Chapter 5

 A Holiday in Delhi 
দিল্লীত এটা ছুটী


Do you recognise the pictures given below? They are all places of historical importance and tourist interest in Delhi. Their names are given in jumbled order. Working in pairs, find out their names and write them in the space given below. 

তলত দিয়া ছবিখন চিনিব পাৰিছানে? সেইবোৰ সমস্ত দিল্লীৰ গুৰুত্ব আৰু পর্য্যটক ইতিহাস-ভিত্তিক স্থান। সিহঁতৰ নামবোৰ খেলিমেলিকৈ দিয়া হৈছে। যোৰা হয় কার্য কৰা, আৰু বিচৰা সিহঁতৰ নাম  সমূহ আৰু তলত দিয়া ঠাইখিনিত সিহঁতৰ বিষয় লিখি দিয়া।
 
Would you like to visit the city during your holidays?

তোমালোকে বন্ধত ফুৰিবলৈ যাব বিচৰানে এই নগৰ বিলাকৰলৈ?

Let us now read about a trip to Delhi by two young children Rishov and Rishika.

আহা আমি এতিয়া পঢ়ো দুই শিশুৰ ঋষভ আৰু ঋষিকা  দিল্লীৰ ভ্রমণ সম্পর্কে এটা যাত্রা চমু।

It was a lovely October morning. ‘Delhi is so beautiful!’ thought Rishov as he looked out of the window of the speeding bus.

এটি সুন্দৰ অক্টোবৰ পুৱা। ‘দিল্লীখন কি সুন্দৰ ঠাই’ ঋষভৰ মনৰ ভাব যেতিয়া সি খিৰিকীৰে চলি থকা বাছৰ পৰা চাইছিল।

How he and his sister Rishika had pestered their parents for a holiday trip to Delhi! “Father, let us go to Delhi for the Puja holidays, “Rishika had pleaded. Rishov and his mother had fully supported her. “Don’t say no,” she had begged her father. Rishov fondly recalled that father had been rather reluctant that day. “What about your exams in November?” he asked. But they had noticed a smile on his lips. 

কেনেদৰে সি আৰু তাৰ ভনিয়েক ঋষিকাই সিহঁতৰ মাক-দেউতাকক দিল্লি যাত্রালৈ উপপ্লুত কৰালে। “দেউতা, বলা আমি দিল্লী ফুৰিব যাও এই পূজা বন্ধত,” ঋষিকাই আত্মসমর্থনেৰে ক’লে। ঋষভ আৰু তাৰ মাকে তাইক পুৰা অনুমতি দিলে। “না নকবা দেউতা,” তাই ভিক্ষা কৰা নিচিনাকে ক’লে। ঋষেভ  সেইদিনা দেউতাকঅনিচ্ছুক কৰি থাকোতে আকৌ মৰেমেৰ কলে। “নবেম্বৰত তোমাৰ পৰীক্ষা সম্পর্কে কি?” দেউতাকে সুধিলে। কিন্তু সিহঁতে মুখত মিচিকিয়া হাঁহি দেখিছে।

“Don’t worry, Father. Rishika will do well,” Rishov recalled saying. “And so will I.” Their mother too was on their side and ultimately father had agreed.

“ভয় নাখাবা, দেউতা ঋষিকাই ভাল কৰিব,” ঋষভে বাৰে বাৰে কই আছে. “তেনেকে ময়ো কৰিম.” সিহঁতৰ মাকেও সিহঁতৰ ফালে হৈছে সেইকাৰণে দেউতাক গৃহীত হ’ল।

“We’ll go by air, Father,” Rishika had pleaded. “Say yes again!”

“আমি বায়ু দিয়ে যাম, দেউতা,”ঋষিকাই আত্মসমর্থনেৰে ক’লে।  “আকৌ হ’ব কোৱা দেউতা!”

“OK,” said father with a mischievous smile. 

“হব,” দুষ্টুমি হাঁহিৰে ক’লে।

Tickets were arranged, two rooms were booked in a good hotel and the trip calked out in no time. Three days later they were in Maple Inn, a lovely hotel in South Delhi. It was a nice hotel with lavish lawns and a wonderful complimentary buffet breakfast.

