M B 1 ধান
M B 1 ধান বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।
M B 1 rice is spent in the month of Sitand and harvested in the month of Aghon. And it is thrown into the ground.
M B 1 ধানৰ কিছু তথ্যঃ
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
Collection-Bharat kalita
Morigaon Assam
Post ID : DABP003187