I Love my Country

মই মোৰ দেশক ভাল পাওঁ

Activities

a) Let's check our understanding:

ক) আমাৰ বুজাবুজি পৰীক্ষা কৰা যাওক:

(a) Bhogeswari Phukanani was a 

ভোগেশ্বৰী ফুকণনী  এগৰাকী-

(i) freedom fighter 

স্বাধীনতা সংগ্ৰামী 

(ii) martyr

শ্বহীদ

(iii) freedom fighter and martyr 

স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদ

(iv) volunteer

সয়নশেৱক

Ans: (iii) freedom fighter and martyr  ( স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদ )

(b) Bhogeswari Phukanani lived a peaceful life till the age of -

ভোগেশ্বৰী ফুকণনী য়ে শান্তি পূৰ্বক এটা জীৱন কতাৱ পাৰিছিল - 

(i) Sixty

৬০ বছৰ বয়সলৈকে 

(ii) fifty

৫০ বছৰ বয়সলৈকে

(iii) sixteen

১৬ বছৰ বয়সলৈকে

(iv) sixty one

৬১ বছৰ বয়সলৈকে

Ans: sixty one  ( ৬১ বছৰ বয়সলৈকে )

(c) The Quit India Movement started under the leadership of -

ভাৰত ত্যাগ  আন্দোলন কাৰ নেতৃত্বত হৈছিল -

(i) Bhogeswari Phukanani

ভোগেশ্বৰী ফুকননী

(ii) Mahatma Gandhi 

মহাত্মা  গান্ধী 

(iii) Volunteers of Barhampur 

বৰ্হমপুৰৰ সয়নশেৱক 

(iv) Pratap Chandra Sharma 

প্ৰতাপ চন্দ্ৰ শৰ্মা 

Ans: (ii) Mahatma Gandhi  ( মহাত্মা  গান্ধী )

(d) Bhogeswari Phukanani died on -

ভোগেশ্বৰী ফুকণনীৰ কেতিয়া মৃত্যু হয়-

(i) September 20,1943

চেপ্তেম্বৰ ২০,১৯৪৩

(ii) September 18,1942

চেপ্তেম্বৰ ১৮,১৯৪২

(iii) September 16,1942

চেপ্তেম্বৰ ১৬,১৯৪২

(iv) September 20, 1942

চেপ্তেম্বৰ ২০,১৯৪২ 

Ans:(iv) September 20, 1942  ( চেপ্তেম্বৰ ২০,১৯৪২ )

2. Rearrange the following sentences about the lesson in the proper sequence taking the help of information form the lesson .

দি থোৱা বাৰ্তাৰ সহায়ত বাক্য  বোৰ ভালদৰে সজায় পুনৰ লিখাঃ

a) Bhogeswari Phukanani inspired many people to join the protest rally at Barhampur.

ক) ভোগেশ্বৰী ফুকানানীয়ে বহু লোকক অনুপ্ৰাণিত কৰি বঢ়মপুৰত অনুষ্ঠিত প্ৰতিবাদী সমদলত যোগদান কৰে।

b) When he recovered , he shot her with his pistol from a close range and she died .

খ ) যেতিয়া তেওঁ সুস্থ হৈ উঠে তেতিয়া তেওঁ তাইক ওচৰৰ পৰা পিষ্টলেৰে গুলীয়াই হত্যা কৰে আৰু তাইৰ মৃত্যু হয় ৷

c) She soon became the leader of the women's wing of the movement in Barhampur .

গ) অতি সোনকালেই তাই বেৰহামপুৰত আন্দোলনৰ মহিলা শাখাৰ নেত্ৰী হৈ পৰে ৷

d) When thousands joined the Quit India Movement in 1942,Bhogeswari Phukanani could not remain idle.

ঘ) ১৯৪২ চনত যেতিয়া হাজাৰ হাজাৰ লোক ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল,তেতিয়া ভোগেশ্বৰী ফুকাননী অচল হৈ থাকিব পৰা নাছিল।

e) Bhogeswari Phukanani started beating the officer with the pole of her flag .

ঙ) ভোগেশ্বৰী ফুকানানীয়ে নিজৰ পতাকাৰ খুঁটাৰে বিষয়াগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰিলে ৷

f)  Bhogeswari Phukanani was leading a peaceful family life with six sons and two daughters.

