তৰা বাউধান
তৰা বাউধান বহাগ মাহত লগায় আৰু আঘোণ মাহত কাটে । আৰু ইয়াক দ মাটিত পেলোৱা হয়।
The star spends the baroda in the month of Bahag and spends in the month of Aghon. And it is thrown into the ground.
তৰা বাউধান কিছু তথ্যঃ
তৰা বাউ ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল বগা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।
Post ID : DABP003153