Ans: The mountain called the squirrel '' Little' prig' because the squirrel is a very ting creature.
পৰ্বত খন কেৰ্কেটুৱা টোক ' Little prig বুলি ক'লে কাৰণ কেকেটুৱা টো হৈছে এটা একেবাৰে সৰু প্ৰাণী
।
(b) What did the Squirrel say to the mountain ?
কেৰ্কেটুৱাই পৰ্বতক কি ক'লে ?
Ans: The Squirrel said that even though he is not as large as the mountain and cannot carry forests on his back but he has got different talent .
কেৰ্কেটুৱাই ক'লে যে যদিও সি পৰ্বতৰ দৰে বিশাল নহয় আৰু পৰ্বতৰ দৰে হাবি পিঠিত ল'ব নোৱাৰে কিন্তু তাৰ বহু গুণ আছে ।
(c) What are the main differences between the mountain and the squirrel ?
কেৰ্কেটুৱা আৰু পৰ্বতৰ মাজৰ প্ৰধান পাৰ্থক্য কি কি ?
Ans: The differences are :
পাৰ্থক্য বোৰ ঃ
(d) '' If I'm not so large as you ,
You are not so small as I,
And not half so spry :
I'll not deny you make
A very pretty squirrel track ".
(ঘ) '' মই যদি তোমাৰ দৰে ইমান ডাঙৰ নহয় ,
তুমি মোৰ দৰে ইমান সৰু নহয়,
আৰু আধা নহয় ইমান spry :
মই অস্বীকাৰ নকৰো তোমাক বনাই
এটা অতি সুন্দৰ কাছ ট্ৰেক ".
Who said these lines and to whom ?
এই বাক্য কেইতা কোনে কাক কৈছিল ?
Ans: The squirrel said these lines to the mountain .
বাক্য কেইতা কেৰ্কেটুৱাই পৰ্বতক কৈছিল।
(e) The word ' former means the first one out of two, and the word 'latter ' means the second one out of two .'' And the former called the latter prig''- who is the 'former ' and who is the 'latter' in the poem ?
Why does the poet talk about a year and a sphere ?
কবিয়ে কিয় এটা বছৰ আৰু এক মণ্ডল ৰ কথা কৈছে ?
Ans: The poet talked about a year and a sphere because according to him it requires every things , creatures, weather etc to create the world. It means , every good and bad things matter in this world.
কবিয়ে এটা বছৰ আৰু এক মণ্ডল ৰ কথা কৈছে কাৰণ তেওঁৰ মতে বিশ্ব এখনত গঠিত হবলৈ সকলো বস্তু , প্ৰাণী , বতৰ ইত্যাদি বোৰৰ প্ৰয়োজন । ইয়াৰ অৰ্থ হ'ল যে , সকলো ভাল আৰু বেয়া দুয়োটা বস্তুই এই ব্ৰক্ষ্মান্ড খনত দৰকাৰী ।
4. Here are some sentences related to the poem. which sentences are tree and which are not true ? Correct the ones which are wrong and write the correct sentences in your notebook:
Ans: The cause of the fight between the mountain and the squirrel was that both of them were proud of their strengths. They think one is greater than the other.
পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত হোৱা কাজিয়া খনৰ কাৰণ হ'ল যে সিহঁত দুয়োয়ে নিজৰ নিজৰ শক্তিক লৈ গবীত । সিহঁতে ভাবে যে এজন আনজনতকৈ অধিক শক্তিশালী ।
I think so because the mountain and the squirrel left no chance to humiliate each other .
মই এইদৰে এইকাৰনে ভাবো কাৰণ পৰ্বত আৰু কেৰ্কেটুৱাই এজনে আনজনক অপমান কৰিবলৈ এটা সুযোগ ও বাদ নিদিলে ।
(b) Tell your partner two things you like about the squirrel and two things you dislike about the mountain :
তোমাৰ লগৰ বোৰক তুমি কেৰ্কেটুৱাৰ কোন দুটা গুণ ভাল পালা আৰু পৰ্বতৰ কোন দুটা গুন বেয়া পালা লিখা ঃ
Ans: The two things that I like about the squirrel are that :
দুটা বস্তু কেৰ্কেটুৱাৰ বিষয়ে মোৰ ভাল লগা কথা ঃ
(i) He is happy with his small body structure .
