Pollution

(প্ৰদূষণ)


Here is a puzzle for you. The word given below means something that makes us unwell . Can you rearrange the letters to get the correct word ? 

            A S E D I S E

Hint: The word starts with 'D': I S E A S E

ইয়াত এটা পাজল দিয়া হৈছে । তলত দিয়া শব্দ টোৱে এটা এনেকুৱা শব্দ বুজাই যিটোৰ মানে হ'ল আমাক অসুস্থ কৰা । শুদ্ধ উত্তৰ টো পাবলৈ তলৰ শব্দ টোক পুনৰ গঠন কৰা । A S E D I S E 

শব্দ  টোৰ প্ৰথম আখৰ টো D I S E A S E ( বেমাৰ ) 

What are the things that make us unwell ? Talk to your friend and write some of them here . One is done for you :

 Dirty water , polluted air , bad fumes, Loud noise's, harmful gases , climate changes etc. Most of things that cause diseases are a result of pollution.

what is pollution? Read the Iesson to find out more. 

কোনবোৰ বস্তুৱে আমাক অসুস্থ কৰে ? তোমাৰ বন্ধু বান্ধবীৰ লগত কথা পাতি ইয়াত উত্তৰ লিখা । 

এটা কৰি দিয়া হৈছে ঃ

লেতেৰা পানী , ক্ষতিকাৰক গেছ , বেয়া ধোঁৱা , অতি মাত্ৰা, হুলস্থল, বতৰ পৰিবৰ্তন ইত্য়াদি । 

ৰোগ সৃষ্টি কৰা বেছিভাগ বস্তুয়ে হ'ল প্ৰদূষণৰ ফল।

প্ৰদূষণ কি? অধিক জানিবলৈ পাঠটো পঢ়ক।

Can we live Without air? No, w cannot. we need air to breathe, and the air we breathe must be clean fresh. The ari mixed with dust and smoke is polluted air. When polluted air goes into ourr lungs, w can fall ill.

 আমি বায়ু অবিহনে জীয়াই থাকিব পাৰোঁনে? নাই আমি নোৱাৰো। উশাহ ল'বলৈ আমাক বায়ুৰ প্ৰয়োজন, আৰু আমি উশাহ লোৱা বায়ু পৰিষ্কাৰ সতেজ হ'ব লাগিব। ধুলি আৰু ধোঁৱাৰ সৈতে মিহলি হৈ বায়ু প্ৰদূষিত হয়।। যেতিয়া প্ৰদূষিত বায়ু আমাৰ হাঁওফাঁওলৈ যায়,  আমি তেতিয়া  অসুস্থ হ'ব পাৰোঁ। 

When you visit an Industrial area, do you see?  you see smoke coming out of chimney. The air becomes thick with  clouds of smoke. thfumes of cars, buses and trucks also fill air

যেতিয়া আপুনি ঔদ্যোগিক এলেকা এটা লৈ আহে, আপুনি দেখিছেনে?  আপুনি চিমনিৰ পৰা ধোঁৱা ওলাই অহা দেখিছে। ধোঁৱাৰ ডাৱৰৰ সৈতে বতাহ ডাঠ হৈ পৰে। গাড়ী, বাছ আৰু ট্ৰাকৰ ধোঁৱাইও বায়ু ভৰাই তোলে

Activities

1. Do you realise the importance of protecting the environment from pollution ? check how much you remember by answering the following questions: 

তোমালোকে অনুভৱ কৰা নে আমাৰ চৌদশে প্ৰদূষণৰ পৰা সুৰক্ষা কৰি ৰখা টো কিমান গুৰুত্বপূৰ্ণ ? প্ৰশ্ন সমূহৰ উত্তৰ দি তোমালোকৰ কিমান মনত আছে পৰিক্ষা কৰা :

a. The air mixed with dust and smoke is polluted air. How does the air get polluted in  an industrial area ? 

