গণ্টী বৰা ধান 












গণ্টী বৰা ধানৰ তথ্য ঃ  

-------------------------------------------------

গণ্টি বৰা ধান শাওণ মাহত (July August Month) ৰোৱা হয় আৰু আঘোণ (November December Month) মাহত কাটিবৰ বাবে হয়। এই বিধ ধান ৰোৱা তলি মাটিত ৰোৱা হয় ।

Ganti bora paddy is harvested in the month of Shon (July August Month) and is for harvesting in the month of Aghon (November December Month). This rice is placed on the ground.


অসমৰ এবিধ দূৰ্লভ ধান। পাহাৰ কাষৰিয়া অঞ্চলত খেতি কৰা দেখা যায় । গণ্টী বৰা, বৰা ধানৰ এবিধ প্ৰজাতি।

 

স্থানঃ মহেচ ধামৰ পাহৰ এখন ভিতৰতৰ ঠাইত এই ধান বিধৰ প্ৰজাতি সংগ্ৰহ কৰা হৈছে। 


আকাৰঃ ২মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।


চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু বৰণ ।


যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান


Collection-Bharat kalita