তৰা শালি ধান 







তৰা শালি ধান বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।

Tara Khali is used in the month of rice and spends in the month of Aaghon. And it is thrown into the ground.

তৰা শাল িদানৰ কিছু তথ্যঃ

তৰা শালি ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।

ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়। 

আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।


যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান


Collection-Bharat kalita 

Morigaon Assam