I Love My Country
Word Meaning
Page No : 93 (word meaning)
1. Freedom Fighter (ফ্ৰিডম ফাইটাৰ) - মুক্তিযঁজুৰু
2. Noble (নোবল) - মহৎ
3. Parents (পেৰেন্টচ) - মা বা দেউতা
Page No : 94 (word meaning)
4. Peaceful (পিচফুল) - শান্তিপূৰ্ণ
5. Turn (টাৰ্ণ) - পাক
6. Movement (মুভমেন্ট) - চলাচল
7. Peak (পিক) - শিখৰ
8. Quit (কুইট) - এৰা , ত্যাগ কৰা
9. Streets (স্ট্ৰিটচ) ৰাস্তা
10. Join ( জইন) - যোগ দিয়া
11. Leader (লিডাৰ) - নেতা
12. Wing (ৱিঙ) - ডেউকা
13. Eagerly (ইগাৰলি) - আগ্ৰহেৰে
14. Impose (ইম্পোজ) - জাপি দিয়া
15. Ban (বেন) - নিষিদ্ধ কৰা
16. Protest (প্ৰটেষ্ট) - প্ৰতিবাদ
17. Rally (ৰেলী) - সমদল
18. Organized (অৰগেনাইজ) - আয়োজন কৰা
19. Gathered (গেদাৰড) - গোট খাইছিল
20. Preside (প্ৰিচাইড) - সভাপতিত্ব কৰা
21. Troops of soldiers (ট্ৰুপচ অৱ চোলজাৰচ) - সৈন্যদল
22. Arrive (এৰাইভ) - আগমন
23. Disperse (ডিসপাৰচ্) - ছত্ৰভংগ দিয়া
24. Arrest (এৰেষ্ট) - গ্ৰেপ্তাৰ কৰা
25. Crowd (ক্ৰাউড) - মানুহৰ ভিৰ
26. Fifty (ফিফটি) - পঞ্চাশ
27. Began (বিগান) - আৰম্ভ কৰিছিল
28. Meeting ground (মিটিঙ গ্ৰাউণ্ড) - সভাথলী
29. Force (ফৰ্চ) - বল , বাহিনী
30. Flag (ফ্লগ) - পতাকা
31. Forcefully (ফৰ্চফুলী) - জোৰেৰে
32. Calm (কাম) - শান্ত হৈ থকা
33. Beat (বিট) - প্ৰহাৰ কৰা
34. Pole (পোল) -খুটি
35. Unconscious (আনকনচিয়াচ) - অচেতন
36. Recover (ৰিকভাৰ) - গুৰাই লোৱা , সুস্থ হোৱা
37. Insult (ইনচাল্ট) - অপমান
38. Anger (এংগাৰ) - খঙ
39. Close range (ক্লেজ ৰেঞ্জ) - ওচৰত পৰা
40. Shot (চট) - গুলিয়াইছিল
41. Lap (লেপ) - কোলা
42. Breathed her last (ব্ৰিথেদ হাৰ লাষ্ট) - শেষ উশাহ লোৱা
43. Martyr (মাৰ্টিয়াৰ) - শ্বহীদ