সি তাৰ গাৰ সৰু আকাৰ টো লৈ সুখী ।
(ii) He is proud of his skills.
সি তাৰ কৌশল বোৰৰ বাবে গৌৰম্বিত ।
The two things I dislike about the mountain are :
দুটা বস্তু পৰ্বতৰ বিষয়ে মোৰ বেয়া লগা কথা ঃ
(i) The mountain insulted the squirrel by calling him '' Little prig''.
One upon a time there was on old man who lived with his wife on a form . এসময়ৰ কথা য'ত এজনে বুঢ়া মানুহ তেওঁৰ পত্নীৰ লগত এখন ফাৰ্মত বাস কৰিছিল । One day they had a big quarrel . এদিন তেওঁলোকৰ মাজত দাঙৰ তৰ্ক হ'ল । The old man said , '' keep quiet ,woman ! বুঢ়া মানুহ জনে ক'লে , ''মনে মনে থাকা ! You are so lucky .তুমি বহুত ভাগ্যবান । You do easy work , you get time to rest and to enjoy yourself with your friends .'' তুমি ইমান সহজ কাম কৰা , তুমি বিশ্ৰাম কৰিবলৈ সময় পোৱা আৰু নিজৰ বন্ধু বৰ্গৰ লগত ফুতি কৰিব পাৰা । The old lady was very angry . বুঢ়ী মানুহ জনীৰ বহুত খং উঠিল । '' How dare you say that ! I do such hard work ! I work form morning till night cleaning the house , cooking food for you , washing your clothes , feeding the animals . Try doing it one day ! '' ''তুমি কি সাহসত এইয়া কলা ! মই ইমান কঠিন কাম কৰোঁ ! মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰ চাফা কৰো , তুমাৰ কাৰণে খানা বনাওঁ , তোমাৰ কাপোৰ ধোওঁ , জন্তু বোৰৰ আলপৈচন ধৰো । এদিন এইখিনি কৰিবলৈ চেষ্টা কৰিবাচোন ! '' So the old man stayed at home to do house work , and his wife went to the paddy field with the plough and the bullocks . বুঢ়া জনে ঘৰৰ কাম কৰিবলৈ ঘৰত থাকিলে আৰু তেওঁৰ পত্নী হাল খন আৰু দমৰা দুটা লৈ ধানৰ পথাৰ খনৰ ফালে গ'ল ।
What do you think happened that day ?
সেইদিনা কি হ'ল বুলি তোমালোকে ভাবা ?
Whose work was easier ? কাৰ কামবোৰ সহজ আছিল ? Think of an ending of the story . এই কাহিনীটোৰ শেষ পৰিনতি ভাবা । Discuss you thoughts with the friend next to you and share it with the class . তুমি তোমাৰ লগত থকা বন্ধুৰ লগত কথাটো আলোচনা কৰা আৰু শ্ৰেণীত সকলোকে কোৱা ।
Ans: That day might be both the old man and the old lady had realised that they were wrong after returning home . সেইদিনা হ'ব পাৰে বুঢ়া আৰু বুঢ়ীয়ে ঘৰলৈ ঘুৰি অহাৰ পাছত অনুভৱ কৰিলে যে দুয়োজন ভূল । Because ones work can never be easier . কাৰণ কাৰো কাম কেতিয়াও সহজ নহয় । we should respect everyone's work .আমি সকলোৰে কামৰ সন্মান কৰিব লাগে ।
7. Your teacher has written a sentence on the blackboard . Read it .
তোমাৰ শিক্ষকে এটা বাক্য ব্লেকব'ৰ্দত লিখি দিছে । পঢ়া ।
(a) The mountain said to the squirrel , '' You are a little prig.'' পৰ্বতে কেৰ্কেটুৱাক ক'লে , ''তুমি এটা লিটল প্ৰিগ '' । The words used by the mountain to call the squirrel are given in inverted commas . পৰ্বতে কেৰ্কেটুৱাক মাতিবলৈ ব্যৱহাৰ কৰা শব্দ কেইতা উদ্ধ কমাৰ ভিতৰত দিয়া হৈছে । When the exact words used by the speaker is given in inverted commas , we call the words or sentences - direct speech. যেতিয়া কথা কওঁতা জনে কোৱা সঠিক শব্দ কেইতা উদ্ধ কমাৰ ভিতৰত দিয়া হয় , আমি সেই শব্দ কেইটা বা বাক্য টোক - দাইৰেক্ট স্পিটচ্ বুলি কওঁ ।
We can rewrite the sentence by providing the information indirectly as follows :
Punctuation in direct speech is important. Be careful while using the comma . the quotation marks and the full stop e.g. Bun said to the mountain,''you are very big.''
