মাগুৰি ধান
Maguri rice is harvested in the month of Bohag (April May Month) and is for cutting (November December Month). And this rice is thrown into the soil.
মাগুৰি ধানৰ কিছু তথ্যঃ
মাগুৰি ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।
Collection-Bharat kalita
Morigaon Assam