পৰিবহন আৰু যোগাযোগ  


  B. Very Short Type Question.


১) ৰাচিয়াৰ কোনখন মহানগৰ ৰে'লবিভাগৰ মূখ্য কাৰ্যালয়?

২)পানামা খেলৰ দৈৰ্ঘ্য কিমান?

৩) জীৱন ধাৰণৰ উচ্চ মান আৰু জীৱনৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে?

৪)মহাসাগৰীয় পৰিবাহকবোৰে কি কাৰ্য কৰে?

৫)পৃথিৱীৰ মুঠ মটৰগাড়ীৰ পথৰ দৈৰ্ঘ্য কিমান?

৬) চুৱেজ খাল কেতিয়া নিৰ্মাণ কৰা হৈছিল?

৭)পৰিবহন নেটৱৰ্ক কি?

৮)উত্তৰ আমেৰিকৰ ৰাজপথৰ ঘনত্ব কিমান?

৯)দক্ষিণ প্ৰশান্ত সমাহাসৰীয় পথেৰে কোনকেইখন ঠাইক সংযোগ কৰা হৈছে?

 ১০)আন্তঃমহাদেশীয় ৰেলপথ কি?

 ১১) চুৱেজ খালে কোন ঠাই সংযোগ কৰিছেো?

 ১২)অষ্ট্ৰেলিয়াৰ সৰ্বমুঠ ৰেল আলিৰ দৈৰ্ঘ্য কিমান?

 ১৩) ক'ৰপৰা ডায়নুব নদীখন ওলাইছে?

 ১৪) পৰিবহণৰ প্ৰধান উপায়বোৰ কি কি?

 ১৫) ৰাজপথৰ বহলৰ পৰিমাণ কিমান?

 ১৬) আন্তঃকানাডিয়ান ৰেলপথটো ক'ৰপৰা কলৈ বিস্তৃত হৈ আছে?

 ১৭) ডাঙৰ মহানগৰসমূহত পৰিবহনৰ প্ৰধান সমাধানবোৰ কি কি?

 ১৮) ইউৰোপৰ কোনখন দেশৰ ৰাজপথৰ ঘনত্ব সৰ্বাধিক?

 ১৯) পানামা খালে কোন ঠাইবোৰ সংযোগ কৰিছে?

 ২০) কোনটো ৰে'লপথ পৃথিৱীৰ আটাইতকৈ আন্তঃমহাদেশীয় ৰে'লপথ?

২১) ৰাইন নদীৰ পূৱ অংশত কোনখন নদী লগলাগি আছে?

২২) আকাশী পথৰ উৎকৃষ্ট চলনটো কি?

২৩)চুৱেজ খালৰ দৈৰ্ঘ্য কিমান?

২৪)মালবাহী জন্ত্ত বুলিলে কি বুজা?

২৫)পৰিবহন, যোগাযোগ আৰু বাণিজ্যৰ কাম কি?

২৬)কোন ঠাইৰ মাজেৰে ৰাই নদীখন বৈ গৈছে?

২৭)উত্তৰ আটলান্টিক সাগৰীয় পথে কোনবোৰ ঠাইক সংযোগ কৰিছে?
২৮)জল পৰিবহণৰ প্ৰকাৰ দুটা কি কি?

 

B. Short Type Questions.


১) সীমান্ত পথ বুলিলে কি বুজা? ইয়াৰ মূখ্য লক্ষণসমূহ বাখ্যা কৰা ।

(এই প্ৰশ্নটো  চনত 2014 আহিছিল )

২)পৰিবহণৰ অন্যান্য উপায়বোৰতকৈ জল পৰিবহণ কিয় সস্তীয়া হয়?