ধূলি আৰু ধোঁৱাৰ লগত মিহলি হোৱা বায়ুৱে হ'ল বায়ু প্ৰদূষণ । কল- কাৰখানাৰ চৌদিশ ত কেনেদৰে বায়ু দূষিত হয় ?  

Ans: In an industrial area . the smoke comes out of the chimneys. due to which the air becomes thick with clouds of smoke. and as a result the air get polluted . 

কল-কাৰখানাৰ চোদিশত , চিমনিৰ পৰা ওলোৱা ধোঁৱাৰ জৰিয়তে বায়ুৱে এটা ডাঠ আকাৰ লৈ ধোঁৱাৰ বাদলৰ সূষ্টি কৰে আৰু ফলত বায়ু-প্ৰদূষিত হয় । 

(b) Why do we need clean and fresh air ?

আমাৰ চাফা আৰু পৰিষ্কাৰ বায়ুৰ কিয় প্ৰয়োজন ? 

Ans: We need clean and fresh air to breathe . 

আমাৰ  চাফা আৰু পৰিষ্কাৰ বায়ু উশাহ -নিশাহ ল'বৰ বাবে প্ৰয়োজন । If we will take dirty air inside us we may fall ill. যদি আমি বেয়া বায়ু আমাৰ ভিতৰলৈ লওঁ আমি বেমাৰ আজাৰত পৰিব পাৰো । Therefore  the air we take  inside should be neat and clean .সেইবাবে আমি সেৱন কৰা বায়ু সদাই চাফা আৰু পৰিষ্কাৰ হ'ব লাগে । 

(c) What happens when the air becomes polluted ? বাযু দূষিত হ'লে কি হয় ? 

Ans: When the air becomes polluted, people can suffer from various diseases. বায়ু দূষিত হ'লে মানুহে নানান ধৰণৰ ৰোগত ভূগিব পাৰে । When polluted air goes into our lungs , we can fall ill . যেতিয়া প্ৰদূষিত বায়ু আমাৰ হাঁও-ফাঁওৰ ভিতৰলৈ যায়  আমি বেমাৰত পৰিব পাৰোঁ । 

(d) Why is our environment getting Spoilt ?

আমাৰ পৰিৱেশটো কিয় নষ্ট হৈছে  ? 

Ans: The air is polluted all the time by smoke and foul smells due to which our environment is getting spoilt. 

ধোৱা আৰু বেয়া গন্ধই বায়ু সদায় প্ৰদূষিত কৰে যাৰ বাবে আমাৰ পৰিৱেশ টো নষ্ট হৈছে ।

(e) How can we protect our environment ? 

 আমি আমাৰ পৰিৱেশটো কেনেদৰে সুৰক্ষা কৰিব পাৰোঁ ?

Ans: We can protect our environment by making people aware of the dangers of destroying  the world around us. আমি আমাৰ বিশ্বৰ চাৰিওফালে হৈ থকা ভয়ংকৰ ক্ষতি সমূহৰ কথা মানুহক অৱগত কৰি আমাৰ পৰিৱেশটো সুৰক্ষিত কৰিব পাৰোঁ ।

 (f) How do green plants and trees help us and our environment ?

সেউজীয়া গছ-গছনিয়ে আমাক আৰু আমাৰ পৰিৱেশ টোক কিদৰে সহায় কৰে ? 

Ans: Green plants and trees helps us and our environment by the following ways-

 (i) Green  plants enrich the air with  oxygen

(ii) They use up the carbon  dioxide and other harmful gases.

(iii) Plants protects us from number of diseases.

