The Prince of Panidihing

Page No. 9 
Paragraph 1 
heavily(হেভিলি): বেছিকৈ 
swelling(চুৱেলিং): ওফন্দি উঠা
continued(কন্টিনিউদ): চলি থকা
rising( ৰাইজিং): বৃদ্ধি পোৱা
Panic(পেনিক): আতংক
gripped(গ্ৰিপড্): বিৰাজ কৰা, কষ্ট পোৱা
neighbouring(নেইবাৰিং): ওচৰ-চুবুৰীয়া
own(ওন): নিজৰ
far(ফাৰ): দূৰৈত

P. 2
loud roar(লাউড ৰোৱাৰ): প্ৰচণ্ড শব্দ 
alerted(এলাৰ্টেড) : সৰ্তক 
riverside (ৰিভচাইড) : নদীৰ কাষত , নদীৰ কাষৰীয়া 
villagers(ভিলেইজাৰছ): গাওঁবাসী 
realized(ৰিয়েলাইজড্) : উপলদ্ধি কৰিছিল 
worst(ৱৰ্ষ্ট): অতি বেয়া 
had(হেড): মাঠা 
happened(হেপেণ্ড): ঘটিছিল 
embankment(এমবেংকমেন্ট) : মথাউৰি 
breached(ব্ৰিচড্): চিঙি গৈছিল 
Horrified(হৰিফাইড): ভয় খোৱা 
braced(ব্ৰেচড্): টানকৈ বান্ধা 
themselves(ডেমছেলভ্ছ) : নিজকে নিজে 
for(ফৰ): পৰা
What(হোৱাট): কি 
was(ওৱাছ): হয় বা আছিল 
to(টো): লৈ 


Page No : 10 
P. 3, 4, 5
In moments(ইন মৰ্মন্টেচ্): মুহূৰ্তৰ ভিতৰতে 
huge(হিউজ) : প্ৰকাণ্ড
wave(ওৱেভ): ঢৌ 
broke into (ব্ৰ'ক ইনটু): প্ৰৱেশ কৰিছিল 
rolled(ৰ'লড): বাগৰিছিল
over(ওভাৰ) : ওপৰেদি
house-tops (হাউচ্-টপচ্) : ঘৰৰ মূধচ্
quickly(কুইকলি) :ততালিকে
filled (ফিলড্)-ভৰি পৰিছিল 
cries and wails(ক্ৰাইজ এণ্ড ওৱেলচ্): চিঞৰবাখৰ 
village folk (ভিলেজ ফক্): গাওঁ জনসাধাৰণ 
huddled(হাডলড্): থূপ হৈ থকা 
chang-ghars (চাং-ঘৰ): চাং-ঘৰ
bellowing(বিল'ইং): ক্ৰোধত চিৎকাৰ কৰা
livestock (লাইভষ্টক): পোহনীয়া জীৱজন্তবিলাক
Swept away ( চুইপ্ট এৱে): বই যোৱা , উটুবাই নিছিল
young(য়ং): ডেকা 
grasped(গ্ৰেচপ্ড)-জোৰকৈ ধৰিছিল 
Seriousness(চিৰিয়াচনেচ্): গাম্ভীৰ্য, গুৰুত্ব
situation(চিটুৱেশ্বন): পৰিস্থিতি 
action (একশ্বন): কাৰ্য 
classmates(ক্লাছমেটচ্): সহপাঠীসকল 
prince(প্ৰিন্স) : ৰাজকুমাৰ , ৰাজপুত্ৰ
brave(ব্ৰেভ): সাহসী , সাহসীয়াল 
fellow(ফেল'): ব্যক্তি, লোক 
often(অফেন):প্ৰায়
hurry up (হাৰি আপ): খৰখেদা কৰা 
shouted (চাউটেড) : চিঞৰিছিল 
lose(লুজ): হেৰুওৱা ,  নষ্ট কৰা 
hold(হ'ল্ড): চেপি ধৰা , মুঠি মাৰি ধৰা,

P. 6, 7, 8
Short(চৰ্ট):চুটি 
raft(ৰাফ্ট): ভূৰ
banana trunk (বানানা ট্ৰাংক): কলগছ বাকচ
boat(ব'ট): নাও
rush(ৰাচ্): আগুৱাই য়োৱা 
In no time ( ইন নও টাইম): ওতালিকে 
ready(ৰেডি): সাজু 
steered(ষ্টিৰড্): পথ দেখুৱাইছিল 
poles(প'লচ):লাঠি 
fleet of rafts(ফ্লিট অব্ ৰাফ্ট): কলগছৰ ভূৰবিলাক 
lead(লিড) -পথ প্ৰদৰ্শন কৰা 
marooned(মেৰুনড্): আক্ৰান্ত লোকসকলৰ 
rescued (ৰেচ্কিউড): উদ্ধাৰ কৰিছিল 
People (পিপুল ): মানুহবোৰ
Evacuated  ( ইভাকুৱেটেড ): খালী কৰিছিল 
Ground  ( গ্ৰাউণ্ড ): মজিয়া
High ( হাইগ ): ওখ, উচ্চ
Friend ( ফ্ৰেইন ) : বন্ধু 
Exhausted (এক্সহাষ্টেত): ভাগৰি পৰা
Remained  ( ৰিম্ৰেইন ) : মনত পেলাইছিলো
Making (মেকিং) : বনোৱা
Arrangements ( এৰেঞ্জমেণ্ট ) ব্যৱস্থা, সূচাৰু ৰূপে চলোৱা
Water ( ৱাটাৰ ): পানী
Sheltered ( চেলটাৰ্ড ): আশ্ৰয় লোৱা
Building ( বিল্ডিং) : অট্টালিকা
Civil - ( চিভিল ) : চিকিৎসালয়, অসামৰিক
Authorities ( অথ'ৰিটিজ ): কতৃপক্ষ
Informed ( ইনফৰ্মড ): জনোৱা হৈছিল
Immediately ( ইমিডিয়েটলি ): ততালিকে