 টিকটৰ আয়োজন কৰিলে, দুটা ৰুম ব্যস্ত কৰালে এখন ভাল হোটেলত। তিনি দিনৰ পাছত সিহঁতে মেপল ইন নামৰ  সাউথ দিল্লীৰ এখন ভাল হোটেলত থাকিল যত অত্যাধিক পৰিমাণৰ ঘাঁহনি ঢকা অন্ঞ্বল আৰু প্ৰশংসামূলক মধ্যাহ্নভোজন আহাৰ।

Everything about Delhi amazed Rishov and especially Rishika. There was so much to see! The huge structure of the Red Fort amazed them. Rishika recognised the India Gate and shouted to her father excitedly, “Father, look!” Then, this morning they were on a luxury bus to Agra. They couldn’t afford to miss the Taj Mahal. 

দিল্লীৰ প্রতিটো বস্তুৱে ঋষভ আৰু ঋষিকাক বিষময়াভিভূত কৰালে। তাতে চাব লগা বহুত বস্তু আছে! প্রকাণ্ডৰে সংগ্রথন কৰা ৰেড ফোর্টে সিহঁতক বিষময়াভিভূত কৰালে। ঋষিকাই ইণ্ডীআ গেট দেখি চিনাক্ত কৰি উত্তেজিত হৈ চিঞৰি ক’লে, “দেউতা, চোৱা!” তাৰ পাছত সেই পুৱা সিহঁতে বিলাসিতা বাছেৰে আগ্র গল। সিহঁতে তাজমহল চোৱা লক্ষ্য ভ্ৰষ্ট কৰিব বিচৰা নাই।

The bus sped on and Rishov felt wonderful. Suddenly he saw something on the floor of the bus below his seat. He bent down and picked up a wallet lying on the floor. 

যিমানে বাছখন বেগেৰেগৈছে সিমানে ঋষভে অত্যুত্তম হৈছে। হঠাতে সি দেখিলে কিবা বস্তু এটা তাৰ চকীৰ তলত বাছৰ মজিয়াত পৰি আছিল। সি তলমূৰহৈ মজিয়াৰ পৰা টকা মোনাটো তুলিলে।

Father, sitting beside him, was as usual, fast asleep. He always slept in cars and buses while travelling. Mother no longer got embarrassed by Father’s habit. Rishov woke him up and showed him the wallet. “Father, this wallet was lying under my seat.” 

তাৰ কাষত দেউতাক নিদ্রাত মগ্নহৈ ভি আছিল। তেখেতে সদায় গাড়ী বা বাছত যাত্রা কৰিলে শুই গৈছিল। দেউতাকৰ এনে অভ্যাসৰ কাৰণে মাক কেতিয়াও লাজত বিব্রত হোৱা নাছিল। ঋষভে দেউতাকক জগোৱাই টকা মোনাটো দেখোৱাই ক’লে তাৰ চকীৰ তলত মজিয়াত এই টকা মোনাটো শায়িত হৈছে।

“I see. Open it and see if you can find any card to trace the owner,” he said.

দেউতাকে ক’লে “মই দেখিলো।  সেইটো খোলি চোৱা আৰু বিচৰা তাত কিবা শক্ত্ কাগজ আছে নেকি  যাৰ যোগেদি মালিকক বিচাৰিব পাৰি।

“There’s a lot of money, Father,” Rishov said.

“দেউতা, ইয়াত বহুত টকা আছে,” ঋষভে ক’লে।

“is there? The wallet must be returned. See if you find something about the owner.”

"তাত আছেনেকি? তেনতে টকা মোনাটো ঘূৰাই দিব লাগে। চোৱা তাত কিবা আছে নেকি মালিকৰ বিষয়।“

“Look, father! There’s a slip of paper with a few telephone numbers and one number marked as ‘my number’ inside a pocket of the wallet,” he told his father.

“চোৱা দেউতা!টকা মোনাটো ভিতৰত সমান্য কাগজ আছে য’ত কিছুমান ফোন নম্বৰ আৰু এটা নম্বৰ আছে যোনটো “মোৰ নম্বৰ” বুলি চিন দিয়া আছে,” সি দেউতাকক ক’লে।

“Shall we ring the person up?” Rishov said. “You try, Rishov,” father said. Rishov dialled the number from his father’s mobile phone. A voice replied, “Hello! I’m Rishov Baruah from Guwahati. My younger sister, my parents and I are travelling from Delhi to Agra on a bus. I found a wallet under my seat. Is it yours, by any chance?” 

