Class 8 English Lesson -2
SCERT Class 8 English
Assam Gov.t English Solution


NEW UPDATE 2022

My Native Land

মোৰ জন্মভূমি




শব্দ ৰ অৰ্থ মোৰ স্থানীয় ভূমি



1. Read the poem and answer the following question:

   ( কবিতাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া )

(a) What does the old man ask the poet?

   ( বৃদ্ধ মানুহজনে কবিক কি সুধিছিল? )

Ans:- The old man ask the poet what his land is like.

       ( বৃদ্ধ মানুহজনে কবিক তেওঁৰে ঠাইডোখৰ কেনেকুৱা সুধিছিল )

(b) Why does the old man ask the question to the poet?

    ( বৃদ্ধ মানুহজনে কিয় কবিক প্ৰশ্ন সুধিছিল? )

Ans:- The old man asks the question to the poet because he is blind.

       ( বৃদ্ধ মানুহজন অন্ধ কাৰণে কবিয়ে প্ৰশ্ন সুধিছিল। )

(c) How does the past address the old man? what does that form of address mean?

    ( কবিয়ে বুঢ়া মানুহজনক কি বুলি সম্বোধন কৰিছিল? এই সম্বন্ধটো কি বুলি জনা যায়? )

Ans:- The poet address the old man as kaka. It means grandfather.

        (কবিয়ে বৃদ্ধজনক ককা বুলি সম্বোধন কৰে। ইয়াৰ অৰ্থ হৈছে ককাদেউতা।)

(d) Why does the poet ask the old man to breathe deep?

    ( কবিয়ে বুঢ়ামানুহজনক কিয় উশাহ ল'বলৈ কৈছিল? )

Ans:- The poet asks the old man to breathe deep to feel the environment because he is blind. 

     ( কবিয়ে বুঢ়ামানুহজনক উশাহৰ জৰিয়তে তেওঁৰ চৌপাশখিনিক অনুভব কৰিব কৈছিল কিয়নো তেওঁ অন্ধ আছিল। )

(e) With what does the poet compare the cool breeze on the old man's face?

   ( কবিয়ে বুঢ়ামানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক কিহৰ লগত তুলনা কৰিছে? )

Ans:- The poet compares the cool breeze on the old man's face with the peaceful breath of his land.

    (  কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক তেওঁৰ মাটিৰ শান্তিময় পৰিৱেশৰ লগত তুলনা কৰিছে। )

(f) With what does the poet compare the contended gurgling of the little baby?

   ( কবিয়ে সৰু ল'ৰাৰ কলকলনিক কিহৰ লগত তুলনা কৰিছিল? )

Ans:- The poet compares the contended gurgling of the little baby with the sail of his land.

     ( কবিয়ে সৰু কেঁচুৱাটিৰ কলকলনিক তেওঁৰ মাতৃভূমিৰ সাৰুৱা মাটিৰ লগত তুলনা কৰিছে। )

(g) What does the chorus of the cuckoo and the Sparrow  do?

  ( কুলি ঘৰচিৰিকা আদি চৰাইৰ সমবেত সঙ্গীতে কি কৰে?  )

Ans:- The chorus of the cuckoo and the Sparrow shapes  the native land.

          ( কুলি ঘৰচিৰিকা আদি চৰাইৰ সমবেত সঙ্গীতে আমাৰ ঠাইডোখৰৰ চৌপাশে গঢ় দিয়ে। )

(h) What are the things that create the soul of the poets beloved country?

   ( কোনবোৰ বস্তুৱে কবিৰ মৰমৰ দেশখনক আত্মা প্ৰদান কৰে? )

Ans:- The distant roll of the bihu dhol, the pepa and gogona and the heaty aroma of the pitha and laroo, the chant of the evening prayer in the namghar, masjid, church are the things that create the soul of the poet's beloved country. 

( ঢোল পেপা গগনাৰ গুমগুমনি শব্দ, লাৰু পিঠাৰ সুগন্ধি তথা নামঘৰ, মছজিদ, গীৰ্জা আদিৰ পৰা ভাঁহি অহা প্ৰাৰ্থনা তথা আজনৰ ধ্বনিয়ে আমাৰ মাতৃভূমিক আত্মা প্ৰদান কৰাৰ লগতে ইয়াক পূৰ্ণ কৰি তোলে। )

2. A brief summary of each of the stanzas of the poem has been given below. Match the stanzas with the given summaries. Mention the stanza number alongside the correct summary. 
  ( তলত কবিতাটিৰ স্তৱক অনুযায়ী মূলভাৱ দিয়া হৈছে। এটিয়া মূলভাৱ অনুযায়ী স্তৱকটো চিনাক্ত কৰা। )

a. My native land makes me feel as safe and secure as a baby carried on a mothers back. 
( মোৰ ঠাইখনে মাৰ কোলাৰ দৰে নিৰাপত্তা দিয়ে। )

Ans:- Stanza 4. ( স্তৱক ৪ )

b. The spirit of my native land can be understood in terms of its unity in diversity. Like different family member, who have similarities and differences.