সেউজীয়া গছ-গছনিয়ে আমাক আৰু আমাৰ পৰিৱেশ টোক বহু প্ৰকাৰৰে সহায় কৰে-

(i) সেউজীয়া গছ-গছনিয়ে অক্সিজেনৰ লগত বায়ু সমৃদ্ধ কৰে । 

(ii) সিহঁতে কাৰ্বন ডাইঅক্সাইড আৰু অন্য হানিকাৰক গেছৰ প্ৰয়োগ কৰে । 

(iii) গছ-গছনিয়ে আমাক বহু সংৰক্ষক বেমাৰৰ পৰা ৰক্ষা কৰে। 

(g) What steps should we take to keep our environment clean ? 

আমি আমাৰ পৰিৱেশ টো চাফা কৰি ৰাখিবলৈ কি কি পদক্ষেপ লব পাৰোঁ  ? 

Ans : To keep our environment clean we should take the following steps-

(i) We should clean our vehicles regularly to reduce the harmful gases. 

(ii) Factories must adopt measures . 

(iii) We should not through garbage into the river or seas. 

(iv) We should not use pesticides and dumping of non -  degradable household  .

(v) We should plant more  trees.

আমাৰ পৰিৱেশটো চাফা কৰি ৰাখিবৰ বাবে আমি কিছুমান পদক্ষেপ ল'ব লাগে -

(i) আমি আমাৰ যানবাহন সমূহ  নিয়মিত ভাৱে চাফা-চিকুন কৰি থাকিব লাগে যাতে দূষিত গেছ  বোৰ কম হয়  । 

(ii) কাৰখানা বোৰে উপায় বহন কৰিব  লাগে  ।

(iii) আমি নদী বা  সাগৰত যাৱৰ -যুথৰ পেলাৱ নালাগে । 

(iv) আমি কীট-নাশক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে আৰু পচনশীল নোহোৱা ঘৰৰ বস্তু পেলাৱ নালাগে ।

(v) আমি অধিক গছ ৰুব লাগে । 

(h) How does water become polluted ?

পানী কিদৰে প্ৰদূষিত হয় ? 

Ans: Water becomes polluted by the following ways: 

(i) Garbage's that we throw into the water makes the water polluted.

(ii) Industries release their waste material into the river and make them toxic. 

প্ৰাণী বহু প্ৰকাৰৰে প্ৰদূষিত হয়ঃ

(i) আমি পেলোৱা পানীৰ জাৱৰ -যুথৰ ৰ পৰা পানী প্ৰদূষিত হয় । 

(ii) কল-কাৰখানা সমূহে গেলা জাবৰ বোৰ পানীলৈ এৰাৰ বিনিময়ত পানী দূষিত হয় । 

(i) How does soil become polluted ?

মাটি কিদৰে প্ৰদূষিত হয় ?

Ans: Usage of too many pesticides, dumping of nan- degradable household and industrial wastes makes the soil polluted. 

কীট নাশক দ্ৰব্যৰ বহু পৰিমাণে কৰা ব্যৱহাৰ , পচনশীল নোহোৱা ঘৰৰ বস্তু মাটিত পুটা আৰু কাৰখানাৰ গেলা-পছা বস্তুৱে মাটি প্ৰদূষিত কৰে  । 

2. In the lesson you read about some ways in which our environment gets polluted ., In your , notebook make three columns like this: 

পাঠ টোত তোমালোকে আমাৰ পৰিৱেশটো কিমান প্ৰকাৰৰে প্ৰদূষিত হয় পঢ়িবলৈ পালা । তোমালোকৰ বহীত এনেদৰে ৩ টা কৈ ঘৰ বনোৱা ঃ Now write the causes of these different 

 types of pollution : এতিয়া প্ৰদূষনৰ কাৰণ বোৰ লিখা পাঠ টোত দি থোৱা তথ্যৰ মতে ঃ


3. Here's a game for you : 

ইয়াত তোমালোকৰ বাবে এটা খেল দিয়া   হৈছে ঃ 

 Say the word ' pollution ' to your friend . Ask 

him or her to say a sentence with it . Then your friend will say another word related to pollution and you will have to make a sentence with it. Continue the game using as many words related to pollution as you can think of ' Pollution'.