“আমি ফোন বজাব পাৰো নে?” ঋষভক’লে. “তুমি চেষ্টা কৰা ঋষভ,” দেউতাকে ক’লে। ঋষভে দেউতাকৰ ফোনেৰে সংখ্যা বিশিষ্ট কৰিলে। কোনোবাই মাত মাতি উত্তৰ দিলে,” হেলো! মই ঋষভ বৰুৱা গুৱাহাটী পৰা। মোৰ সৰু ভগ্নী আৰু পিতৃ-মাতৃ লগত দিল্লীৰ পৰা আগ্রালৈ বাছেৰে যাত্রা কৰিছলো তেতিয়া মই মোৰ চকীৰ তলত টকাৰ মোনা এটা পাইছিলো। হঠাৎ, সেইটো আপোনাৰ হয় নে?

“Yes, it is! You don’t know how worried I was! I had my ATM card, my driving licence and my PAN card inside the wallet. There was some money as well.”

হাঁ, এইটো মোৰ! তুমি ভাবিব নোৱাৰা মই কিমান দুশ্চিন্তিত হৈছিলো! তাৰ ভিতৰত মোৰ এটিএম কার্ড, মোৰ ড্রাইভিং লাইসেন্স আৰু মোৰ পান কার্ড সোমাই আছে। তাত আৰু বহুত টকা পইছাও আছে।“

Rishov told him that they were visiting Agra and would be stopping at the Taj Mahal area. He gave the man the number of the bus. He also described the colour and model of the bus. He told Mr. Sharma that they should be in Agra in an hour’s time. If he could come up to the tourist bus stop near the Taj Mahal, Rishov would hand over the wallet to him. Meanwhile, they would keep contact over the mobile phone. 

ঋষভে ক’লে সি আগ্রা ফুৰিব যাব তেতিয়া তাজ মহল থাইখিনিত ৰখিব। তাৰপাছত সি মানুহজনক বাছৰ নম্বৰটো দিলে। সি বাছখনৰ ৰং আৰু মডেল সমূহ বুজাই দিলে। সি মানূহ জনক ক’লে যে সিহঁতে এক ঘণ্টাত আগ্ৰা পাবহি। যদি সি তাজ মহলৰ কাষৰ বাছ ষ্টপটোলৈ আহিব পাৰে তেতিয়া সি টকা মোনাটো ঘূৰাই দিব পাৰিব।

Rajeev  Sharma was waiting with his mobile phone fixed to his ear at the bus stop. When he saw the bus, he stood by the door. He introduced himself as a young businessman in the city. He was very happy to get the wallet back. “I don’t know how to thank you!” he said,  offering Rishov a thousand rupees from the wallet. Rishov refused to take the money, and said he was happy that Mr. Sharma had got back his lost wallet. Rajeev Sharma thanked them once again, and promised to keep in touch.  

ৰাজিভ শর্মাই বাছ ষ্টপত কাণত ফোনটোলৈ ৰৈ আছিল। তেতিয়া বাছখন দেখি দুৱাৰত থিয় দিলে। সি নিজকে  মহানগৰৰ ডেকা ব্যৱসায়ী বুলি চিনাকী দিলে। সি বহুত সুখী নিজৰ টকা মোনাটো ঘূৰাই পোৱাত। “মই নাজানো কেনেকৈ তোমাক ধন্যবাদ কৰিম!” তেখেতে ক’লে, আৰু লগতে তাৰ মোনা পৰা হাজাৰ টকাৰ ওলাই ঋষভক যাচিলে। ঋষভে টকাখন অস্বীকাৰ কৰি ক’লে যে শ্রী শর্মা মই সুখী যে আপোনী হেৰুৱা টকাৰ মোনাটো ঘূৰাই পালে। ৰজীভ শর্মাই তাক আকৌ ধন্যবাদ আৰু কথা দিলে কি তেখেতে তাৰ লগত খবৰ দিযা মেলা কৰি থাকিব।

Activities
1. Let’s see how much you have understood the lesson. Read the sentences below and put a tick on the correct option to complete each sentence.

আমাক দেখোৱা এই পাঠটিৰ পৰা তুমি কি বুজিছা. তলত দিয়া বাক্য সমূহ পঢ়া আৰু ঠিক বিকল্পটোত চিন কৰি বাক্য সমূহ সম্পূর্ণ কৰা।

a) Rishov, Rishika and their parents went to Delhi during their

ঋষভ, ঋষিকায়ে সিহঁতৰ __পিতৃ-মাতৃ সৈতে দিল্লীলৈ গৈছিল

i) summer holidays  (গ্ৰীষ্মকালীন বন্ধ )
ii) Puja holidays  ( পূজাৰ বন্ধৰ দিন )
iii) winter holidays শীতকালীন ছুটী )
iv) Bihu holidays ( বিহুৰ বন্ধ )
Ans: (ii) Puja holidays  ( পূজাৰ বন্ধৰ দিন )

