কেকোৱা বাউধান 














কেকোৱা বাউধানৰ কিছু তথ্যঃ

---------------------------------------------------
      

কেকোৱা বাউধান চ'তমাহত (March April Month) লগোৱা হয়, আৰু ইয়াক আঘোন (November December Month) মাহত কাটিব হয়। এই বিধ ধান দ তলীয় পলসুৱা মাটিত পেলোৱা হয়। 

Kekhowa boudhan is put in the month (March April Month), and it has to be cut in the month of Aghon (November December Month). It is thrown into the ground. 


কেকোৱা বাউধান বিধ অসমত বহুটো ঠাইত  দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।

          Kekwa Baudhan can be seen in many places in Assam. And this paddy is very popular in Assam. And the colour of this paddy is red.

ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।

           Its size is: about 2 m wide and 4m to 1 cm long. And its syntax: size, shape and its color.

-------------------------------------------------

যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Linkটো ক্লিক কৰক।
https://wa.me/+919395708904

If someone would like to provide some information on paddy then click the link below.
https://wa.me/+919395708904


জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান

Collection-Bharat Kalita 

Morigaon Assam