(প্ৰদূষণ) শব্দ টো  তোমাৰ বন্ধু-বান্ধবীক কোৱা । আৰু তাক বা তাইক শব্দ টোৰে এটা বাক্য ক'বলৈ দিয়া । তাৰ পাছত তোমাৰ অন্য বন্ধুৱে ও এটা বেলেগ শব্দ ক'ব তোমাক আৰু তুমিও সেই শব্দৰে  এটা বাক্য ক'বা । এনেদৰে খেল টো খেলী গৈ থাকা যিমান পাৰা সিমান শব্দৰ প্ৰদূষণ শব্দ টোৰ লগত ভাবিব পৰাকৈ ব্যৱহাৰ কৰা । 

 (1) Pollution : Most of the things that cause disease are a result of pollution. 

বহু সংখ্যক বস্তু যিয়ে বেমাৰ কৰে তাৰেই   কাৰণ হ'ল প্ৰদূষণ ।   

(2) Disease: When polluted air goes into our lungs we may suffer from disease.

বেমাৰ ঃ যেতিয়া প্ৰদূষিত ধোঁৱা আমাৰ হাঁও ফাওঁৰ ভিতৰলৈ যায় আমি বেমাৰৰ সন্মুখীন হ'ব পাৰোঁ । 

(3) Smoke : Air is polluted by the smoke.

ধোৱাঁঃ ধোৱাঁৰ দ্বাৰা বায়ু দূষিত হয় । 

(4) Green plants : Green plants protects us from

number of diseases .

সেউজীয়া গছ-গছনীঃ সেউজীয়া গছ-গছনীয়ে আমাক বহু সংখ্যক বেমাৰৰ পৰা ৰক্ষা কৰে

(5) Harmful Gases: Harmful gases should be reduced to protect the environment .

দূষিত গেছ ঃ পৰিৱেশ ৰক্ষা কৰিবৰ বাবে দূষিত গেছ বোৰ কম কৰিব লাগে । 

(6) Soil : Our soil can be polluted when the fertility of the soil is lost .

মাটি ঃ আমাৰ মাটিৰ সাৰ নাইকিয়া হ'লে ই প্ৰদূষিত হ'ব পাৰে । 

4. Read the text again and find out the words that you do not understand look up their meanings in the dictionary . Write down the meaning suitable for the sentence in the text one is done for you : 

পাঠটি পুণৰ পঢ়া আৰু তুমি বুজি নোপোৱা শব্দ কেইতা বাচি উলিওৱা । তাৰ অৰ্থ সমূহ ' dictionary ' ত চোৱা । শব্দ বোৰে কি বুজাইছে তাৰ সথিক অৰ্থ লিখা । এটা তলত কৰি দিয়া হৈছে ঃ 

4. Read the text again and find out the words that you do not understand look up their meanings in the dictionary . Write down the meaning suitable for the sentence in the text one is done for you : 

waste: rubbish, especially domestic refuse 

গেলা পছা বস্তু ঃ লেতেৰা , ঘৰুৱা অ ব্যৱহাৰিত বস্তু । 

5. Find out the hidden words in the grid . They are all related to the environment . Hint ! There are six words across and four down . 

বাকচ টোত দি থোৱা লুপ্ত শব্দ কেইতা বাচি উলিওৱা । গুটেইকেইতা পৰিৱেশৰ লগত জৰিত শব্দ । সংকেত ঃ ইয়াত ৬ টা শব্দ সিপাৰে আছে আৰু ৪ টা তল ফালে আছে ঃ

Ans (1) Noise- শব্দ

(2) Cloud- ডাৱঁৰ

(3) Water- পানী

(4) Smoke- ধোঁৱা

 (5) Oxygen- অক্সিজেন

(6) Waste- অপদাৰ্থ 

(1) Air- বায়ু

(2) Pollution-প্ৰদূষন

(3) Carbon- কাৰ্বন

(4) Dust- ধূলি

6. Work in groups of four or five. Discuses and write a few slogans to protect the environment in the space given below . Then , write them on chart paper and hang the chart paper in your classroom : 