b) They went to Delhi by

সিহঁতে দিল্লীলৈ __দিয়ে

i) air  ( বায়ু )
ii) bus বাছ )
iii) train ৰেলগাড়ী )
iv) their own car  নিজৰ গাড়ী )
Ans: (i) air ( বায়ু )

c) Maple Inn is a lovely

মেপল ইন এখন ধুনীয়া
i) palaceৰাজপ্ৰসাদ) 
ii) fort     দুৰ্গ )
iii) restaurant ( ৰেষ্টুৰেণ্ট )
iv) hotel    হটেল )
Ans: (iv) hotel ( হোটেল )

d) Rishov  found a wallet lying on the 

ঋষভে টকা মোনাত এটা পৰি থকা পাইছিল

i) seat of the bus ( বাছৰ আসন )
ii) floor of the hotel ( হোটেলৰ মহলা )
iii) floor of the bus ( বাছৰ মজিয়া )
iv) bus stop (  বাছ ষ্টপ )
Ans: floor of the bus ( বাছৰ মজিয়াত) 


e) The person who dialled the number was

সংখ্যা বিশিষ্ট কৰা মানুহজন

i) Rishov ( ৰিশোভ )
ii) Rishov’s father ( ঋষৱৰ পিতৃ )
iii) Rishika ( ঋষিকা )
iv) Rishov and Rishika’s mother ঋষোৱ আৰু ঋষিকাৰ মাক )
Ans: (i) Rishov  ( ৰিশোভ )

f) The person who was very happy to receive the wallet was

টকা মোনাটো পাই সুখী হোৱা মানুহজন

i) Rishika ( ঋষিকা )
ii) Rishov ( ঋষোভ ) 
iii) Rajeev Sharma ( ৰাজীৱ শৰ্মা )
iv) Rishov and Rishika’s father ঋষোৱ আৰু ঋষিকাৰ পিতৃ )
Ans: iii) Rajeev Sharma ( ৰজীভ শর্মা )

2. Here are some sentences about Rishov and Rishika’s holiday. Arrange the sentences in chronological order (as they happened in the story). 

ৰিশোভ আৰু ঋষিকা জৰিয়ৰ ইয়াত কিছুমান বাক্য আছে। কালক্রমিক প্রণালীৰে বাক্য সমূহ আযোজন কৰা (যেনেকৈ কাহানীত হৈছে)

a) They saw the Red Fort and India Gate.

সিহঁতে ৰেড ফোর্ট আৰু ইণ্ডীঅ গেট দেখিছিল।

b) They went to Agra.

সিহঁতে আগ্রা গৈছিল।

c) Rishov and Rishika pleaded with their father for a holiday trip to Delhi.

ঋষভ আৰু ঋষিকাই  দেউতাকক আত্মসমর্থনেৰে দিল্লী ফুৰিব যোৱা কথা কৈছিল।

d) They returned the wallet to its owner.

সিহঁতে টকা মোনাটো মালিকক ঘূৰাই দিছিল।

e) Tickets were brought and the hotel was booked.

টিকত আনিলে আৰু হটেল ব্যস্ত কৰালে।

f) Rishov found and picked up a wallet lying on the floor of the bus.

ঋষভে দেখি টকা মোনাটো বাছৰ মজিয়া পৰা তুলিলে।

Ans: Rishov and Rishika pleaded with their father for a holiday trip to Delhi. Tickets were brought and the hotel was booked. They saw the Red Fort and India Gate. They went to Agra. Rishov found and picked up a wallet lying on the floor of the bus. They returned the wallet to its owner.

ঋষভ আৰু ঋষিকাই  দেউতাকক আত্মসমর্থনেৰে দিল্লী ফুৰিব যোৱা কথা কৈছিল। টিকত আনিলে আৰু হটেল ব্যস্ত কৰালে। সিহঁতে ৰেড ফোর্ট আৰু ইণ্ডীঅ গেট দেখিছিল। সিহঁতে আগ্র গৈছিল। ঋষভে  টকা মোনাটো দেখি বাছৰ মজিয়া পৰা তুলিলে। সিহঁতে টকা মোনাটো মালিকক ঘূৰাই দিছিল।
 
3.(b) Rishov is trying to record the important points about their holiday in his diary. Working with a friend, read the lesson and help Rishov to complete his diary entry:

