Chapter 6


A New Day, A New Way


 Word Meaning  

Early - আৰ্লি - সোনকালে

Curtains - কাৰ্টেনচ - পৰ্দা

Living - লিভিং - জীয়াই থকা 

felt - ফেল্ট - অনুভৱ কৰা হৈছে

Tired - টাইড - ভগৰুৱা

 Without - উইথআউট - অবিহনে 

Switching - চুইটচিং - পৰিৱৰ্তন কৰা 

Edge - এজ  - তীব্রতা

Thought - থট - ভাবিছিলো

Recalled - ৰিকল্ড - পুনৰ মনত পেলাইছিল।

Closing - ক্লজিং - বন্ধ কৰা। 

Staff - ষ্টাফ - কৰ্মচাৰী 

Salary - চেলাৰি - দৰমহা 

Information - ইনফমেশ্বন - তথ্য, খবৰ 

Although - অলদো - যদিও

Needed - নিডেড - প্ৰয়োজন হোৱা

Depending - ডিপেনডিং - নিৰ্ভৰ কৰা

Sitting - চিটিং - বহি আছে

Flung - ফ্লাং - নিক্ষেপ 

Switched - চুইচড - পৰিৱৰ্তন কৰা হৈছে

Wondering - ৱাণ্ডাৰিং - বিস্মিত হোৱা

Looked - লোক - চালে 

Resolute - ৰেচলুট - দৃঢ় 

 Passed - পেচড - পাৰ হৈ গ'ল 

Nearly - নেয়াৰলি - প্ৰায়

Imagined - ইমাজিনেড - কল্পনা কৰা 

Visited - ভিচিটেড - পৰিৰ্দশন কৰা 

Create - ক্ৰিট - সৃষ্টি

Awareness - অৱৰেনেচ - সজাগতা 

Entrepreneurship - এণ্টেপ্ৰেনিউৰপিশ - উদ্যোগ 

 Introduced - ইণ্টোড্ৰিউচ - পৰিচয় কৰা হৈছে।

Herself - হাৰচেল্ফ - নিজেই 

Reminding - ৰেমিনডিং - মনত পেলাই দিয়া

Sought - চাফট - বিচৰা হৈছে

Guidance - গাইডেন্স - নিৰ্দেশনা 

Sounded - চাউণ্ডডেট - ধ্বনি তৰোৱা

Helpful - হেলপুল - সহায়ক 

Brave - ব্ৰেভ - সাহসী 

Overjoyed - অত্যাধিক আনন্দ 

Response - ৰেচপনচ - সঁহাৰি 

Hugged - হুগাদ - অলিঙ্গন কৰা হৈছে 

Tightly - টাইটলি - টানকৈ 

Everything - এভৰিথিং - সকলো 

Quickly - কুইকলি - সোনকালে 

Following - ফল্লইং - নিম্নলিখিত 

Talked - তালকেড - কথাপাতিছিল

Group - গ্ৰুপ - দল

Stitching - ষ্টিচিং - চিলাই কৰা হৈছে

Explained - এক্সপ্লেইননেড - ব্যাখ্যা কৰা হৈছে 

Vocational - ভোকেচনেল - বৃত্তিমূলক 

Variety - ভ্যেৰাইটি - বিভিন্নতা  

Making - মেকিং - নিৰ্মাণ কৰা 

Culinary - কালিনাৰি - ৰন্ধন প্ৰণালী 

Repairing - ৰিপেয়াৰিং - মেৰামতি কৰা হৈছে 

Business - বিচনেচ - ব্যৱসায়

Mentored - মেণ্টেড - পৰামৰ্শ দিয়া

Choose - চুছ - নিৰ্বাচন কৰা 

Potential - পোটেনচিয়াল - সম্ভাৱনা  

 Services - চাৰ্ভিচেচ - সেৱাসমূহ 

Paying - পেইং - পৰিশোধ কৰা 

Accommodation - আচাকমোডেচন - বাসস্থান 

Handling - হ্যান্ডলিং - সঞ্চালন 

Assure - অচচুৰে - নিশ্চিত কৰা, আশ্বাস দিয়া  

Hygienic - হয়গিয়েনিক - স্বাস্থ্যকৰ

Standards - ষ্টেন্ডৰ্ডাচ - মানদণ্ড

Attentively - অটানটিভিলি - মনোযোগেৰে 

Sensing - চেনচিং - সংবেদন 

Confusion - কনফিউচন - বিভ্ৰান্তি 

Clarified - ক্লাৰিফায়েড - স্পষ্ট কৰা হৈছে 

Worry - ৱৰি - চিন্তিত 

Operate - অপাৰেট - পৰিচালনা, চলোৱা  

Assign - এচাইন - দিয়া 

Based - বেচড - আধাৰিত 

Performance - পাৰ্ফমেন্স - সমাপন

Sanctioned - চেংশ্বনড - অনুমদন দিয়া

Deposit - ডিপজিত - জমা দিয়া  

Contribute - কণ্ট্ৰিবিউট - অৰিহণা দিয়া 

Excitement - এক্সাইটমেণ্ট - উত্তেজনা 

Responded - ৰেচপণ্ডডেড - সঁহাৰি দিয়া হৈছে 

Enthusiastically - এনথুচিয়েচিটকেলি - অত্যন্ত আগ্ৰহৰে  

Shining - চাইনিং - উজলি উঠা 

Brightly - ব্ৰাইটলি - উজ্জলভাৱে 

Brimmed - ব্ৰিমড - উপচি পৰা 

Around - এৰাণ্ড - চাৰিওফালে 

 Corner - কৰ্ণাৰ - কোন

Broadened - ব্ৰোএডেনয়েড - বহল কৰা হৈছে 

Together - তোগেথাৰ - একেলগে 

Nayan Jyoti Bordoloi












passages for Listening  read for pleasure





Post Id: DABP001323