চ) ভোগেশ্বৰী ফুকানীয়ে ছয়জন পুত্ৰ আৰু দুগৰাকী কন্যা লৈ শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন যাপন কৰি আছিল।

g) At the rally, a British officer tried to take away the flag from Ratnamala forcefully. 

ছ) ৰেলীত এজন ব্ৰিটিছ বিষয়াই বলপূৰ্বকভাৱে ৰত্নমালাৰ পৰা পতাকা কাঢ়ি নিবলৈ চেষ্টা কৰিছিল।

Ans:  Bhogeswari Phukanani was leading a peaceful family life with six sons and two daughters.

ভোগেশ্বৰী ফুকননীয়ে ৬জন পুত্ৰ আৰু ২ গৰাকী জীয়ৰীৰ লগত এখন শান্তি পুৰ্বক পৰিয়ালেৰে জীৱন যাপন কৰি আছিল ।

When thousands joined the Quit India movement in 1942 ,  Bhogeswari Phukanani could not remain idle.

যেতিয়া 1942 চনত হাজাৰ জনে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল , ভোগেশ্বৰী ফুকণনী পাছ পৰি থাকিব নোৱাৰিলে । 

 She soon became the leader of the women's wing of the movement in Barhampur .

তেওঁ সোণকালেই আন্দোলনত নাৰীৰ সকলৰ নেতা হ'ল বৰ্হমপুৰত । 

 Bhogeswari Phukanani inspired many people to join the protest rally at Barhampur .

ভোগেশ্বৰী ফুকণনীয়ে বহু সংখ্যক মানুহকে বৰ্হমপুৰৰ প্ৰতিবাদ ৰেলিত যোগদান দিবলৈ প্ৰেৰণা জগালে । 

At the rally , a British officer tried to take away the flag from Ratnamala forcefully . 

ৰেলিত এজন ব্ৰিটিছ চাহাবে ৰত্নমালাৰ পৰা পতকা খন পতকা খন জুৰ জবৰ তানি নিয়াৰ প্ৰচেষ্টা চলালে । 

 Bhogeswari Phukanani started beating the officer with the pole of her flag. 

ভোগেশ্বৰী ফুকননীয়ে চাহাব জনক পতকা খনৰ লাখুতি ডালৰে মাৰিবলৈ ধৰিলে । 

When he recovered , he shot her with his pistol from a close range and she died . 

যেতিয়া তেওঁ সুস্থ হ'ল , তেওঁ নিছেই কাষৰ পৰা তেওঁক (ভোগেশ্বৰী ফুকননীক ) পিষ্টলৰে গুলীয়াই দিলে আৰু তেওঁৰ মৃত্যু হ'ল । 

3. (a) Here are the meanings of some new words you read in the lesson:

তোমালোকে পাঠ টোত পঢ়া কিছুমান নতুন শব্দৰ অৰ্থ দিয়া হৈছেঃ 

martyr: one who dies or suffers greatly for great cause

মাৰ্তায়াৰ ঃ যি মৃত্যুক আকোবালী লয় নাইবা কিবা ভাল কমিৰ কাৰণে পীড়া ভোগে ।

rally: a large public meeting

ৰেলিঃ এখন ডাঙৰ ৰাজহুৱা সভা  

disperse: to move apart and go away in different directions 

দিচ্পাৰ্চঃ বেলেগ হোৱা আৰু বেলেগ পথেৰে যোৱা 

(b) Fill in blanks to check your understanding:

কিমান কি বুজিলো তলৰ খালী ঠাই বোৰ পূৰ কৰি গম লোৱাঃ  

(i) A   rally was organised in protest against British rule.

ব্ৰিটিছ শাসনৰ বিৰোধে এখন ৰেলিৰ আয়োজনে কৰা হৈছিল ।  

(ii) The police  dispersed the crowd.

পুলিছে ভীৰ টোক আতৰাই দিলে । 

(iii) Bhogeswari Phukanani was a freedom fighter and she died a  martyr's  death.

