Class 8 English Lesson 3
Assam SCERT English Solution
Class 8 English Gov.t Book


Explore India: Quiz Time

ভাৰত অন্বেষণ কৰক: কুইজ সময়



 ৱৰ্ড ৰ অৰ্থ এক্সপ্লোৰ ইণ্ডিয়া: কুইজ টাইম


Question Answer 
প্ৰশ্নৰ উত্তৰ 

1. Answer the following Questions with information from the lesson.

( তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা পাঠটিৰ সহায়ত )

(a) What is quiz?

( কুইজ কি? )

Ans:- Quiz is a test of knowledge between individual or groups held in a form of game, where someone test our knowledge by asking questions.

( কুইজ হ'ল এক জ্ঞানৰ প্ৰতিযোগিতা য'ত ব্যক্তিগত বা দলীয় ভাৱে প্ৰশ্ন সুধি জ্ঞানৰ পৰিসীমা জুখি চোৱা হয়। )


(b) How many school teams participated in the quiz programme for the selection phase?

( কিমানখন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল? )

Ans:- Five school teams were participated in the quiz programme for the selection  phase.

( ৫ খন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। )


(c) Who was the Quizmaster?

( কুইজ মাষ্টাৰ জন কোন আছিল? )

Ans:- Mr. P.K. Baruah was the Quizmaster.

( মিষ্টাৰ পি.কে. বৰুৱা আছিল কুইজমাষ্টাৰ )



(d) What were the rules of the quiz as announced by the Scorer Aparna?

( গণক অপৰ্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি কি আছিল? )

Ans:- Aparna announced that there will be five rounds in the quiz competition. In each round team will get one direct question and for every a passed over question, five marks will be awarded. There will be no negative marks for a wrong answer. Each team will get only ten seconds to answer a question. The highest scorer team will be the winner of the competition.

( অপৰ্ণাই ঘোষণা কৰিছিল যে কুইজ প্ৰতিযোগিখন পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ'ব, প্ৰত্যেক পৰ্যায়ত প্ৰতিটো দলক একোটা প্ৰত্যক্ষ প্ৰশ্ন সুধা হ'ব, প্ৰত্যেক শুদ্ধ উত্তৰৰ বাবদ দলবোৰে দহ নম্বৰকৈ লাভ কৰিব আৰু দল বাগৰি অহা প্ৰশ্নৰ বাবদ পাঁচ নম্বৰ লাভ কৰিব, ভূল উত্তৰৰ বাবে কোনো ধৰণৰ ঋনাত্মক নম্বৰ প্ৰদান কৰা নহয়। প্ৰত্যেক দলে উত্তৰ দিবৰ বাবে দহ ছেকেণ্ড সময় লাভ কৰিব। সৰ্বোচ্চ নম্বৰ লাভ কৰা দলটিক বিজয়ী দল হিচাপে ঘোষণা কৰা হ'ব। )



(e) Which team was the winner of the state level school Quiz Competition?

( কোনটো দলে আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল? )

Ans:- Team D was the winner of the state level school Quiz Competition.
( D দলে আন্তঃ ৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল। )


Q.2. How well do you know your country? Complete the following sentences. They are from the lesson and are about our country.


(a) The ancient name of Assam was Kamrup. It was also known as _______.

( অসমৰ পুৰণি নাম আছিল কামৰূপ। ইয়াক _____ নামেৰে জনা গৈছিল। )

Ans:- Pragjyotishpur ( প্ৰাগজ্যোতিষপুৰ) ।



(b) Su-ka-pha established the Ahom Kingdom in Assam in the year ______.

( চুকাফাই অসমত আহোম সাম্ৰাজ্য স্থাপন কৰিছিল ____ চনত? )

Ans:-  1228 A.D. ( ১২২৮ এ.ডি.)



(c) ______ does not share its border with Assam.

( _______ য়ে অসমৰ সৈতে সীমাত লাগি থকা নাই। )
Ans:- Myanmar ( ম্যানমাৰ ) ।



(d) The capital of Assam during the Ahom rule was _______.

( বৃটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল ______ ।)

Ans:- Rangpur ( ৰংপুৰ )



(e) The colours of our tricolour National flag are _____ and ______,______.

( আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ ৰংসমূহ হৈছে ______ আৰু _____, _____)

Ans:- Saffron, white and green.

( গেৰুৱা, বগা আৰু সেউজীয়া )



(f) White stands for ____ and  ____.