( মোৰ ঠাইখিনিৰ তাৎপৰ্য্য ইয়াৰ একতা আৰু বিচিত্ৰতাৰ পৰাই পাব পাৰি, ঠিক এটা পৰিয়ালৰ বেলেগ বেলেগ সদস্যৰ মাজত থকা একতাৰ দৰেই ই । )

Ans:- Stanza 6 (স্তৱক ৬ )

c. The lonely blind old man in the street asked me to describe our native land.

   ( ৰাস্তাত থিয় হৈ থকা অকলশৰীয়া অন্ধ বৃদ্ধজনে মোক ঠাইডোখৰৰ বৰ্ণনা দিবলৈ কৈছিল। )
Ans:- Stanza 1 ( স্তৱক ১ )

d. Our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully room its rich green forests.

( আমাৰ নিজৰ ঠাইখন প্ৰাকৃতিকভাৱে অতি চহকী আৰু ইয়াৰ চৰাই চিৰিকতি জীৱ জন্তুসকলোৱে অৰণ্যৰ চাৰিওফালে বিচৰণ কৰি ইয়াক জীৱন্ত কৰি তোলে। )
Ans:- Stanza 5 (স্তৱক ৫ )

e. The touch of our native land is as peaceful as the coal. fresh blowing after a night of thunder and rain.

 ( আমাৰ ঠাইডোখৰৰ শান্তিময় শীতল বতাহজাক ঠিক ধুমুহাৰ পাছত অহা বতাহজাকৰ দৰেই নিৰ্মল। )
Ans:- Stanza 3  ( স্তৱক ৩ )

3. Note that the poem is a series of information to a blind man on what his land is like. The girl provides the information by making use of the senses that are very strong in blind persons. These senses are:

 ( মন কৰিবা যে কবিতাটোত এজন অন্ধ মানুহক তেঁওৰ ঠাইখনৰ বৰ্ণনা দিয়া হৈছে। ছোৱালীজনীয়ে তথ্যসমূহ অন্ধ ব্যক্তিজনে নিজৰ ইন্দিয়ৰ জৰিয়তে অনুভৱ কৰিব পৰাকৈ দিছে। সেই ইন্দ্ৰিয়সমূহ হ'লঃ )

Ans:- a. Touch ( স্পৰ্শ )  b. hearing ( শুনা )  c. smell ( গোন্ধ )

4. Here are some words from the poem. Match the words in column A with their meaning in column B.

( কবিতাটোৰ পৰা কিছুমান শব্দ লোৱা হৈছে এতিয়া "ক" অংশৰ লগত "খ" অংশ মিলোৱা।

Ans:-
A. 1. Thunder ( বিজুলী ) -  B. the loud explosive sound that follows lightning in the cloud. 
                                        ( মেঘৰ মাজত উজলি উঠা চিকমিকনিৰ পাছত হোৱা এক প্ৰচণ্ড                                             শব্দ, ধুমুহা-গাজনি, ঢেৰেকনি । )

A. 2. morn ( পুৱা )          -   B. morning ( ৰাতিপুৱা )

A. 3. Contented ( কাৰোবাৰ পক্ষত থিয় দিয়া ) - B. satisfied ( সন্তোষ্ট )

A. 4. gurgling ( কলকলনি ) -     B. the happy sound made by babies. 

                                                   ( সৰু ল'ৰা ছোৱালীয়ে কৰা শুৱলা শব্দ )                                  
A. 5. chorus ( সমবেত গীত ) -     B. singing or speaking at the same time. 

                                                    ( একে সময়তে কথা কোৱা আৰু গান গোৱা )

A. 6. aroma ( সুগন্ধ ) - B. strong pleasant smell. 

                                    ( ৰীক্ষ্ন ভাল লগা গোন্ধ )

A. 7. sturdy (প্ৰবল ) - B. strong and firm 

                                   ( সুস্থ আৰু সবল )

Now make sentences of your own using the words.

( এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি তুমি নিজাকৈ বাক্য সাজা। )

Ans:
(i) thunder (থাণ্ডাৰ) -  It is thundering outside.

   (বিজুলী)                  (বাহিৰত বিজুলী মাৰি আছে।)

(ii) morn (মৰ্ণ)  -  We should wake up early at the morn.

      (পুৱা)          (আমি ৰাতিপূৱা অতি সোনকালে উঠিব লাগে।)

(iii) contented ( কন্টেনটেড )  - I contended against falsehood.

    ( কাৰোবাৰ পক্ষত থিয় দিয়া )  (মই মিছা অপবাদৰ বিপক্ষে সদায় থিয় দিও।)

(iv) gurgling (গাৰ্গলিং) - She is playing with her mother by gurgling.

      ( কলকলনি)              (তাই মাকৰ লগত কলকলাই খেলি আছে।)
(v) chorus (কোৰাচ)-The last night chorus performance was so pleasent.

      (সমবেত গীত)       (যোৱা নিশা কোৰাছৰ অনুষ্ঠানটো বৰ সুন্দৰ আছিল।)

6. Aroma ( এৰ'মা ) - A strong aroma come from our kitchen. 

(সুগন্ধ)                      (পাকঘৰৰ পৰা বৰ ধুনীয়া সুগন্ধ আহিছে।)                                       

7. sturdy (ষ্টাডি) - She was a short, sturdy woman in her early sixties.
(প্ৰবল)



10. Let's learn some grammar:

    ( ব্যাকৰণ শিকোঁ আহা )

Rewrite the sentences below in indirect speech 

(তলত দিয়া বাক্যবোৰ পুনৰ পৰোক্ষভাৱত লিখা)

a. The poet said to the old man, "Feel the cool breeze on your face." ( কবিয়ে বুঢ়া মানুহজনক কৈছিল, " তোমাৰ চৌপাশে বলি থকা শীতল বতাহজাক অনুভৱ কৰা )

Ans:-  The poet told the old man to fell the cold breeze on his face. (কবিয়ে বুঢ়া মানুহজনক কৈছিল যে তোমাৰ চৌপাশে বলি থকা শীতল বতাহজাক তুমি অনুভৱ কৰা)


b. The man said to me, "Listen to the gurgling of that little baby.  (মানুহজনে মাক কৈছিল, "শুনাচোন সেই কেঁচুৱাটোৰ কলকলনি")

Ans:- The man requested me to listen to the gurgling of that little baby. ( মানুহজনে মোক কেঁচুৱাটোৰ কলকলনি শুনিবলৈ কৈছিল।)


c. The teacher said to us, "Enjoy your holidays."  (শিক্ষকে আমাক কৈছিল, "বন্ধবোৰ তোমালোক উপভোগ কৰিবা,"

Ans:- The teacher advised us to enjoy our holidays. (শিক্ষকে আমাক আমাৰ বন্ধবোৰ উপভোগ কৰিবলৈ কৈছিল।)


d. She said him to come to their house the next day. (তাই তাক কৈছিল,  "কাইলৈ আমাৰ ঘৰলৈ আহিবা। ")

Ans:- She told him to come to their house the next day. ( তাই তাক সিহঁতৰ ঘৰলৈ কাইলৈ যাব কৈছিল। )


e. My mother tells me, " Always obey yours teacher, (মায়ে কৈছিল, "সদায় শিক্ষকক মানি চলিবা,")

Ans:- My mother advises me to obey our teachers always. (মায়ে উপদেশ দিছিল যে সদায় শিক্ষকক মানি চলিব লাগে।)


f. I said to him, " Come to our house tomorrow." (মায়ে তাক কৈছিল, "কাইলৈ আমাৰ ঘৰলৈ আহিবা।)
Ans:- I told him to come to our house the next day.  (মায়ে তাক কৈছিল যে আমাৰ ঘৰলৈ কাইলৈ আহিবা।)


g. She said to me, "Get me a glass of water, please," (তাই মোক কৈছিল, "অনুগ্ৰহ কৰি এগিলাচ পানী  দিয়া।)
Ans:- She requested me to get her a glass of water. (তাই মোক অনুগ্ৰহ কৰি এগিলাচ পানী বিচাৰিছিল।)


h. The man said to me, "Please lose the gate." (মানুহজনে মোক কৈছিল, "অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দিয়া।")
Ans:- The man requested me to close the gate. ( মানুহজনে মোক অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দিবলৈ কৈছিল। ")

passages for Listening  read for pleasure


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Spelling Check By -Rajashri Bora 


Post ID: DABP002963