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

৩) দুই ধৰণৰ জল পৰিবহণ কি কি?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

৪) জল পৰিবহণৰ দুটা লাভালাভ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

৫) পৰিবহণ যোগাযোগৰ মাজত পাৰ্থক্য দেখুওৱা ।
(এই প্ৰশ্নটো 2014 চনত আহিছিল)

৬)পাৰ্বত্য এলেকাত থকা পথ পৰিবহণৰ সমস্যাসমূহ কি কি)

৭) বায়ু পৰিবহণৰ দুটা প্ৰধআন উপকাৰিতা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

৮) পৰিবহন সোঁত মানে কি?

৯) পাৰ্বত্য, মৰুভূমি আৰু বানপীড়িত অঞ্চলত পথ পৰিবহন ব্যৱস্থাৰ অসুবিধআসমূহ কি?

১০) উত্তৰ আটলান্টিক সাগৰীয় পথৰ বিষয়ে লিখা ।

১১) ঔৰ্দ্ধ্য-কানাডীয় ৰেল পথৰ প্ৰধান বৈশিষ্ট্য়বোৰ আলোচনা কৰা ।

১২) পৰিবহণ আৰু যোগাযোগৰ মাজত পাৰ্থক্য দেখুওৱা ।

১৩) বিভিন্ন উদ্দেশ্যত পাইপ লাইনবোৰ কিদৰে  ব্যৱহাৰ কৰা হয় আলোচনা কৰা ।

১৪) খনিজ তেল আৰু প্ৰাকৃতিক গেছ যোগানৰ বাবে পাইপলাইনৰ ব্যৱহাৰ কিয় ব্যাপকভআৱে কৰা হয়?

১৫) আভ্যন্তৰীণ জলপথ কি?

১৬) চাইবাচ স্পেচ সম্পৰ্কত এটা বাখ্যামূলক টোকা লিখা ।

১৭) আন্তঃমহাদেশীয় ৰে'লপথ কি?

১৮) ৰেলপথৰ গজসমূহৰ বিষয়ে লিখা ।

১৯) উত্তৰ আটলান্টিক সাগৰীয় পথৰ বিষয়ে লিখা ।

২০) কেনেকৈ পৰিবহন এটা সংগঠিত হোৱা উদ্যোগ হয়?

২১) পথ পৰিবহনৰ বিৱৰ্তনৰ বিষয়ে লিখা ।

২২) ভাৰতৰ ৰাজপথৰ বিষয়ে লিখা ।

২৩) উপকূলীয় নৌ পৰিবহণৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

২৪)পৰিবহণৰ নেটৱৰ্ক আৰু সূচলতাৰ অৰ্থ উদাহৰণসহ দাঙি ধৰা ।

২৫) পেক অৱ গুড্ হোপ সাগৰীয়া পথৰ গুৰুত্বৰ বিষয়ে লিখা ।

২৬) পৰিবহনৰ উপায় হিচাপে মহাসাগৰীয় জলপথৰ ওপৰত এটা টোকা লিখা ।

২৭) ঘাইপথৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

২৮)আকাশী পৰিবহণৰ উন্নয়নত দেখা দিয়া প্ৰধান জটিলতাবোৰ কি কি?

২৯)পৰিবহন ব্যৱস্থা মানে কি?

৩০) দক্ষিণ আমেৰিকাৰ ৰে'লসজ্জাৰ বিষয়ে লিখা ।

৩১) জলপৰিবহনৰ সুবিধাসমূহ কি কি?

৩২) বিশাল হ্ৰদ-চেইন্ট লৰেন্স সাগৰীয়া পথৰ ওপৰত এটা চমু টোকা লিখা ।

৩৩) পকা ৰাস্তা আৰু কেঁচা ৰাস্তা কি?

৩৪)যোগাযোগ সেৱাৰ বিষয়ে এটা টোকা লিখা ।

৩৫) ইউৰোপৰ ৰেলসজ্জাৰ বিষয়ে লিখা ।

৩৬)চীনৰ ৰাজপথৰ বিষয়ে লিখা ।

৩৭)মহাসাগৰীয় পৰিবহনৰ দক্ষতা বিশেষভাৱে উন্নীত  কৰা উন্নয়নৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰা ।

৩৮)পেন এমেৰিকান হাইৱেৰ বিষয়ে লিখা ।

৩৯)আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাত নদীৰ গুৰুত্ব কি?