অৰুণে ক'লে যে এজনী এলেহুৱা ছোৱালী যে নাচিব নাজানে ।
8. you know that we have names for people who do different kinds of work . For example : you are a student because you study in school Do you know other such names ? Fill in the table below with appropriate names .
তোমালোকে জানা নে যে আমাৰ হাতত বিভিন্ন প্ৰকাৰৰ কাম কৰা মানুহৰ নাম আছে । উদাহৰণ হিচাপে ঃ তুমি এজন ছাত্ৰ কাৰণ তুমি স্কুলত পঢ়া । তুমি বাৰু তেনেকুৱা আৰু নাম জানা নে ? তলত দিয়া তেবুল খনৰ খালী ঠাই পূৰ কৰা ঃ
(i) Who serves us food in a restaurant -
আমাক ৰেস্তোৰাঁত খাদ্য কোনে যোগান ধৰে -
⇒ Waiter (ৱেইটাৰ)
(ii) Who takes care of sick or injured people ?
বেমাৰী আৰু আহত মানুহক কোনে শুশ্ৰূষা কৰে -
⇒ Doctor (ডাক্টৰ)
(iii) Who teaches us in school -
আমাক স্কুলত কোনে পঢাই -
⇒ Teacher (শিক্ষক)
(iv) Who operates the controk of an aircraft -
এখন বিমানৰ নিয়ন্ত্ৰনৰ সঞ্চালনা কোনে কৰে -
⇒ Pilot (পাইলত)
(v) Who takes care of our teeth -
কোনে আমাৰ দাঁতৰ শুশ্ৰূাষা কৰে -
⇒Dentist ( দেনতিষ্ট )
(vi) Who puts out fires-
কোনে জুই নুমোৱাই -
⇒ Fireman (ফায়াৰমেন )
9. What would you like to be when you grow up ? Think of five reasons why you have chosen this profession and share them with the class :
(iv) Neboli is a pilot . she flies the aeroplane to different parts of the country . she is very careful because the lives of the pass engers depend upon her .
নেবলী এগৰাকী পাইলত । তেওঁ দেশৰ বিভিন্ন ঠাইত বিমান উৰাই । তেওঁ বহুত সতৰ্ক হৈ থাকে কাৰণ যাত্ৰী সকলৰ জীৱন তেওঁৰ হাতত থাকে ।
(v) Akhilesh is a soldier . He is very brave . He guards our borders against enemies .
অখীলেশ শত্ৰুৰ বিপক্ষে আমাৰ শিমাত সংৰক্ষন দিয়ে ।
(vi) Mrs. Agarwal is a famous Industrialist . she is a hard working woman . she employs over a hundred people in her industrial company . Mrs. Agarwal
এগৰাকী বিখ্যাত উদ্যােগতি । তেওঁ এগৰাকী পৰিশ্ৰমী মহিলা । তেওঁ নিজৰ উদ্যােগীক কোম্পানীত শ ত কৈও অধিক মানুহক নিয়ুক্ত কৰে ।
(vii) Tina is an architect . she works in a firm that designs houses and factories .
(i) Although Mr. Shekar Sharma is the Governor , when he is in his car , his life depends on the Driver .
যদিও শ্বেখৰ শৰ্মা এজন গভৰ্ণৰ , জেতিয়া তেওঁ নিজৰ গাড়ীত থাকে , তেওঁৰ জীৱন দ্ৰাইভাৰ জনৰ ওপৰত নিৰ্ভিত ।
(ii) Although Terang is not as rich or powerful as Mr. Sharme , Mrs. Agarwal and tine , they will get food to eat only if farmers like Terang grow crops in the fields.
যদিও তেৰাং মিস্তাৰ শৰ্মাৰ সমান ধনী নাইবা শক্তিশালী নহয় , মিস্তাৰ আগৰৱাল আৰু তিনা , তেওঁলোকে খাদ্য খাবলৈ তেতিয়াহে পাব যদি তেৰাংৰ দৰে খেতিয়কে খেতি কৰে ।
(iii) Although Akhilesh is not a general , the people of the country are safe because of soldier like him .