোহাই ।

ঘ) গজনীৰ চুলতান মহম্মদ  ঘোৰীয়ে কিমান খিষ্টাব্দত কোনজন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল ?
উত্তৰঃ গজনীৰ চুলতান মহম্মদ  ঘোৰীয়ে ১১৯২ খ্ৰি.ত প্ৰথ্বিৰাজচৃৌহন  ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল  । 

ঙ) ১৫২৬ খিষ্টাব্দত কোনে কাক পৰাস্ত কৰি  ভাৰতত মোগল ৰাজবংশ শাসন আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৫২৬  খ্ৰি.ত  বাবৰে চুলতানে ইব্ৰাহিম লোডি ক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশ শাসন আৰম্ভ কৰিছিল ।   

চ) ১২০৬  খিষ্টাব্দত  কোনজন ৰজাৰ শাসনকালত  মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰুপ  ৰাজ্য আক্ৰমণ কৰিছিল
উত্তৰঃ  ১২০৬খ্ৰিষ্টাব্দত পৃথ্বৰজাৰ শাসনকালত মুচলমান সকলে প্ৰথমবৰৰ বাবে কামৰুপ ৰাজ্যৰ আক্ৰমন কৰিছিল ।

২)মুছলমানৰ বিৰুদ্ধে হোৱা যুুূদ্ধত জয়লাভ কৰি বন্দী  কৰা মুছলমান  সৈন্যসকলক আহোম ৰজা চুহুংমুঙে কি ব্যৱস্থা লৈছিল লিখা্ঁ  ।
উত্তৰঃ স্বৰ্গদেও  চুহুংমুঙে যুদ্ধত বন্দী হোৱা পুনৰ সংস্থা৩পন দিয়াৰ কথা চিন্তা কৰিলে । সেইবাবে স্বৰ্গদেৱে প্ৰথমে  এই মানুহখিনিক হাতীৰ ঘাহ যোগন ধৰা কামত নিয়োজিত কৰিছিল । এই কামত নিয়োজিত কৰিছিল । এই কামত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব নোৱাৰাৰ বাবে খেতি-বাতি কৰিবলৈ দিয়া হয় । পিছলৈ এইসকলক লোকেই পিতলৰ  লোটা ,চৰিয়া কলহ আদি গঢ়ি প্ৰৱতাবলৈ ধৰিলে । এওঁলোকৰ সতি - সন্তিবোৰে কালক্ৰমত  মৰীয়া নামেৰে পৰিচয় লাভ কৰে আ্ৰৰু অসমীয়া জাতিৰ অঁগৰ হৈ পৰে গৌড় দেশৰ পৰা আহিছিল বাবে এওঁলোকক গডিয়া বোলা হয় হৈছিল । 

৩) ১৫২৭ খিষ্টাব্দৰ পৰা আহোম আৰু মুছলমান সকলৰ মাজত  হোৱা প্ৰথম দুখন  যুদ্ধৰ বিষয়ে লিখা্ঁ ।
উত্তৰঃ- ১৫২৭ খ্ৰী.ত আহোম খন যুদ্ধত আহোম স্বৰ্গদেওঁ চুহুংমুং আৰু বংগ দেশৰ মুছলমানসকলৰ মাজত হৈছিল । সেই আক্ৰমনৰ মুছলমানৰ সেনাপতি জনক অসমৰ  ইতিহাসত ধৰ উজীৰ বুলি কোৱা হয় । মুচলমান সকলে ব্ৰক্ষপুত্ৰ নদীয়েদি বহুবাৰৰলৈকে  উজাই আহি বিশ্বনাথৰ ওচৰৰ বুৰৈ নদীৰ পাৰত উপস্থিত হয় । তাতে দুয়োপক্ষৰ মাজত যুদ্ধ লাগে। যুদ্ধত মুছলমান সকল পৰাস্ত হয় ।এই যুদ্ধৰ পৰা আহোমে - বহুতো হিলৈ আৰু ঘোৰা লাভ কৰে ।

                 ১৫৩২ খ্ৰি.ত এপ্ৰিল মাহত তুৰ্বক নামৰ আন এজন   মুছলমান সেনাপতিয়ে পুনৰ আহোম ৰাজ্য আক্ৰমন কৰে । এই তুৰ্বকৰ লগত বঙাল, তাজুহুছেইন খানৰ কেইবাজনো  সেনাপতি আহিছিল । এই আক্ৰমন প্ৰতিহত কৰিবলৈ স্বৰ্গদেও চুহুংমুংৰ পুত্ৰ চুক্লেনমুঙে আঘাত পাপ্ত হয় আৰু ফ্ৰাচেং মুং বৰগোহাইঁইকে ধৰি আঠজন সেনাপতিৰ মৃত্য হয় । এই ফ্ৰাচেংমুং বৰগোহাঁই আগাতপাপ্ত হয় আৰু ফ্ৰাচেংমুং বৰগোহাইকে ধৰি আঠজন সেনাপতি মৃত্যু হয় । 

৪)  তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমনৰ ঘটনাৱলী বুজাই লিখা্ঁ । 
উত্তৰঃ

৫) তুৰ্বকৰ  আহোম ৰাজ্য আক্ৰমনৰ  ফলাফল কি আছিল লিখা্ঁ । 


Author - DIKHA BORA