কেকোৱা বাউধান
কেকোৱা বাউধান চ'তমাহত (March April Month) লগোৱা হয়, আৰু ইয়াক আঘোন (November December Month) মাহত কাটিব হয়। এই বিধ ধান দ তলীয় পলসুৱা মাটিত পেলোৱা হয়।
Kekhowa boudhan is put in the month (March April Month), and it has to be cut in the month of Aghon (November December Month). It is thrown into the ground.
কেকোৱা বাউধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।
Kekwa Baudhan can be seen in many places in Assam. And this paddy is very popular in Assam. And the colour of this paddy is red.
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
Its size is: about 2 m wide and 4m to 1 cm long. And its syntax: size, shape and its color.
-------------------------------------------------