Lesson 2

My Native Land

Class 8 English


Word meaning. শব্দ অৰ্থ

Breathe ( ব্ৰীথ) - উশাহ  নিশাহ

Street (স্ৰীত) - ৰাস্তা, পথ

Lonely (সোনালী) - নিঃসঙ্গ

Blonde  (ব্লেন্ড) - স্বর্ণকেশী

Poor (পৈৰ) - দুখীয়া

Childhood (চাইল্ডহোদ) - শৈশৱ

Breeze  (ব্ৰীজ)- মৃদুমন্দ বাতাস

Mourn (মৈৰ্ন)- দুঃখপ্রকাশ কৰা

Peaceful ( পিচফুল) -শান্তিপূর্ণ

Thunder  (ঠান্ডাৰ)- বজ্রধ্বনি

Cuckoo ( কুক্কূ)- বসন্তদূত

Native (নেটিভ)- স্থানীয়,  নিজৰ

Aroma আৰোমা)- সুগন্ধ

Chant (চান্ট)- সঙ্গীত

Soul ( শোল) - আত্মা

Unity (ইউনিটি) - একতা

Diversity (দাইভাৰচিটী) - বৈচিত্র্য

Spirit (স্পিৰিট্) - আত্মা

Gurgling ( গাৰ্গলিং) - কুলু কুলু কৰা

Tied - টাইড - বন্ধা

Sturdy - ষ্টাৰ্ডি - সুস্থ 

Land - লেন্ড - ভূমি

Chorus - কোৰাচ - মাত

Cuckoo - কাকো - কুলি 

Sparrows - স্পেৰ - ঘনচিৰিকা

Play - প্লে - খেলা

Treetop - ট্ৰিটপচ - গছৰ মূধচ

Shape - শ্বেপ - ৰূপ, আকাৰ, আকৃতি, গঢ়

Distant - ডিষ্টেণ্ট - আতৰত

 Roll - ৰ'ল - শব্দ 

Neighbour - নেইবাৰ - প্ৰতিবেশী

Heady - হেডি - নিচাযুক্ত

 Namghor - নামঘৰ - নামঘৰ 

Beloved - বিলভ - মৰমৰ


Nayan Jyoti Bordoloi 


My Native Land Question Answer












passages for Listening  read for pleasure