জহা ধান বগা
জহা ধান বগা বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।
The rice is used in the month of the year and spends in the month of Aghon. And it is thrown into the ground.
জহা ধান বগা কিছু তথ্যঃ
জহা ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।
Post ID : DABP003189
Collection- Bharat kalita
Morigaon Assam