জহা ধান 









জহা ধানৰ কিছু তথ্যঃ 

 -----------------------------------------------------------

    ভাদ মাহত (August September Month) জহা ধান লগায় আৰু  আঘোন মাহত(November December Month) কাটিব হয়। এই বিধ ধান দ তলীয় বাবে অতিত মাহত এই ধান লগায়।

       In the month of Bhad (August September Month), the rice is            applyed and it has to be harvested in the month of Aghon                      (November December Month). It is used in the past.

            জহা ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়।           আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল কুলা।

         Jowar paddy is found in many places in Assam. And this              paddy is very popular in Assam. And the colour of this paddy is          the Black.

        ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ          মিঃ দীঘল হয়। 

                    Its size is: about 2 m wide and 4m to 1 cm long.

           আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।

                    And its syntax: size, shape and its color.

      

         

         


খেতিয়কঃ

Pratab Bora (Chakabahi, Morigaon, Assam)

------------------------------------------------


যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Linkটো ক্লিক কৰক।

If someone would like to provide some information on paddy then click the link below.




--------------------------------------------------

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান



Collection- Bharat kalita 

Morigaon Assam