ভোগেশ্বৰী ফুকণনী এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁ শ্বহীদ হ'ল । 

4. Now look at the dictionary to find out the meanings of the following words. write them in the space given: 

তলত দিয়া শব্দ কেইতাৰ অৰ্থ dictionaryত চাই তলৰ খালী ঠাই খিনিত লিখা :

Ban: Officially or legally prohibit something 

বেনঃ অধিকাৰীকভাৱে বা আইন গত ভাৱে এটা বহু নিষেধ কৰা 

Calm: not showing strong emotions 

কামঃ মজবুত ভাৱনা বোৰক নেদেখোৱা .

Lap: the flat area between the waist and knees of a seated person .

লেপঃ ককাল আৰু আঁঠুৰ মাজৰ সমান ঠাই খিনি এজন বহি থকা ব্যক্তিৰ । 

Unconscious: Not aware

আনকনছিয়াছঃ অৱগত নোহোৱা 

5. Look at the pictures . They are all freedom fighters . Can you match their with the pictures ? Now say a few sentences about a freedom fighter that you Know:

ছবিবোৰ চোৱা। তেওঁলোক হৈছে সকলো স্বাধীনতা সংগ্ৰামী। তুমি ছবিবোৰৰ সৈতে সেইবোৰ মিলাব পাৰিবনে? এতিয়া তুমি জনা এজন স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কেইটামান বাক্য লিখা।

Mohandas Karamchand Gandhi
                         

Kanaklata Barua

Sarojini Naidu

                                             
 Kushal Konwar
                                         


 Bhagat Singh 

Ans:- Kushal Konwar was an Indian Assamese freedom fingter who was hanged by British. He was born on march 21st, 1905, in Jorhat. During the QUit Indian Movement konwar was charged at consperacy and  train subotage by British and hanged. Kushal Konwar  was a brave son of soil of Assam.

কুশল কোঁৱৰ এজন ভাৰতীয় অসমীয়া স্বাধীনতা ৰক্ষক আছিল যাক ব্ৰিটিছে ফাঁচী দিছিল। ১৯০৫ চনৰ ২১ মাৰ্চত যোৰহাটত তেওঁৰ জন্ম হৈছিল। ভাৰত ত্য়াগ আন্দোলনৰ সময়ত তেওঁক ষড়যন্ত কৰা আৰু ৰেল বগৰোৱাৰ অপৰাধত  ইংৰাজে ফাঁচী দিয়া হৈছিল। কুশল কোঁৱৰ অসমৰ মাটিৰ এজন সাহসী সন্তান আছিল।

6. Listen to your teacher read and tell you more about our freedom fighters. As you listen , fill in the blanks in the sentences: Complete the following sentences by noting the correct words as you listen:

তোমালোকৰ শিক্ষকে পঢ়া আৰু কোৱা আমাৰ স্বাধীনতা সংগ্ৰামী সকলৰ বিষয়ে শুনা । শুনাৰ পাছত তলৰ বাক্য সমূহৰ খালী ঠাই পূৰণ কৰা । 

(a) Kanaklata Barua was an Indian freedom fighter form  Assam  .

কনকলতা বৰুৱা এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল অসমৰ । 

(b) The Quit India Movement started in 19 42  .

ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ১৯ ৪২ চনত ।

(c) Kushal Konwar was a freedom fighter.

কুশল কোঁৱৰ এজন স্বাধীনতা সংগ্ৰামী আছিল

(d) Mohandas Karamchand Ganddhi is better known as Bapu  .

মোহনদাস কৰমচন্দ গান্ধীয় বাপু বুলিও জনা গৈছিল ।

(e) Bhagat Singh is often referred to as Shahid  Bhagat Singh .

ভগত সিং ক প্ৰায় শ্বহিদ ভগত সিং ৰূপে জনা যায় ।

(f) Sarojini naidu was a nationalist and freedom fighter .     

সৰোজিনী নাইডু এগৰাকী জাতীয়তাবাদী আৰু স্বাধীনতা সংগ্ৰামী আছিল ।

7. Let's read to know some interesting events of Gandhiji's life .

গান্ধীৰ জীৱনৰ কিছুমান ৰোমাঞ্চক ঘটনা জানিবলৈ পঢ়ো আহাঃ 

O Gandhiji went to South Africa to practise law. But soon he found his practice disgusting. He then decided to work for the common people. He led a very simple life. He used to wash his own clothes and do other household chores with his wife, Kasturba. They washed dishes and even cleaned their own toilets themselves. Many Indian and European guests used to come to their house. The new guests did not know about their system and so sometimes Kasturba had to clean toilets for their guests. One day she said, "Why should I clean the toilets of others? I hate doing it." "Are you sure you won't do it? I'll do it then," said Gandhi. Tears rolled down from Kasturba's eyes. She realized her fault. 