P. 9, 10, 11

 Across - এক্ৰচ - পাৰ হোৱা
Stretch - ষ্টেটচ - বিস্তাৰ হোৱা
Stranded - ষ্টেণ্ডেড - আৱদ্ধ
Quarters - কোৱাটাৰ - চৰকাৰী স্থান
Something - চামথিং - কিছুমান বস্তু
Job - জব - কাম
Steered - ষ্ট্ৰিৰিড - চলোৱা
toward - টুওৱাড - ফালে
Dispensary - দিচপেনচেৰী - ঔষধালয়
Knack - নেক - অভ্যাস
Solving - চলভিং - সমাধান কৰা
Kind - কাইণ্ড - দয়ালু
Problem - প্ৰব্লেমচ - অসুবিধা, বিপদ, সমস্যা
Narrowly - নেৰ'লি - চিন্তাশীল
Crashing - ক্ৰেচিং - ভাঙা
Railing - ৰেইলিং - বেৰ
Heaved - হিভিড - নিশ্বাশ
Sigh - চাই - হুমুনিয়াহ
Great - গ্ৰেট - মহান
Relief - ৰিলিফ - পৱৰিত্ৰাণ

P. 12

Step - ষ্টেপ - খোজ
Stretched - ষ্টেটচড় - মেলি দিছিল
Scared - স্কেয়াৰ্ড - ভয় খোৱা
Rocking -  ৰকিং - আনন্দ
Somehow - চামহাও - কেনেবাকৈ
Stream - ষ্ট্ৰিম - সোত
Told - টোল্ড - কৈছিল
Doctor - ডাক্তৰ - চিকিৎসক
Heavy - হেভি - ওজন থকা
Bag - বেগ - মোনা
Moved - মতভেদ - ঘূৰিছিল
Steadily - ষ্টিডিলি - দৃঢ়ভাৱে
 Playfully - প্লেফুলি - ধেমালিপূৰ্ণভাৱে
Swiftly - চুইফ্টলি - তীব্ৰৰে, বেগেৰে
Current - কাৰেণ্ট - পানীৰ সোত
Course - কৰ্চ - গতি পথ
Negotiate - নেগশ্চিয়েট - মানতি কৰা, সন্মত কৰা
Sharp - শ্বেৰ্প - চোকা, প্ৰখৰ তীক্ষ্ণ, তীব্ৰ
Moment - মুমেণ্ট - ক্ষণ, গুৰুত্ব, মূহুৰ্ত, মূল্য
Undercurrent - আণ্ডাকাৰেণ্ট - নিম্ন পৰ্যায়ৰ
Pulled - পুল - আৰ্কষণ কৰা, টানি ধৰিছিল
Magnet - মেগনেট - চম্বুক
Caught - কাট - ধৰা
Whirlpool - হুইলপুল - ঘূৰ্ণি বতাহ
Capsized - কেপচাইজড - লুটিয়াই দিয়া, উবুৰিয়াই দিয়া।
Throwing - থ্ৰ'ইং - দলিয়াই দিয়া
Everyone -এভৰিওৱান - সকলো
Quick - কুইক - খৰধৰ
Respond - ৰেচপণ্ড - সহাৰি দিয়া
Darkness - ডাৰ্কনেচ - অন্ধকাৰ
Evening - ইভিনিং - আবেলি
Spotted - চিহ্নিত কৰা
Popping - পোপিং - তল ওপৰ
Carried - কেৰিড - কঢিওৱা
Expert - এক্সপাৰ্ট - অভিজ্ঞ
Swimmer - চুইমাৰ - সাতোৰবিদ
Dashed - ডেচদ - আগবাঢ়ি যোৱা
otter - অটাৰ - উট
Arm - আৰ্ম - বাহু 
Helped - হেল্প - সহায় কৰা
Afloat - এফ্লট - ওপহি থকা
Mound - মাউণ্ড - উচ্চ ঠাই
Above - এবভ - উপৰিও  
Rescued - ৰেচকিউড - উদ্ধাৰ কৰা হৈছিল
Catch - কেটচ - ধৰা
Picked - পিকড - উঠাইছিল 
flung - ফ্লাং - পাৰ কৰিছিল
Crisis - ক্ৰাইচিচ - সংকট, দূৰ্যোগ
Saved - চেভ - ৰক্ষা কৰা
Repay - ৰিপে - দিয়া
Exclaimed - এক্সকিলাইম - ব্যক্ত কৰা
Patting - পেটিং - থপিওৱা
Touched - টাচড - লাইছিল
 Gently - জেণ্টলি - মৃদুভাৱে
  Said - চেইড - কৈছিল
Emotionally - ইমশ্বনেলি - আবেগিকভাৱে 
Remember - ৰিমেম্বাৰ - মনত থকা
Visited - ভিজিটেড - দেখা কৰা
Ailment - এইলমেণ্ট - অসুস্থতা 
Wonderful - ওৱাণ্ডাৰফুল  - অদ্ভূত
Prince - প্ৰিন্স - ৰাজপুত্ৰ
Smile - স্মাইল - হঁহা
Bright - ব্ৰাইট - উজ্জল 

Nayan Jyoti Bordoloi