বাও বৰা ধান (Baw Bora Seed)
বাও বৰা ধানৰ কিছু তথ্যঃ
বাও বৰা ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। এই ধানৰ ৰং হ'ল ৰঙা আৰু গাত কলা ৰঙৰ ফুট থকা । এই ধান বিধ প্ৰায় 7-9 মিলিমিটাৰ দিঘল হয়।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।
Collection By- BHARAT KALITA
(MORIGAON ASSAM)
0 Comments