গান্ধীজি দক্ষিণ অফ্ৰীকা লৈ আইনৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল । কিন্তু বহুত সোনকালেই তেওঁ নিজৰ প্ৰশিক্ষণ টোক ঘৃণা কৰিব ল'লে । তাৰপাছত তেওঁ সাধাৰণ মানুহৰ বাবে কাম কৰাৰ সিদ্ধান্ত ল'লে । তেওঁ এটা সৰল জীৱন যাপন কৰিছিল । তেওঁ নিজৰ কাপোৰ কানি নিজেই ধুইছিল আৰু নিজৰ পত্নী কস্তুৰৱাৰ লগত আন আন ঘৰৰ কাম কৰিছিল । তেওঁলোকে দিছ বোৰ ধুইছিল আৰু নিজৰ শৈচালয় ও নিজেই চাফা কৰিছিল । বহু ভাৰতীয় আৰু ইউৰপিয়ান আলহী তেওঁলোকৰ ঘৰলৈ আহে । নতুন আলহীয়ে তেওঁলোকৰ ঘৰৰ পদ্ধতি টোৰ কথা গম পোৱা নাছিল আৰু সেইবাবে কস্তুৰৱাই তেওঁলোকৰ আলহীৰ কাৰণে শৌচালয় চাফা কৰিব লগা হয় । এদিন তেওঁ ক'লে ''মই কিয় লোকৰ কাৰণএ শৌচালয় চাফা কৰিম ?''মই এইটো কৰি বেয়া পাওঁ । ''তুমি সটাই কৈছা নে তুমি এিয়া নকৰা ? মই কৰিম তেনেহলে '',গান্ধীয়ে ক'লে । কস্তুৰৱাৰ চকুয়েদি চকলো বই গ'ল । তেওঁ নিজৰ ভূলৰ অনুভৱ কৰিলে । 

Gandhiji always wanted to do something good. Once a leper came to his door. He offered him shelter, dressed his wounds, and began to look after him. Later on, he sent him to a hospital. Gandhiji used to work a few hours in a hospital daily. It brought him to a close touch with the suffering Indians. Most of them were labourer. This experience inspired Gandhji to work for the common people in India. 

গান্ধীজীয়ে সদায় কিবা এটা ভাল কাম কৰিব বিচাৰিছিল । এবাৰ এজন কুষ্টৰুগী তেওঁৰ ঘৰলৈ আহিল । তেওঁ ( গান্ধীয়ে) মানুহ জনক থাকিবলৈ ঠাই দিলে , তেওঁৰ গা বোৰত মলম লগালে আৰু তেওঁক চোৱা চিতা কৰিব ললে । পিছত , গান্ধীয়ে তেওঁ এখন হাস্পতাললৈ পহিয়ালে । তেওঁ সদায় এক ঘন্টা হাস্পতালত কাম কৰে । ইয়ে তেওঁক পীড়িত ভাৰতীয়ৰ লগত আত্মমীয়া সম্পৰ্ক লৈ আনিলে । তেওঁলোকৰ ভিতৰত অধিকাংশ মজদুেৰ আছিল। এই অনুভৱ টোৱে তেওঁক ভাৰতত সাধাৰম মানুহ ৰ কাৰণে কাম কৰিবলৈ প্ৰেৰণআ জগালে । 

Work in groups and try to collect information of other freedom fighters . Share the interesting events or incidents with other groups.

গোটত কাম কৰক আৰু আন স্বাধীনতা সংগ্ৰামীসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক ৷ আমোদজনক অনুষ্ঠান বা ঘটনাবোৰ আন গোটৰ লগত শ্বেয়াৰ কৰক।

8. (a) Some of the words in the passage are missing . Read the passage carefully and complete it with suitable words from the box:  

৮) (ক) অংশটোৰ কিছুমান শব্দ নোহোৱা হৈছে ৷ অংশটো ভালদৰে পঢ়ক আৰু বাকচৰ পৰা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰক:

freedom, brave, love, won, pride, work, rule, sacrificed

স্বাধীনতা, সাহসী, প্ৰেম, জয়ী, অহংকাৰ, কাম, শাসন, ত্যাগ

 Once India was under the rule  of the British. Many brave men and women fought for its freedom  . Some of them even sacrificed their lives. They did this out of their love for the country. The freedom of our country was won after a lot of hard work and sacrifice. We should take pride in their sacrifice. Freedom is precious. 

