কাৰৈ বাদাম ধান










কাৰৈ বাদাম শাওণ মাহত (July Augester Month) ৰোৱা হয় আৰু এই ধান আঘোণ মাহত (Nov & Dec Month) কাটিবলৈ হয়। এই ধান বিধ ৰোৱা তলি মাটিত ৰোৱা হয় ।

The Karai Badam Seed are kept in the month of Shon (Jul Aug Month) and this rice has to be harvested in aghom (Nov Dec Month). This rice is placed on the ground.

কাৰৈ বাদামৰ ধান কিছু তথ্যঃ 

কাৰৈ বাদাম ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।

ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়। 

আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।


খেতিয়কঃ

Pratab Bora (Chakabahi, Morigaon, Assam)



যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান




Collection- Bharat Kalita 

Morigaon Assam