৪ বা ৫ জনীয়া  এটা গ্ৰোপ লোৱা । সিহঁতৰ লগত চৰ্চা কৰা আৰু কেইতামান শ্ল'গান । আমাৰ পৰিৱেশ ৰক্ষা কৰাৰ উপৰত লিখা তাৰ পাছত চাৰ্ত পেপাৰত লিখি তোমালোকৰ শ্ৰেণীকোঠাত লগাই থোৱা ।

(i) Save water , save life 

পানী বছোৱা , জীৱন বছোৱা 

(ii) Plant a tree today , save a life tomorrow 

গছ এডাল ৰুৱা আজি , এটা জীৱন বছোৱা কাইলৈ ।

(iii) Waste water today , live in desert tomorrow.

পানী আজি খৰচ কৰা, কাইলৈ মৰুভূমিত বাস কৰা । 

(iv) Environment is life , Pollution is death.

পৰিৱেশ হৈছে জীৱন , প্ৰদূষণ হৈছে মৰণ । 

7. Let's learn some grammar : 

Read the sentences written on the smoke bubbles 

আহা অলপ গ্ৰামাৰ কৰো : 

ধোঁৱা বাবল কেইতাৰ ভিতৰত থকা বাক্য কেইতা পঢ়া ঃ

(1) We need fresh air to breathe 

আমাক উশাহ ল'বলৈ শুদ্ধ বায়ু লাগে । 

(2) Fresh air is needed to breathe.

উশাহ ল'বলৈ শুদ্ধ বায়ু লাগে । 

     When the subject of a sentence is the receiver of an action or is affected by the action of the verb , the verb is said to be in the passive voice. যেতিয়া বাক্য প্ৰাপক হয় বা  ভাৰ্বৰ কাৰ্য্যৰ দ্বাৰা প্ৰভাৱিত হয় । সেই ভাব টোক পেচিড ভইচ বুলি কোৱা হয় । 

Now look at what active and passive sentences look like:

এতিয়া একটিড আৰু পেছিড ভইচ কেনেকৈ হয় চোৱা ঃ 

Eg: উদাহৰনঃ 1

        Active: Cats chase rats .

         একটিভ ঃ মেকুৰী বোৰে নিগনী বোৰক                খেদে ।

          Passive: Rats are chased by cats.

           পেচিডঃ নিগনী বোৰে মেকুৰীৰ দ্বাৰা                   খেদা খাই । 

What did you notice ? তুমি কি লক্ষ্য কৰিলো ?

   (i) Some words in the two sentences change their positions কিছুমান শব্দই দুয়োটা বাক্যত নিজৰ নিজৰ ঠাই সলনি কৰিলে ।

   (ii) The verb chase changes tow are chased জৰ্ব Chase টো are chased লৈ সলনি হল Cats chase rats 

Rats are chased by cats

(2)Look at another example . You will see the same change : 

এটা অন্য উদাহৰণ চোৱা । তুমি  একে ধৰণৰ সাল-সলনি পাবা ঃ

Smoke spoils in the air

ধোঁৱা বায়ুত দূষিত হয় 

The air is spoilt by smoke.

