প্ৰথম অধ্যায় 

নৰনাৰায়ণ আৰু চিলাৰায়  

১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ

ক) কোচ ৰাজ্য কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ নৰনাৰায়ন আৰু চিলাৰায় পিতৃ বিশ্ব সিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।

খ) নৰনাৰায়ণ আৰু চিলাৰায়ৰ বাল্যকালৰ নাম কি কি আছিল ?

উত্তৰঃ নৰনাৰায়নৰ বাল্যকালৰ নাম মল্লদেৱ আৰু চিলাৰায় বাল্যকালৰ নাম শুক্লধ্বজ আছিল ।

গ) মল্লদেৱ আৰু শুক্লধ্বজে কোন ঠাইত আৰু কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছিল  ? 

উত্তৰঃ মল্লদেৱ আৰু শুক্লধ্বজে উত্তৰ ভাৰতৰ কাশী নামে ঠাইত ব্ৰক্ষ্মানন্দ স্বামী নামেৰে গুৰুৰ ওচৰত সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহন কৰিছিল ।

ঘ) কিমান খিষ্টাব্দত আৰু কোন কোন কোন ৰাজ্যৰ মাজত  পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল?

উত্তৰঃ ১৫৪৭ খিষ্টাব্দত কোচ আৰু আহোম পক্ষৰ মাজত পিছলি ৰণ সংঘটিত হৈছিল ।

ঙ) গোহ্ঁই কমল  আলি কাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ চিলাৰায়ৰ ভাতৃ গোহাঁই কমলৰ তত্বাৱধানত গোহাই কমল আলি নিৰ্মান কৰা হৈছিল ।

চ) গোহা্ঁই কমল আলি কৰ পৰা কলৈ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰ ৰ পৰা ভূটান আৰু ডফলা পাহাৰৰ নামনি অঞ্চলৰ মাজেৰে নাৰায়নপুৰলৈৰে গোহাই কমল আলি নিমান কৰা হৈছে ।

ছ) নৰনাৰায়ণৰ ৰাজত্বকালত কালাপাহাৰ  নামৰ  মুছলমান সেনাপতিজনে ক্ষতি কৰা মন্দিৰৰ নাম কি কি লিখা্ঁ |

উত্তৰঃ  নৰনাৰায়নৰ ৰাজত্বকালত কালা পাহাৰ নামৰ হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ  অশেষ ক্ষতি সাধন কৰিছিল ।

জ) মহাপুৰুষ শংকৰদেৱৰ কত আৰু  কেতিয়া দেহাৱসান হৈছিল ?

উত্তৰঃ ১৫৬৯ খি.ত কোচ বিহাৰত কাকত কুটা নামৰ ঠাইত শংকৰদেৱৰ দেহাৱসান হৈছিল ।

ঝ) নাৰনাৰায়ণে নিজৰ ৰাজ্যক কি কি দুটা বিভক্ট কৰিছিল লিখা্ঁ ।

২) পিছলাপৰায়া ৰণৰ বিষয়ে চমুকৈ লিখা্ঁ ।

৩) গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা অৱস্থা চিলাৰায়ে কেনেকৈ  মুক্তি লাভ কৰিছিল লিখা্ঁ ।

৪) চমু টোকা লিখা্ঁ ঃ

  কালাপাহাৰ

৫) "নৱজাগৰন" ৰ অৰ্থ কি লিখা্ঁ ।

উত্তৰঃ  নব মানে নতুন অৰ্থাৎ নতুন চিন্তা জাগৰন মানে - নতুন চিন্তা আৰু কাম-কাজৰ প্ৰতি মানুহৰ সত্য উপলদ্ধি ।

৬)  কোচ সৈন্যই কেনেকৈ  গড়গা্ওঁ  অধিকাৰ  কৰিছিল বুজাই  লিখাঁ ।

উত্তৰঃ কেইবাখনো যুদ্ধত আহোম পক্ষৰ হাতত হোৱা পৰাজয়ৰ কাৰণ সমূহ বিশ্লেষন কৰি চিলাৰায়ে পুনৰ আহোম ৰাজ্যৰ আক্ৰমন পুৰ্ন প্ৰস্তুতি চলালে । সৈন্য বাহিনীৰ শক্তি বিদ্ধি কৰি যুদ্ধৰ সময়ত অহা-যোৱা কৰা ৰচত পাতিৰ যুগান আদিৰ সুবিধা হোৱাকৈ কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰৰ পৰা ভূটান আৰু চফলা পাহাৰৰ নামনি অঞ্চলৰ মাজেৰে নাৰায়ণ পুৰলৈকে এটা পথ  নিৰ্মান কৰাৰ কাম দায়িত্ব তেওঁৰ ভাতৃ গোহোই চিলাৰায়ে এই পথ কাম কৰাৰ হাতত লৈছিল । চিলাৰায়ে এই কামৰ দায়িত্ব তেওঁৰ ভাতৃ গোহাই কমলক অপন কৰিছিল । পিছত এইপথটো গোহাই কমল আলি নামেৰে নামাকৰন কৰা হৈছিল । 

যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ১৫৬২ খ্ৰি.ত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমন কৰিছিল ।  প্ৰায় ষাঠি হাজাৰ লোক সৈন্যৰ শক্তিৰ  ওচৰত আহোম ৰাজ্যৰ পৰাজয় হৈছিল । কোচ সৈন্যই ১৫৬৩ খ্ৰি.ত গড়গাওঁ অধিকাৰ কৰিছিল । আহোন ৰজা চুখামফা নগাপাহাৰলৈ পলাই গৈছিল। এনেদৰে চিলাৰায় নেতৃত্বত কোচসকলে গড়গাওঁ দশল কৰিছিল ।

৭)  নৰনাৰায়ণ আৰু চিলাৰয়ে কৰা গৌড় ৰাজ্য জয়ৰ ঘটনাৱলী বৰ্ণনা  কৰি লিখা্ঁ ।

উত্তৰঃ কোচ ৰাজ্যৰ সীমা আৰু শক্তি বৃন্দীৰ বাবে ১৫৬৮ খি.ত চিলাৰায়ে এইবাৰ পৰাজয় বৰন কৰিব লগীয়া হৈছিল । আৰু গৌড়ৰ নবাবৰ হাতত বন্দী হবলগীয়া হৈছিল ।  

                গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা অৱস্থাতে  ঘটা এটা গৌড়ৰ নবাবৰ চুলেমান কৰৰানিৰ মাকক সাপে সপটিছিল । বহুতো বিখ্যাত আৰু পাৰ্গত কবিৰাজে বৈদ্যই  অশেষ চেছিল ।যষ্টা কৰিও নবাবৰ চুলেমান মাকক সস্থ কৰিব পৰা নাছিল ।  কিন্তু চিলাৰায়ে কৰা চিকিৎসাৰ বলত  নবাবৰ মাতৃৰ প্ৰাণ ৰক্ষা হয় । কৃতঞ্জতাৰ চিন স্বৰুপে গৌড়নবাবে চিলাৰায়ৰ বন্দীত্বৰ পৰা মুক্ত কৰি দিয়ে । শেৰপুৰ,ভিতৰবন্দ,খয়াবাৰী,বাহিৰবন্দ, দশকৌ নামৰ ঠাইকেইখন বিয়াৰ উপহাৰ হিছাপে চিলাৰায়ক দিয়া হৈছিল বুলি উল্লেখ পোৱা । 

৮) নৰনাৰায়নৰ  ৰাজ্ত্বকালক নৱজাগৰণৰ সময় আখ্যা দিয়া হয়  কথাষাৰ বুজাই লিখা ।

উত্তৰঃ নৰনাৰায়নৰ ৰাজত্বকালত অসমৰ ইতিহাসক সোনালী যুগ বোলা হয় । নৰনাৰায়ন আৰু চিলাৰায় পৃষ্ঠপোষকতাত অসমীয়া ভাষাৰ উন্নতি সাধন সম্ভব হৈছিল । নৰনাৰায়নৰ ৰাজকীয় পৃষ্ঠ পোষকতা লাভ কৰিছিল তেনে নহয় । তেওঁ ৰাজসভাৰ পণ্ডিত ৰামসৰস্বতীয়ে সংস্কৃত মহাভাৰত পদ্যৰুপত অসমীয়া ভাষালৈ  অনুবাদ কৰিছিল । অনন্ত কন্দলিয়ে মুল সংস্কৃত ৰামায়ন আৰু ভাগৱত গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । নৰনাৰায়নৰ ৰাজত্বকালত বিদ্যা-শিক্ষা চৰ্চা সাহিত্য সাধনাৰ এই সময়ছোৱাত সাধাৰন প্ৰজাৰ মাজতো শিক্ষাৰ প্ৰচাৰ কৰিছিল । কলা কৃষ্টি ধৰ্ম চাৰৃ্চাৰ ক্ষেত্ৰত জানসাধাৰনৰ মনত নতুন চিন্তাই সমাজৰ পৰিৰ্তন সাধন কৰিছিল । শংকৰদেৱৰ নেতৃত্বত হোৱা নৱ-বৈষ্ণৱ  আন্দোলন অসম ৰাজ্যৰ সামাজিক ,সংস্কৃতিক , ৰাজনৈতিক , অৰ্থনৈতিক দিশত নতুন চিন্তাই সমাজৰ পৰিৱতন সাধন কৰিছিল । এই ক্ষেত্ৰত শংকৰদেৱৰ অৱদানৰ লগতে ৰজা নৰনাৰায়ন আৰু চিলাৰায়ৰ অৱদান ইতিহাসৰ পাচত সোনালী আখৰে লিপিবদ্ধ থাকিব । 

৯) অসমৰ ইতিহাসৰ এজন শ্ৰেষ্ঠতম সেনাপতি হিচাপে  চিলাৰায়ৰ বিষয়ে এটি টোকা লিখা ।


Author- DIKHA BORA