( বগা ৰংঙে ------ আৰু ----- সূচায় )

Ans:- Peace and truth

( শান্তি আৰু সত্য )



(g) Mahatma Gandhi was born in ______ in the  state of _____.

( মহাত্মা গান্ধী 
------- ত ---- ৰাজ্য়ত জন্মগ্ৰহণ কৰিছিল। )

Ans:- Porbandar, Gujarat

( পোৰবন্দৰ, গুজৰাট। )



(h) Amritsar in Punjab is famous for the _____ of the _____.

( পঞ্জাৱৰ অমৃতসৰ ------ৰ ----- বাবে বিখ্যাত )

Ans:- Golden Temple, Sikhs.

( স্বৰ্ণ মন্দিৰ, শিখসকলৰ )



(i) The largest population of Indian rhino can be seen in ____.

( ভাৰতৰ গড়ৰ সৰ্বাধিক সংখ্যা _____ ত দেখা পোৱা যায়। )

Ans:- Kaziranga National Park.

( কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান )



(j) The ancient name of Patna, the capital of Bihar, was ______.

( বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিল _____ )

Ans:- Patliputra. ( পাটলিপুত্ৰ )



(k) The Qutub Minar, the world's tallest free standing stone tower was built in _____ by ____.। )

Ans:- 1193, Qutubuddin Aibak.  ( ১৯৯৩ চনত, কুটুবুদ্দিন আইবাক। )



Q.3. Test your memory. Match the statement under A with correct statements under B without looking at the lesson.

( স্মৃতি পৰিক্ষা কৰো আহাঁ। তলৰ বাক্যবোৰৰ 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা, পাঠটিৰ সহায় নোলোৱাকৈ। )

Ans:

A. 1. One name by which are country India is known as Hindustan.

( আমাৰ দেশ ভাৰত হিন্দুস্থান নামেৰে জনাজাত )

B.4. 'Bharat' or 'Bharatvarsha' is another name for it.

(ভাৰত বা ভাৰতবৰ্ষ ইয়াৰ আন এটা নাম)

A.2. The colour of the first band of our flag is saffron.

(  আমাৰ জাতীয় পতাকাখনৰ প্ৰথম ৰঙ হ'ল গেৰুৱা )

B.1. It signifies courage and sacrifice.

( ই সাহস আৰু ত্যাগৰ প্ৰতীক। )

A.3. The blue wheel in the centre of our flag is called Ashok Chakra or Dharma Chakra.

( আমাৰ পতাকাখনৰ মাজভাগত থকা নীলা চক্ৰটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয়। )

B.2. It signifies there is life in movement and death is Stagnation.

( ই জীৱনৰ গতি আৰু মৃত্যুৰ স্থিৰতাৰ প্ৰতীক। )

A.4. Shah Jahan built the Taj Mahal.

( ছাহজাহানে তাজমহল নিৰ্মাণ কৰছিল। )

B.5. It was in the memory of his wife Mumtaj Mahal.

( মমতাজ মহল হৈছে তেখেতৰ পত্নী স্মৃতি। )

A.5. Dandi in Gujarat is famous for a historical event.

( গুজৰাটৰ দান্দী নামৰ ঠাইখন এটা ঐতিহাসিক ঘটনাৰ বাবে জনাজাত। )

B.3. Gandhiji's Salt March started here in 1930.

(  গান্ধীজীয়ে ১৯৩০ চনত ইয়াৰ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। )



Q.4. Listen to an announcement. Your teacher will read/play it for you. As you listen, state whether each statement is true or false. Mark the option T if the statement is true or F if it is false.

(এটা ঘোষণা শুনিব। আপোনাৰ শিক্ষকে ইয়াক আপোনাৰ বাবে পঢ়িব/বুজাব। আপুনি শুনি থকাৰ লগে লগে, প্ৰতিটো মন্তব্য সঁচা নে মিছা উল্লেখ কৰক। বিবৃতিটো সঁচা হ'লে বিকল্প "T" চিহ্নিত কৰক বা যদি এইটো মিছা হয় তেন্তে "F"।

a) The announcement is about the incessant rains in Assam. (T/F)

( ঘোষণাটিত অসমত হোৱা ধাৰাসাৰ বৰষুণৰ কথা কোৱা হৈছে। )
=> False (F) (অসত্য)


b) The announcement is about postponing the quiz programme (T/F)

