Lesson 4 

Dokchory learns about the Panchayat


Word meaning. শব্দ অৰ্থ

Beads - বিডচ - মণি
Misings - মিচিং - ভূল
Usually - ইজুৱেল - সাধাৰণতে
Wear - ওৱেৰ - পিন্ধা
Sign - চাইন - স্বাক্ষৰ কৰক
Governance  - গবৰ্ণেন্স - শাসন
Elderly - এলডাৰ্লি - বয়সস্থ
Gramin - গ্ৰামীণ - গাৱলীয়া
Pramukh - প্ৰমুখ - লোক
Quarrel - কুৱাৰেল - কাজিয়া
Respected - ৰেচপেকটেড - সন্মান কৰা
Responsible - ৰেচপন্সিবিল - দায়িত্বশীল
Development - ডেভলপমেণ্ট - বিকাশ
Institution - ইন্সচটিটিউশ্বন - প্ৰতিষ্ঠান, অনুষ্ঠান
Constitution - কন্সচটিটিউশ্বন - সংবিধান
Grants - গ্ৰেণ্টচ - অনুদান
Raise - ৰেইজ - বৃদ্ধি কৰা
Plan - প্লেন - পৰিকল্পনা কৰা
Repair - ৰিপেয়াৰ - মেৰামতি 
Bridges -  বিজ্ৰেচ - দলংসমূহ
Vihicles - ভিহিক্লেচ - যান-বাহন 
Enough - এনাফ - যথেষ্ট
Contribute - কনট্ৰিবিউট - অৱদান দিয়ক, বৰঙণি দিয়া।
Substantially - চাবষ্টেনচিয়েলি - যথেষ্ট পৰিমাণে
Something - চামথিং - কিবা
Spend - স্পেণ্ড - পাৰ কৰা
Worry - ওৰি - চিন্তা কৰা
Special - স্পেচিয়েল - বিশেষ
Dignity - ডিগনিটি - মৰ্যদা
Normal - নৰমেল - স্বাভাৱিক 
Independent - ইনডিপেণ্ডণ্ট - স্বতন্ত্ৰ, আত্মনিৰ্ভশীল



-------------------------------



Welfare (ৱেল্ফেৰ) - কল্যাণ
Unwell (আন্বেল)- অসুস্থ
Homeless (হোম্লিস) - নির্গৃহ
Panchayat  ( পঞ্চায়ত)- গাওঁ বা নগৰ পৰিষদ
Beads (বীডজ়)- মালা
Quarrel  (ক্কোৰেল) - কন্দল
Contest  (কন্টস্ট)- প্রতিযোগিতা
Development (ডিৱেলপ্মেন্ট)- উন্নয়ন
Constitution (কান্স্টিটূশন) - সংবিধান
Schemes (স্কিম) - পদ্ধতি
Rural  (ৰুৰেল) - গ্রামীণ
Taxes টেক্সেজ) -খাজনা
Contribute (কন্ট্ৰিকন্ট্ৰিবূট) - অৱদান
Differently-abled ( ডিফাৰেন্টলি অবোল্ড) - বিকলাঙ্গ
Chores (চৌৰ) - টুকিটাকি কৰা কাম
Bitter cold (বিটাৰ কোল্ড) - তিক্ত ঠান্ডা
Dignity (ডিগ্নিটী) - উচ্চতা
Volunteer (বালন্টীৰ) - স্বেচ্ছাকর্মী
Independent (ইন্ডিপেন্ডেন্ট) - স্বাধীন
Perform (পৰ্ফোম) - অনুষ্ঠান কৰা
Speech - ( স্পীচ) - আলাপ
Authorities - (অথোৰটীজ) - কর্তৃপক্ষ
Freedom fighter ( ফ্ৰীডেৰিক ফাইটাৰ ) - মুক্তিযোদ্ধা
Inspiration (ইন্স্পীৰেশন) - অনুপ্রেৰণা
Assembly (অসেম্ব্লী) - সভা
Needy (নীডী) - অভাবগ্রস্ত
Clause (ক্লোজ) - খণ্ডবাক্য
Imperative  (ইম্পেৰটিভ) - উপদেশমূলক
Emphatic (এম্ফেটিক) - সতেজ
Repair ( ৰিপেৰ)- ঠিক কৰা
Institution (ইন্স্টিটূশন) -কার্যালয়
Processed (প্ৰসেস) - প্রক্রিয়াকৃত
Expressing (ইকেস্প্ৰসিংগ) - প্ৰকাশক
Contestant (কন্টেস্টেন্ট)- প্রতিযোগী
Victory (ভিক্টৰী)- জয়
Vow (ভাউ)- প্রতিশ্রুতি
Pledge (প্লেজ) - চিহ্ন
Breast  (ব্ৰেস্ট) - বক্ষ
Bugle (বূগল) - ভেঁপু
Heritage (হেৰিটিজ)- ঐতিহ্য
Fame  (ফেম) - সুনাম
Striving  (স্ট্ৰাইভিংগ) - সংগ্ৰাম কৰা
Shinning (সাইনিং)- উজ্জ্বল
Honour (অনাৰ) - শ্রদ্ধা