পুৰণা মাচুৰী ধান (OLD MASURI SEED)
পুৰণা মাচুৰী ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা | এই ধান বিধ প্ৰতি মানুহৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যায় কাৰণ এই ধান বিধ অসমত বহুত মানুহে খেতি কৰা দেখিবলৈ পোৱা যায়। এই ধান বিধ বহুত দিনৰ পাছত পুৰণ ব্য়ৱহাৰ কৰা বাবে এই ধান বিধক পুৰণা মাচুৰী ধান বুলি কোৱা হয়।