ঋষভে বন্ধুৰ গুৰুত্বপূর্ণ কথাবোৰ এখন বহিত টুকি থব চেষ্টা কৰিলে. পাঠটি পঢ়ি, বন্ধু লগত কামটো কৰা আৰু ঋষভক গুৰুত্বপূর্ণ কথাবোৰ সম্পূর্ণ কৰি সহায় কৰা:
Ans:
October 5th         : Started our journey to Delhi

৫ আক্টোবৰ         : আমি দিল্লী যোৱা যাত্রা আৰম্ভ কৰিছিলো

Places we visited         : Red Fort,  India Gate and Taj Mahal

ঠাই পৰিদর্শন কৰিছিলো : ৰেড ফোর্ড, ইণ্ডীঅ গেট আৰু তাজ মহল

Hotel we stayed in :Hotel Maple Inn

আমি থকা হটেলখন :মেপল ইন

What I found under my seat : Wallet

মি মোৰ চকী তনত পোৱা বস্তু : টকা মোনা

Who it belonged to         :Rajeev Sharma

সেইটো কাৰ আছিল         :ৰজীভ শর্মা

How I found Mr. Sharma         : By calling his phone no.

মই শৰ্মাক কেনেকৈ বিচাৰি পাইছিলো : তেওঁৰ ফোন নম্বৰত ফোন কৰি।

Where I returned the wallet        : at tourist bus stop near Taj Mahal
ক'ত মই ৱালেটটো ঘূৰাই দিছিলো:    : তাজমহলৰ ওচৰৰ পৰ্যটন বাছ ষ্টপত।

The most memorable Thing
about our vacation                           :  Happiness on the Wallet owner face.

আমাৰ বন্ধৰ আটাইতকৈ স্মৰণীয় কথা  : ৱালেটৰ গৰাকীৰ মুখত সুখ।

Question 4 is activity based question:
প্রশ্ন ৪ ক্রিযাকলাপ কৰা প্রশ্ন

Q4. Now. try to record  the important points about one of your holidays. You may work in groups to complete your diary. you can check the points on the left if you like.

এতিয়া, তোমাৰ এটা বন্ধৰ বিষয়ে গুৰুত্বপূৰ্ণ কথাবোৰ ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰা। তুমি তোমাৰ ডায়েৰী সম্পূৰ্ণ কৰিবলৈ গোটত কাম কৰিব পাৰা। যদি তুমি বিচাৰা তুমি বাওঁফালৰ পইণ্টবোৰ পৰীক্ষা কৰিব পাৰা।

Date of Your journey:
place you visited:
place you stayed in:
what you did there:
what interesting things happened to you: 
what you most liked about that holiday:
which place you would like to visit in future:
Ans:
Date of Your journey:                                    : November 3rd
place you visited:                                           : Shilong
place you stayed in:                                       :Umiun
what you did there:                                        : Boatimg
what interesting things happened to you:      : I saw a very rare speces of bird 
what you most liked about that holiday:        : yhe weather
which place you would like to visit in future : Mawilynnong

5. Rishika is talking on her mobile phone with her friend Minati who lives in Delhi. Read the conversation between Rishika and Minati. The conversation is not given in proper order. Re-arrange the sentences spoken and write them in sequence in the space given.

ঋষিকাই মবাইল ফোনৰ যোগেদি দিল্লীত থকা তাইৰ লগৰ মিনটি লগত কথা পাতিছে। তলত ঋষিকা আৰু মিনটি কথা-বতৰা আছে. কথা-বতৰা সমূহ উপযুক্ত ক্ৰবত নাই। বাক্যবোৰ পুনর্বিন্যস্ত কৰা সিহঁতৰ কথা কোৱা দৰে আৰু লিখা তাত থকা ঠাইখিনিত।

Ans:

(a)1. Hello! How are you Minati? 

হেলো! কি খবৰ মিনটি?

(b)2. Fine, How are you Rishika?

মই ভাল, তোমাৰ কি খবৰ ঋষিকা?

(c)3. Fine, thank you! We’re coming to Delhi.

ভাল, ধন্যবাদ! আমি দিল্লী আহিম।

(d)4. Are you coming by air?

তোমালোকে বায়ুৰে আহিবা নে?

(e)5. Yes, by Air India

হয়, বায়ুৰে।

(f)6. Oh! It‘ll be nice to meet you all again. When are you coming?

অহ!ভাল লাগিব তোমালোকক  আকৌ লগ পাই। কেতিযা আহিবা?

(g)7. We’ll reach on 5th October.

আমি ৫ আক্টোবৰত উপস্থিত হম।

(h)8. OK dear. I’ll be at the airport.

