বৰা ধান














বৰা ধানৰ কিছু তথ্যঃ


বৰা ধান শাওণ মাহত (July August Month) খেতি কৰা হয় আৰু আঘোণ মাহত (November December Month) কাটিবৰ বাবে হয়। এই বিধ ধান ৰোৱা তলী মাটিত খেতি কৰা হয় । 

    Bora rice is cultivated in the month of Shon (July August Month) and is for harvesting in the month of Aghon (November December Month). This rice is cultivated in the sowing of the soil. 



অসমৰ এবিধ দূৰ্ৰলভ ধান। ইয়াক পিঠা, জলপান আদি বনোৱাত ব্যৱহাৰ কৰা হয়। আৰু ইয়াক খাবলৈ বহু আঠা হয়। আৰু এই ধানৰ ৰং হ'ল কুলা আৰু বগা।

         It is a rare paddy in Assam. It is used to make pithas, snacks, etc. And it is very sticky to eat. And the colour of this paddy is kula and white.

আকাৰঃ 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়। চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু বৰণ ।
    
     Size: 2m wide and 4m to 1 cm long. Syncing: Size, shape and colour.


খেতিয়কঃ

Prafula Medhi (Kahibari, Morigaon, Assam)


-----------------------------------------------

যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Linkটো ক্লিক কৰক।
https://wa.me/+919395708904

If someone would like to provide some information on paddy then click the link below.
https://wa.me/+919395708904

জহা ধান 

কেকোৱা বাউধান

বৰা ধান

কাৰৈ বাদাম ধান

গণ্টি বৰা ধান 

কুমল ধান

চৰিয়া শালি

মাগুৰি ধান

ৰঞ্জিত ধান

লাল গংগা

বাছমতি ধান

তৰা বাউধান

M B 1 ধান

জহা ধান বগা

তৰা শালি বাও

ৰজী ধান

খে আই জুং

বিয়ৈ শালি ধান

বগা মাচুৰী ধান

বাহাদুৰ শালি ধান

বাও বৰা ধান

গন্টি বৰা ধান

ৰঙা মাচুৰী ধান

পুৰণা মাচুৰী ধান

প্ৰশাদ শালি ধান

ৰঞ্জীত ছাপন ধান

চৰাই মৰা ধান

বুকা ধান

বগা বৰা ধান

নামনি ধান

জহা ধান সৰু

পানী মাগুৰি

কাউৰী বাদাম ধান

পংকজ ধান