( ঘোষণাটোত কুইজ প্ৰতিযোগীতা স্থগিত কৰাৰ কথা কোৱা হৈছিল। )
=> Truth (T) ( সত্য )


c) The quiz programme has been postponed indefinitely (T/F)

( কুইজ প্ৰতিযেগীতা অনিৰ্দ্দষ্টকালৰ বাবে স্থগিত ৰখা হৈছে। )
=> Truth ( T )  ( সত্য )


d) The quiz programme has been rescheduled for next minday. (T/F)

( কুইজ প্ৰতিযোগীতা অহা সোমবাৰে অনুষ্টিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। )

=> Truth ( T ) ( সত্য )


e) The next date of the quiz has been notified in the announcement (T/F)

( কুইজ প্ৰতিযোগীতাৰ পৰৱৰ্তী তাৰিখৰ কথা ঘোষণাটিত কোৱা হৈছিল। )
=> False ( F) ( অসত্য )


f) The pasticipants of the other districts are requested to go back. (T/F)

( অন্য জিলাৰ প্ৰতিযোগীসকলৰ ঘূৰি যাবলৈ অনুৰোধ কৰিছিল। )
=> False ( F ) ( অসত্য )


g) The new date for the quiz will be notified shortly (T/F)

( কুইজ প্ৰতিযোগিতাৰ নতুন তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব। )
=> Truth ( T ) ( সত্য )


h) Students of the venue school are asked to go to their classes. (T/F)

( কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বিদ্যালয়ৰ ছাত্ৰসকলক বিদ্যালয়লৈ যাবলৈ আহবান জনোৱা হৈছিল। )
=> Truth ( T ) ( সত্য )



Q.5. (a) Imagine you are members of the literary and cultural forum of your school. In groups, draft a notice inviting participants to join the Zonal Level Quiz Competition to be held on the occasion of Gandhi Jayanti on October 2nd , Monday at 10 a.m. Write all the important information about the quiz on the noticeboard.

( ধৰি লোৱা তুমি বিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ এজন সদস্য। তুমি এখন জাননী প্ৰস্তুত কৰা আঞ্চলিক কুইজ প্ৰতিযোগিতা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২ অক্টোবৰ তাৰিখে গান্ধীজয়ন্তীৰ দিনা সোমবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব। জাননী খনত কুইজ প্ৰতিযোগিতাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য প্ৰকাশ কৰা যেন।


(b) Now of the preparations for the event. write the rules you would like the groups or participants to follow during the competition.

( এতিয়া তুমি বিচৰা ধৰণে প্ৰতিযোগীসকলৰ বাবে কুইজ প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ প্ৰস্তত কৰা। )



Q.6. Let's learn some grammar.

( ব্যাকৰণ শিকো আহাঃ )

words such as what, where, when, who, whose and how are question word.

কি, ক'ত, কেতিয়া, কোন, কাৰ আৰু কেনেকৈ প্ৰশ্নবোধক শব্দ আদি শব্দ।

Write questions to which each of the following sentences are answer.

( প্ৰশ্নবোধক শব্দ। তলত দিয়া উত্তৰ বিলাকৰ বিপৰীতে এইশব্দবোৰ ব্যাৱহাৰ কৰি একোটাকৈ প্ৰশ্ন লিখা। )

(a) We are from C.R. School, Tinsukia.

 ( আমি তিনিচুকীয়া চি.আৰ. স্কুলৰ পৰা আহিছো। )
= Which school do you come from?

      ( তোমালোকে কোন স্কুলৰ পৰা আহিছা? )


(b) You will get ten marks for a direct question.

( তোমালোকে প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ দহ নম্বৰ লাভ কৰিবা। )

= How many numbers will we get far a direct question

( প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ আমি কিমান নম্বৰ পাম? )


(c) Shah Jahan built the Taj Mahal in memory of his wife.

( শ্বাহজাহানে নিজৰ পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। )

= What did shah Jahan built in memory of his wife?

( শ্বাহজাহানে পত্নীৰ স্মৃতিত কি নিৰ্মাণ কৰি উলিয়াইছিল? )


(d) Guru Ram Das built the Golden Temple.

( গুৰু ৰাম দাসে স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল। )

= Who did built the Golden Temple?

( স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? )


(e) The historic Salt March started in Dandi in Gujarat.

( ঐতিহাসিক দাণ্ডী যাত্ৰা গুজৰাটৰ দাণ্ডী নামৰ ঠাইডোখৰৰ পৰা আৰম্ভ হৈছিল।

= Where did the historic salt March start?