হ’ব প্রিয়। মই বিমানবন্দৰ থাকিম।

6. Here are some sentences from the lesson or related to the story. Change the sentences into negative:

i) We’ll go by air

আমি বায়ুৰে যাম।

Ans: We will not go by air.

আমি বায়ুৰে নাজাও।

ii) Their mother too was on their sides.

সিহঁতৰ মাকঁ সিহঁতৰ ফালে আছিল।

Ans: Their mother too was not on their sides.

সিহঁতৰ মাকঁ সিহঁতৰ ফালে নাছিল।

iii) The Red Fort amazed them.

ৰেড ফোৰ্ড তেওলোকক বিস্মযাভিভূত কৰালে।

Ans: The Red Fort didn’t amaze them.

ৰেড ফোৰ্ড তেওলোকক বিস্মযাভিভূত নকৰালে।

iv) Rishov’s father booked two rooms in the hotel.

ঋষভৰ দেউতাকে হটেলত দুটা ৰোম ব্যস্ত কৰালে।

Ans: Rishov’s father didn’t book two rooms in the hotel.

ঋষভৰ দেউতাকে হটেলত দুটা ৰোম ব্যস্ত নকৰালে।

v) The wallet must be returned.

টকা মোনাটো ঘূৰাই দিব লাগে।

Ans: The wallet must be returned.

টকা মোনাটো ঘূৰাই দিব নালাগে।

vi) Rishov told him how he had found the wallet.

ঋষভ ক’লে সি কেনেদৰে টকা মোনাটো পাইছিল।

Ans: Rishov told him how he had not found the wallet.

ঋষভ ক’লে সি কেনেদৰে টকা মোনাটো পোৱা নাছিল।

vii) He gave the man the bus number.

সি মানুহজনক বাছৰ নবৰটো দিছিল।

Ans: He didn’t give the man the bus number.

সি মানুহজনক বাছৰ নবৰটো দিয়া নছিল।

viii) Open the wallet, please

টকা মোনাটো অনযগ্রহ কৰি খোলা।

Ans: Do not open the wallet, please

টকা মোনাটো অনযগ্রহ কৰি নোখোলিবা।

Q7 is the activity based question where you have to play the roles of Mr. Baurah and receptionist. 

  ৭. কাৰ্যকলাপৰ আধাৰিত প্ৰশ্ন য'ত তুমি শ্ৰীযুত বাউৰা আৰু ৰিচেপচনিষ্টৰ ভূমিকা অভিনয় পালন কৰিব লাগিব।  

8. Find new words from each of the following words and write them out in the space given. One is done for you.

তলত দিয়া শব্দবোৰৰ নতুন শব্দ লিখা।

Below low
বিলো লো
Wallet let
ৱালেট লেট
Person son
পর্সন সন
Father Fat
ফাদড় ফাট
Smile mile
স্মাইল মাইল
Lawns Law
লোন

Ans: thousand, tourist, stopping, sand. tour ,stop, numb, younger, booked, numb, young, book.

9. Read each row of the table below and make a sentence taking the words from each of them:
9. তলৰ তালিকাৰ প্ৰতিটো শাৰী পঢ়া আৰু প্ৰতিটোৰ পৰা শব্দবোৰ লৈ এটাকৈ বাক্য কৰা:


Ans: Taj Mahal is a monument in Agra.

উত্তৰঃ তাজমহল আগ্ৰাৰ এটা স্মৃতিসৌধ।

Maple Inn is a hotel in South Delhi.

দক্ষিণ দিল্লীৰ এখন হোটেল মেপেল ইন।

Red Fort is a fort in Delhi.

ৰেড ফোর্ট দিল্লীৰ এটা ফোর্ড হয়।

India Gate is a monument in Delhi.

ইণ্ডিআ গেট দিল্লীৰ স্মৃতিচিহ্ন হয়।

Agra Fort is a fort in Agra.

আগ্রা ফোর্ট আগ্রা এটা ফোর্ড হয়।

10. Did you  like reading about Rishov and Rishika's holiday Imagine you are planning to visit aplace of your interest. How would you prepare yourslf for the  visit? Write a fiw sentences about your plan. you may include following points:

(a) how you will travel 

(b) who will go With you 

(c) what you are feeling about the visit

Ans: i am  planning to go puri in Odissa. I will go by trin Fathrand mother will go with me. I am planning to see the puri Jagannath Temple there. I am feeling very excited about the visit.








Post Id: DABP001175