খে আই জুং ধান







খে আই জুং ধান বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।

Khe ai jung paddy is used in the month of Bahag and spends in the month of Aghon. And it is thrown into the ground.

খে আই জুং ধানৰ কিছু তথ্যঃ

 খে আই জুং ধান বিধ অসমৰ বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহুত প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।

ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়। 

আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।


যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান


Post ID : DABP003212


Collection-Bharat kalita 

Morigaon Assam