( ঐতিহাসিক দাণ্ডী  যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল?


(f) Kaziranga is famous for the One-horned rhino.

( কাজিৰঙা এশিঙিয়া গড়ৰ বাবে বিখ্যাত। )

= What is famous for the One-horned rhino?

( এশিঙীয়া গড়ৰ বাবে কি বিখ্যাত? )


(g) The winner of today's quiz is Team D.

( আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী দ'ল হ'ল D )

= Who is the winner of today's quiz's? )

( আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী কোন? )


Q.7. In pairs, make Yes/No question for the following answer from the quiz. One is done for you.

( তলত দিয়া বাক্যবোৰৰ বাবে Yes/No উত্তৰ দিব পৰাকৈ প্ৰশ্ন বনোৱা।)


(a) Are you representing the East Zone?

( তোমালোকে পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছা নেকি? )

Ans:- Yes, we are representing the East Zone.

( হয়, আমি পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছো? )


(b) Is the Tezpur Academy in Sonitpur?

( তেজপুৰ একাডেমী শোণিতপূৰত আছে নে? )

Ans: Yes, The Tezpur Academy is in Sonitpur?

( হয়, তেজপুৰ একাডেমী শোণিতপূৰত আছে। )


(c) Will the winning team represent Assam in the National School Quiz Competition?

( বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আন্তঃস্কুল কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব নেকি? )

Ans: Yes, the winning team will represent Assam in the National School Quiz Competition.

( হয়, বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আন্তঃস্কুল কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। )


(d) Was the ancient name of Assam Kamatapur?

( অসমৰ প্ৰাচীন নাম কমতাপুৰ আছিল নে? )

Ans: No, the ancient name of Assam was not Kamatapur.

( নহয়, অসমৰ প্ৰাচীন নাম কমতাপুৰ নহয়। )


(e) Does the capital of Assam during the Ahom rule was Cooch behar?

( আহোম শাসন কালত কোচ বিহাৰ অসমৰ ৰাজধানী আছিল নেকি?)

Ans: No, the capital of Assam during the Ahom was not Cooch Bihar.

( নহয়, আহোমৰ শাসন কালত অসমৰ ৰাজধানী কোচবিহাৰ নাছিল?)


(f) does saffron signify courage and sacrifice?

( ভাৰতৰ জাতীয় পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায় নেকি? )

Ans: Yes, saffron colour in Indian Flag signify courage and sacrifice.

( হয়, ভাৰতৰ জাতীয় পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায়)


(g) Is Porbandar located in Madhya Pradesh?

( পোৰবন্দৰ মধ্যপ্ৰদেশত অৱস্থিত নেকি? )

Ans: No, Porbandar is located in Gujarat.

( নহয়, পোৰবন্দৰ মধ্যপ্ৰদেশত অৱস্থিত নহয়। )


Q.8. Imagine you are the school captain who is in charge of all the volunteers for the quiz programme. In order to maintain discipline among the students during the quiz, an announcement has to be made. Discuss in groups and prepare an announcement to be made at the beginning of the quiz.

( ধৰি লোৱা তুমি স্কুলৰ প্ৰতিনিধি যিয়ে কুইজ প্ৰতিযোগিতাৰ সকলোবোৰ দায়িত্ব লৈছা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ নিয়মানুবৰ্তিতা বজাই ৰাখিবৰ বাবে সমনীয়াৰ লগত আলোচনা কৰি এখন ঘোষণা পত্ৰ তৈয়াৰ কৰা। )


Q.9. Read the lesson carefully. In the lesson, the members of each team have introduced themselves to the audience. Taking a clue from them, take turns to introduce yourselves to the class.

( পাঠটি ভালদৰে পঢ়া। এটিয়া পাঠটিত যি ধৰণে প্ৰত্যেক দলৰ প্ৰতিযোগীয়ে নিজৰ পৰিচয় দাঙি ধৰিছে, তাৰ সহায়ত তুমিও সেইদৰে নিজৰ পৰিচয় শ্ৰেণীৰ আগত দাঙি ধৰা। )

Q.10. Let's take a trip to our past:
( আমি আমাৰ অতীতলৈকে যাত্ৰা কৰোঁ আহাঃ )

Q.11. Let's talk:

(কথাটো পঢ়ো আহাঁঃ)











passages for Listening  read for pleasure


Spelling Check by- Rajashri Bora 



Post Id: DABP000828