বায়ু-ধোঁৱাৰ বাবে দূষিত হয় । 

       Now, work in pairs , Find some more active sentences and write in the bubbles on the left . Then write their passive forms in the bubbles on the right . এতিয়া গ্ৰোপ বনাই কাম কৰা । কেইতামান একটিৰে বাক্য সেই বাবল কেইতাৰ ভিতৰত বাওঁ ফালে লিখা । আৰু তাৰ পেছিড ফৰ্ম টো বাবল কিতাৰ সোঁ ফালে লিখা ঃ 

Act: Rohan helps Roshni (ৰহনে ৰছনিক সহায় কৰে )

Pass:  Roshni is helped by Rohan ( ৰছনিৰ ৰহনৰ দ্বাৰা সহায় হৈছে ) 

Act: Reporters write news ( ৰিপ'ৰ্তাৰ বোৰে বাতৰি বোৰ লিখে )

Pass : News are written  by reporters . ( বাতৰি বোৰ ৰিপ'ৰ্তাৰ ৰ দ্বাৰা লিখা হয় ) 

Act : Michael bakes cake ( মাইকেল কেক বনাইছে ) 

Pass : Cake is baked by Michael ( কেক টো মাইকেলৰ দ্বাৰা বনোৱা হৈছে) 

 Now , rewrite the following sentences in passive voice , and write it on a chart paper to make a poster . You can colour it , Write a heading , and hang it in your classroom . 

         এতিয়া বাক্য কেইতা পুনৰ পেছিড ভইচত লিখা , আৰু চাৰ্ত পেপাৰত লিখি পষ্টাৰ বনোৱা তুমি তাত ৰং কৰিবও পাৰা , এটা শিৰোনাম দিবা আৰু তুমাৰ শ্ৰেণী কোঠাত উলমাই থোৱা ? 

(i) We need Clean air (আমাৰ চাফা বায়ুৰ দৰকাৰ )

⇒ Clean air is needed by us . ( চাফা বায়ু আমাৰ বাবে দৰকাৰী )

(2) We need fresh water too. ( আমাক পৰিষ্কাৰ  পানীৰৰ জৰুৰী )

⇒ Fresh water is needed us too. ( পৰিষ্কাৰ পাণী আমাৰ বাবে জৰুৰী )

(3) Some animals eat green leaves. ( কিছুমান জন্তুৱে সেউজীয়া পাত খাই ) 

⇒ Green leaves are eaten by some animals.

( সেউজীয়া পাতবোৰ কিছুমানী জন্তুৰ দ্বাৰা খোৱা হয়

(4) Trees and plants breathe the air that we breathe out. ( গছ-গছনীয়ে সেই বায়ু সেৱন কৰে যি উশাহ আমি বাহিৰলৈ এৰোঁ । 

⇒ The air that we breathe out is breathed by trees and plants. ( যি বায়ুৰ দ্বাৰা আমি উশাহ লওঁ সেইয়া গছ -গছনীৰ দ্বাৰা উশাহ লোৱা হয় । 