এবাৰ ভাৰত ব্ৰিট্ৰচ শাসনৰ অধীনত আছিল । বহু বীৰ পুৰুষ আৰু মহিলাই ইয়াৰ স্বাধীনতাৰ বাবে যুদ্ধ কৰিলে । তেওঁলোকৰ বহু জনে আনকি নিজৰ জীৱন ও ত্যাগ কৰিলে । তেওঁলোকে দেশৰ কাৰণে থকা ভালপোৱাৰ কাৰণ এইখিনি কৰিলে । আমৰ দেশৰ স্বাধীনতা বহুত কষ্ট আৰু বলিদানৰ পাছত পোৱা গৈছে ।আমি তেওঁলোকৰ বলিদান ৰ ওপৰত গৰ্ব কৰিব লাগে । স্বাধীনতা অমূল্য ।  

(b) Now, think and write how you can show your love for your country: 

এতিয়া ভাবা আৰু লিখা যে কেনেকৈ তুমি তোমাৰ দেশ খনৰ বাবে থকা ভালপোৱা দেখাৱ পাৰিৱা ঃ 

Ans: (i) Frist, we should respect our country. 

প্ৰথমে, আমি আমাৰ দেশক সন্মান কৰিব লাগিব । 

(ii) We should respect our fighters who protects us from other country. 

আমি আমাৰ যুদ্ধা বোৰক সন্মান কৰিব লাগে যিয়ে আমাক বাকি বোৰ দেশৰ পৰা সুৰক্ষীত কৰে । 

(iii) We should stay nicely with our country people. 

আমি আমাৰ দেষৰ মানুহ বোৰৰ লগত ভালদৰে থাকিব লাগে । 

(iv) We should not do such thing which can harm our nation. 

আমি এনেকুৱা একো কামেই কৰিব নালাগে যাৰ বাবে আমাৰ দেশ খনৰ ক্ষতি হয় । 

(v) We should learn from our past freedom fighters.

আমি আমাৰ আগৰ স্বাধীনতা সংগ্ৰামী সকলৰ পৰা শিকিব লাগে । 

10. Let's practise some grammar.

আহা অলপ ব্য়াকৰণৰ অভ্যাস কৰোঁ । 

Work in groups. Read the lesson quickly once more and find words that describe Bhogeswari Phukanani, such as `freedom fighter' and `noble'. Then put all the words in the columns below. One has been done for you.

গ্ৰুপ বনোৱা । পাঠটি আকৌ এবাৰ পঢ়া আৰু ভোগেশ্বৰী ফুকণনীক বাখ্যা কৰা শব্দ কেইতামান বাচি উলিওৱা যেনে 'স্বাধীনতা সংগ্ৰামী 'আৰু মহান । তাৰপাছত সকলো শব্দ কলম টোত একেলগে বহুৱা । এটা তলত কৰি দিয়া হৈছেঃ

Nouns ( বিশেষ্য )

Adjectives ( বিশেষণ )

Verbs ( ক্ৰিয়াপদ )

Freedom fighter 

( স্বাধীনতা সংগ্ৰামী )

Martyr ( শ্বহীদ )

Freedom ( স্বাধীনতা )

British officer(ব্ৰিটিছ বিষয়া)

Noble ( নোবেল )

Peaceful ( শান্তিপূৰ্ণ )

Eagerly ( আগ্ৰহেৰে )

disperse ( বিক্ষিপ্ত কৰা )

Fought ( কাজিয়া লাগিছিল)

Living ( জীয়াই থকা )

Inspiring ( প্ৰেৰণাদায়ক )

Gather ( গোটোৱা )

 11. What do you learn from Activity 10? Word classes like nouns, adjectives, verbs and adverbs are words that carry the meaning of a sentence. Word classes like prepositions, articles or conjunctions support the words that carry meaning. Now let us look at a few more adjectives. Let us look at the uses of few and little in these sentences: 