৪০) ঔৰ্দ্ধ্য-ছাইবেৰীয় ৰেল পথৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

৪১) উন্নত আৰু উন্নয়শীল ৰাস্তাৰ পথৰ মাজত কিয় পাৰ্থক্য দেখা যায়?

৪২)সীমান্ত পথ কি? সীমান্ত পথৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

c. Essay Type Questions .


১) পথ আৰু ৰেল পৰিবহন ব্যৱস্থাৰ প্ৰধান সুবিধা আৰু অসুবিধআসমূহ কি কি?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

২)পৃথিৱীৰ আন্তঃমহাদেশীয় ৰেলপথসমূহৰ বিষয়ে বৰ্ণনা কৰা ।

৩)আভ্যন্তৰীণ জলপথৰ এটা লেখ দিয়া ।

৪)আকাশী পৰিবহনৰ বৈশিষ্ট্যবোৰ আলুচনা কৰা ।

৫)পথ পৰিবহনৰ বৈশিষ্ট্যবোৰ লিখা ।

৬)বিশাল হ্ৰদ ছেইন্ট লৰেন্স সাগৰীয় পথৰ এটা লেখ দিয়া ।

৭)বিশ্বৰ ৰেলপথৰ বিষয়ে এটা টোকা প্ৰস্ত্তত কৰা ।

৮)ছুৱেজ খালৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা ।

৯)বিশ্বৰ কোনকেইটা প্ৰধান অঞ্চলত বায়ু পৰিবহন ব্যৱস্থাৰ ঘনত্ব অধিক ।

১০) উপগ্ৰহৰ যোগাযোগ ব্যৱস্থাৰ বিষয়ে লিখা ।

১১)আন্তঃমহাদেশীয় আকাশী মহাদেশৰ এটা বৰ্ণনা আগবঢ়োৱা ।

১২)কৃত্ৰিম উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ বৈশিষ্ট্যবোৰ বাখ্যা কৰা ।

১৩)"এটা সুসংবদ্ধ যাতায়ত ব্যৱস্থাত বিভিন্ন ধৰণৰ পৰিবহণ ব্যৱস্থাই ইটোৱে-সিটোক সম্পূৰ্ণ কৰে"- আলোচনা কৰা ।

১৪)পানামা খালৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা ।

১৫)উত্তৰ আটলান্টিক সাগৰীয় পথৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা ।

১৬)দূৰ সংবেদনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

১৭)পৃথিৱীৰ আন্তঃমহাদেশীয় ৰেলপথসমূহৰ বিষয়ে বৰ্ণনা কৰা ।

১৮)আকাশী পৰিবহনৰ প্ৰধান লাভালাভ সমূহ আলোচনা কৰা ।

১৯)বিশ্বৰ মহাসাগৰীয় পথসমূহৰ গুুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

২০)কোনবোৰ ধৰণৰ যোগেদি চাইবাৰ স্পেচ ব্যৱস্থাই সমসাময়িক অৰ্থনৈতিক আৰু সামাজিক স্থান লাভ কৰিব ।

২১)'এটা সুন্দৰভাৱে পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন মাধ্যমবোৰ পৰস্পৰৰ পৰিপূৰক হয়'- এই মন্তব্যটো  বাখ্যা কৰা ।

২২) প্ৰাচীন কালৰে পৰাই এতিয়ালৈ কিয় স্থল পৰিবহনৰ উন্নয়ন কাৰ্য আছে তাৰ কাৰণবোৰ লিখা ।

২৩)চাইবাৰ স্পেচ আৰু ইন্টাৰনেটৰ বিষয়ে লিখা ।