8. Read this story called ' Night River' and complete the task that follows : 

' Night River' ( নাইত ৰিভাৰ ) কাহিনী টো পঢ়া আৰু দি থোৱা কাৰ্য্য খিনি পুৰুৱা ঃ 

long , long ago a night river flowed in the heart of the blue planet where we live. বহু সময়ৰ আগতে এখন নিশাৰ নদী নীলা গ্ৰহ টোৰ বুকুৰে বৈ গৈছিল য'ত আমি বাস কৰোঁ । The river could dance and flow as it wished and was a friend of the people. নদী খনে নাচিব পাৰিছিল আৰু জেনীয়ে মন সেইফালেই বৈ গৈছিল আৰু মানুহৰ বন্ধু হৈ পৰিছিল । The night river was home to different kinds of aquatic animals and plants . বহু ধৰণৰ জলীয়া জন্তু আৰু গছ গছনীৰ কাৰণে এই নিশাৰ নদী খন ঘৰ হৈ পৰিছিল । It provided pure water to the animals and the plant kingdom . ই জন্তু বোৰক আৰু গছ গছনীৰ সামৰাজ্য বোৰক শুদ্ধ পানী প্ৰদান কৰিছিল । It added beauty to the water . ইয়ে পানী খিনিত সৌন্দৰ্য্য মিহলালে । The river cooled the surroundings and made the soil fertile . নদী খনে পৰিৱেশ টো ঠাণ্ডা কৰিলে আৰু মাটি বোৰক সাৰুৱা কৰিলে । It was used for water transport and gave us water for drinking , washing , woking ,bathing cleaning , etc. ইয়াৰ ব্যৱহাৰ জল পৰিবহন ৰ কাৰণে কৰা হয় আৰু আমাক খোৱা , ধোৱা , খাদ্য বনোৱা , গা ধোৱা , চাফ চিকুন কৰা ইত্যদিৰ বাবে পানী প্ৰদান কৰিছিল । The people on the blue planet were happy with the gifts given by the mighty night river. শক্তি শালী নিশাৰ নদী খনে প্ৰদান কৰা উপহাৰ বোৰৰ বাবে নীলা গ্ৰহ টোৰ  মানুহবোৰ সুখী আছিল । But one day , the night river turned yellow . কিন্তু এদিন নিশাৰ নদী খন  হালধীয়া ৰং লৈ ৰুপান্তৰীত হ'ল । It was no longer a beautiful blue . ই আৰু ধুনীয়া নীল বৰনৰ হৈ থকা নাই  । 

Why do you think this had happened ? 

তোমালোকে কি ভাবা যে এই দশা কিয় হ'ল ? 

In small groups, discuss and not e three reasons. সৰু গ্ৰোপ  এটা বনোৱা আৰু ৩ টা কাৰণ দিয়া ঃ 

(1) It happened because people night have 

Ans: What to do          কি কৰিব লাগে 

(i) We should destroy the garbages in a particular place. আমি যাবৰ-যোথৰ বোৰ নিদিষ্ট স্থান ত নষ্ট কৰিব লাগে । 

(ii) We should plant more trees. আমি বহু পৰিমাণে গছ ৰুৱ লাগে ।

(iii) We should wash our vehicles regularly. আমি প্ৰায়েই আমাৰ গাড়ী -মটৰ বোৰ চাফা কৰি থাকিব লাগে । 

What not to do       কি কৰিব নালাগে 

(i) We should not throw garbages here and there . আমি য'তে -ত'তে যাৱৰ পেলাৱ নালাগে । 

(ii) We should not cut trees . আমি গছ গছনী কাতিব নালাগে । 

(iii) We should not use pesticides . আমি কীটনাসক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে । 

11. Read the words spoken by the head master in the morning assembly : হেদ -মাষ্টৰ জনৰ ৰাতিপুৱা সভাত কোৱা কেইতা  পঢ়া  ঃ 

Noises of factories and trains pollute our environment . কল-কাৰখানাৰ আৰু ৰেল গাড়ীৰ শব্দই আমাৰ পৰিৱেশ টো দূষিত কৰে । 

One of the ways of protecting the environment is to make people aware of the world around us. আমাৰ বিশ্ব খনৰ চৌ পাশে হৈ-থকা বোৰৰ বিষয়ে মানুহক সৰ্তক কৰি পৰিৱেশ টো ৰক্ষা কৰাৰ এটা পদ্ধতি । 

Green plants enrich the air with oxygen . সেউজীয়া গছ-গছনীয়ে অক্সিজেনৰ লগত বায়ুৰ সমৃদ্ধ কৰে । 

Factories must adopt environment protection measures. 