একটিভিটি 10ৰ পৰা কি শিকিলা ? শব্দৰ ক্লাচ যেনে নাওঁন , এদজেকটিভ ভাৰ্ব আৰু এদভাৰ্ব এনেকুৱা শব্দ যিয়ে এটা বাক্যৰ অৰ্থ প্ৰকাশ কৰে । শব্দৰ ক্লাছবোৰ যেনে প্ৰিপ'জিচন , আতিকল বা কনজাংচন সেই শব্দ কেইতাৰ সাৰথী হয় যি কেইতামান অৰ্থ প্ৰকাশ কৰে । এতিয়া আহা আৰু কেইতামান এদজেকটিভৰ উদাহৰণ চাওঁ । Few আৰু little বাক্যত কেনেদৰে ব্যৱহাৰ হয় চাওঁঃ

(a) We use few before a countable noun to mean there is hardly any number of something and little to mean there is hardly any amount of something. 

আমি  few ব্যৱহাৰ কৰো countable noun (গননীয় সংজ্ঞা) ৰ আগত এইতো বুজাৱলৈ যে তাত অলপ সংখ্যাৰে(মানে নাই বুজাবলৈ) হে বস্তু আছে আৰু little এইটো বুজাই যে তাত কম পৰিমানে (মানে নাইয়ে) হে বস্তু আছে । 

(i) There are few girls in the class. 

ক্লাছ টোত অলপমাম হে ছোৱালী আছে ।

(ii) I have little time to spare as I am very busy.

মোৰ অলপ সময় হে আছে মাত্ৰ ক্ষতি কৰিবলৈ কিয়নো মই বহুত ব্যস্ত । 

 (b) We use a few to mean a small number of something and a little to mean a small amount of something.

আমি a few ব্যৱহাৰ কৰোঁ এইটো বুজাবলৈ যে এটা সৰু সংখ্যক বস্তু আছে আৰু a little ব্যৱহাৰ কৰোঁ এইটো বুজাবলৈ যে এটা পৰিমাণৰ বস্তু আছে । 

 (i) There are a few books on the table. 

তেবুল খনৰ কিছুমান কিতাপ আছে ।

(ii) There is a little milk in the cup, you can take it.

কাপ টোত অলপমান গাখীৰ আছে , তুমি ল'ব পাৰো ।

 (c) We use the few to refer to whatever number of something is there and the little to refer to whatever amount of something is there. 

আমি the few ব্যৱহাৰ কৰো য'ত যিমান সংখ্যাৰ হ'লেও বস্তু আছে বুজাই আৰু the little ব্যবহাৰ কৰোঁ য'ত যিমান পৰিমাণৰ হ'লেও বস্তু আছে বুজাই ।

(i) I rely on the few friends I have. 

মই মোৰ যি কেইজন বন্ধু আছে তেওঁলোকৰ এপৰত ভৰষা কৰোঁ । 

(ii) The little water in the bucket is muddy. sm. 

বাল্টীত থকা অলপ পানী লেতেৰা ।

Fill in the blanks with few, a few, the few, little, a little or the little:

খালী ঠাই পূৰ কৰা এইকেইতা ব্যৱহাৰ কৰি ঃ

 (i) There is a little milk in the pot; it should be enough for your cup of tea.

পাত্ৰ টোত অলপ মান গাখীৰ আছে , তোমাৰ একাপ চাহৰ কাৰণে এইখিনিয়েই যথেষ্ট । 

 (ii) I have little time for a cup of tea; I have to rush back to office. 

মোৰ চাহ কাপৰ বাবে অলপ সময় হে আছে , মই অতি সোনকালে অফিছলা যাব লাগিৱ ।

(iii) I bought a few books from the book fair. I wanted to buy more, but I did not have enough money. 

মই বুক ফেয়াৰৰ পৰা কিছু কিতাপ লৈছো . আৰু মোৰ আৰু কিনিব মন আছিল . কিন্তু মোৰ হাতত সিমান পইচা নাছিল ।

(iv) The train stopped for a few minutes, so I managed to go out and buy a bottle of water.

ৰেল খন অলপ মিনিটৰ কাৰণে ৰৈ গ'ল , সেইবাবে মই বাহিৰলৈ যাব পাৰিলো আৰু এক বটল পানী কিনিবলৈ সক্ষম হ'লো ।

 (v) There were a few  boys in the room; it was mostly filled with girls. 

