ৰঞ্জিত ধান
ৰঞ্জিত ধান শাওণ মাহত (July Auguste Month) খেতি কৰা হয় আৰু এই ধান আঘোণ মাহত (November December Month) কাতিবৰ বাবে হয় । এই ধান বিধ দ মাটিত পেলোৱা হয়।
Ranjit rice is cultivated in the month of Shon (July Auguste Month) and this rice is for harvesting in the month of Aghon (November December Month). This rice is thrown into the soil.
ৰঞ্জিত ধানৰ কিছু তথ্য ঃ
ৰঞ্জিত ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল ৰঙা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়।
আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।
যদি কোনোয়ে ধানৰ কিছু তথ্য় দিব বিচাৰে তেনে হ'লে তলত দিয়া Link টো ক্লিক কৰক।