কাৰখানা বোৰে পৰিৱেশ সংৰক্ষনৰ উপায় বৰন কৰিব লাগে । 

The garbage that we dump into rivers pollutes the water . য়ি বোৰ যাবৰ আমি নদীত পেলাঁও সেইবোৰে পানীখিনি প্ৰদূষিত কৰে । 

        By using the sentences of the headmaster write a paragraph on the topic. Protection of the environment .'' you may add your own sentences. হেদ মাষ্টৰ জনৰ বাক্য কেইতা ব্যৱহাৰ কৰি Protection of the environment '' ( পৰিৱেশ ৰ সুৰক্ষা ) '' বিষয় টোৰ উপৰত এটা দফা বা পেৰাগ্ৰাফ লিখা । তুমি তোমাৰ নিজৰ বাক্য ও ইয়াত ব্যৱহাৰ কৰিব পাৰা ঃ 

Ans:           '' Protection of the environment ''

Environment protection has become a huge responsibility that every individual should take. প্ৰৰিৱেশ সংৰক্ষন টো এটা বহুত ডাঙৰ দায়িত্য হৈ গৈছে যি সকলো ব্যক্তি য়েই ল'ব লাগে । When our environment will be safe , we will lead a  happy life. যেতিয়া আমাৰ পৰিৱেশটো সুৰক্ষিত হব , আমি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম । One of the ways of protecting the environment is to make people aware of the world around us . আমাৰ পৰিৱেশ টো ৰক্ষা কৰৰা এটা পদ্ধতি হৈছে যে আমি বিশ্বৰ চাৰিওফালে হৈ থকা ক্ষতি বোৰৰ কথা মানুহক সতৰ্ক কৰি দিয়াতো । Noise pollution has become one major problem. শব্দ প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে । Noises of factories and trains pollute our environment . কাৰখানা আৰু ৰেল গাড়ীৰ শব্দই আমাৰ পৰিৱেশ প্ৰদূষিত কৰে । Therefore the factories must take environment protection measures . সেইবাবে কাৰখানা বোৰে পৰিৱেশ সংৰক্ষনৰ উপায় উলিয়াব লাগে । On the other hand , deforestation is also destroying our environment . আনহাতে নিৰ্বনীকৰণে ও আমাৰ পৰিৱেশ টো ধংশ কৰিছে । As we all know that green plants enrich the air with oxygen , we should plant more and more trees to protect our environment . আমি সকলোৱে জানো যে সেউজীয়া গছে অক্সিজেনৰ লগত বায়ু সমূদ্ধ কৰে , সেইবাবে আমি আমাৰ পৰিৱেশ ৰক্ষা কৰিবৰ বাবে যিমান পাৰি  সিমান গছ - ৰুৱ লাগে । 

12. Say these words aloud . Observe the  difference . শব্দ কেইতা উচ্চাৰণ কৰি পঢ়া । পাৰ্থক্য টো পৰ্যবেক্ষণ কৰা ঃ 

O in not = নত্ 

O in to = তু

O in go = গ'

O in our = আৱাৰ

O in woman = ৱ'মেন 

O in women = ৱি মিন 

The letter o is pronounced differently in all these words . প্ৰতিটো শব্দত 'O' টো বেলেগ বেলেগ ধৰনত উচ্চাৰণ কৰা হৈছে । 

13. Read the following and find the answer : 

তলত দি থোৱা খিনি পঢ়া  আৰু উত্তৰ টো লিখা ঃ

I am always in black , and I' am always in white ; 

মই সদায় ক'লা , আৰু মই সদায় বগা 

I am grave and I'm heavy and light .

মই গভীৰ আৰু মই সমকামী , মই গধুৰ আৰু পাতল , 

In form too I differ - I'm thick and I'm thin.

আকৃতিত ও মই ভাগ কৰো - মই শকত  আৰু মই ক্ষীণ 

I've no flesh and no bones, yet I'm covered with 

মোৰ কোনো মাংস নাই আৰু নাই হাড় , হ'লেও মই চালেৰে আৱৰা ;

I often die soon , though I sometimes live ages ,

মই প্ৰায়ে সোনকালে মৰোঁ আৰু কেতিয়াবা বহু কাল জীয়াও ,

 And no king  alive has so many pages.

আৰু এনে কোনো জীৱিত ৰজা নাই যাৰ ইমানবোৰ পাত আছে ।

Who am I মই কোন B O O K (কিতাপ)