কোঠালী টোত কিছুমান হে ল'ৰা আছিল । তাত বেছিভাগ ছোৱালীৰে ভৰি আছিল  । 

12. Read the following paragraph.

পেৰাগ্ৰাফ টো পঢ়া ঃ

 When Bhogeswari Phukanani led the crowd of freedom fighters at the public rally, the people were carrying flags in their hands. The organizers had asked everyone to bring flags. Many volunteers brought some extra flags to the rally. 

যেতিয়া ভোগেশ্বৰী ফুকনীয়ে সাৰ্বজনিক ৰেলীত স্বাধীনতা সংগ্ৰামীৰ ভীড় নেতৃত্ব কৰিছিল , মানুহবোৰে হাতত পতকা তুলি  লৈছিলল । আয়োজকে কেইজনে সকলোকে পতকা আনিবলৈ কৈছিল । কেবেজন সয়নসেৱকে ৰেলী লৈ কিছু অতিৰিক্ত পতকা আনিলে । 

Talk to your friend and find out the colours of our National Flag. Do you know what the different colours of the national tricolour stand for? 

তোমাৰ বন্ধুৰ লগত কথা পাতা আৰু আমাৰ জাতীয় পতকাৰ কেইতা ৰং আছে উলিওৱা তোমালোকে জানালে যে জাতীয় পতকাৰ বিভিন্ন ৰং বোৰৰ মহত্ব কি ? 

 The top band is saffron in colour and stands for strength and courage. The white middle band with the Dharma Chakra indicates peace and truth. The last band is green in colour. It stands for fertility, growth and auspiciousness of the land.

শীৰ্ষ বেন্দ গেৰুৱা ৰং ৰ আৰু শক্তি আৰু সাহস ৰ প্ৰতিক । ধৰ্ম চক্ৰ ৰ লগত বগা মধ্য বেন্দএ শান্তি আৰু সত্যতাৰ ইংগিত কৰে ।শেষৰ বেন্দ ডাল সেউজীয়া ৰংৰ । ই ভূমিৰ উৰ্বৰতা । বৃদ্ধি আৰু কল্যাণময় ৰ প্ৰতিক । 

 Ask your elders and learn more about our National Flag.

আপোনাৰ বয়োজ্যেষ্ঠসকলক সুধিব আৰু আমাৰ জাতীয় পতাকাৰ বিষয়ে অধিক জানক।

 13. Fun Time

১৩) মজাৰ সময়

 • Use chart paper, colour pencils, glue and sticks and make your national flag. 

• চাৰ্ট পেপাৰ, ৰঙীন পেঞ্চিল, আঠা আৰু লাঠি ব্যৱহাৰ কৰি নিজৰ জাতীয় পতাকা বনাওক।

• Take out a class rally in your playground with one of you playing the role of Bhogeswari Phukanani. The rest can be the other freedom fighters who joined the rally. 

• আপোনালোকৰ মাজৰ এজনে ভোগেশ্বৰী ফুকাননীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ খেলপথাৰত ক্লাছ ৰেলী এখন উলিয়াই লওক। বাকী সকল হ’ব পাৰে আন আন স্বাধীনতা সংগ্ৰামীসকল যিসকল ৰেলীত যোগদান কৰিছিল।

14. Recite: 

১৪) আবৃত্তি কৰা:

My Land 

(মোৰ ভূমি)

She is a rich and rare land:

তেওঁ এখন সমৃদ্ধ আৰু দুৰ্লভ ভূমি 

 Oh! she's a fresh and fair land;

অ'হ! তেওঁ এখন তাজা আৰু উচিত ভূমি 

 She is a dear and rare land 

তেওঁ এখন প্ৰিয় আৰু দুৰ্লভ ভূমি

This native land of mine

এইখন মোৰ জনমভূমি 

 No men than hers are braver

তেওঁৰ বাহিৰে কোনো পুৰুষ বীৰ নহয় 

Her women's hearts ne'er waver; 

তেওঁ মহিলাৰ অন্তৰত খং আছে

I'd freely die to save her 

মই তেওঁ বছাবলৈ স্বাধীন ভাৱে মৰি যাম 

And think my lot divin 

আৰু মোৰ পৰমআত্মাৰ কথা ভাৱিম 


- Thomas Osborne Davis 


Mayuri Saikia