তৰা শালি ধান
তৰা শালি ধান বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।
Tara Khali is used in the month of rice and spends in the month of Aaghon. And it is thrown into the ground.
তৰা শাল িদানৰ কিছু তথ্যঃ
তৰা শালি ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।
Collection-Bharat kalita
Morigaon Assam