আন্তৰ্জাতিক বাণিজ্য

A. Short Type Questions.

১) দুই ধৰণৰ আন্তঃজাতীয় বাণিজ্যৰ নাম লিখা ।
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
২) আন্তৰ্জাতিক বাণইজ্যৰ বিভিন্ন প্ৰকাৰসমূহ লিখা ।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
৩) আন্তৰ্জাতিক বাণিজ্য বুলিলে কি বুজা? দুই ধৰণৰ প্ৰধান আন্তৰ্জাতিক বাণিজ্য কি কি?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
৪) পৃথিৱীৰ কোনবোৰ প্ৰধান অঞ্চলত আকাশী পথৰ ঘনত্ব অধিক?
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
৫) বন্দৰ আৰু পোতাশ্ৰয়ৰ পাৰ্থক্য দেখুওৱা?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
৬) ভাৰতীয় বাণইজ্যত মুম্বাই বন্দৰে কেনেদৰে ভঊমিকা গ্ৰহণ কৰিছে?
৭) ভাৰতৰ বিমান বন্দৰসমূহৰ বিষয়ে এটা টোকা লিখা ।
৮) বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজৰ পাৰ্থক্য কি?
৯) পশ্চাদ ভূমিৰ অৰ্থ বাখ্যা কৰা ।
১০) বিশ্ব বাণিজ্যলৈ ভাৰতৰ বৰঙণি কি?
১১) বিভিন্ন দেশৰ পৰা আমদানি কৰা গুৰুত্বপূৰ্ণ সামগ্ৰীৰ নাম লিখা ।
১২) পূব উপকূলত থকা বন্দৰকেইটাৰ নাম লিখা ।
১৩) কেনেকৈ আভিযান্ত্ৰিক সামগ্ৰীসমূহে ২০০৩-৪ চনৰ ৰপ্তানি বাণিজ্যত ভূমিকা গ্ৰহণ কৰিছিল?
১৪) ভাৰতৰ আমদানিৰ পৰিৱৰ্তিত ৰূপটোৰ বিষয়ে এটা টোকা লিখা ।

B. Essay Type QUestions.

১) সাগৰীয় বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱৰামুখ কিদৰে হ'ব পাৰে?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
২) ভাৰতৰ বৈদেশীক বাণিজ্যৰ দিশটো পৰীক্ষা কৰা ।
৩) ভাৰতৰ আমদানি-ৰপ্তানি গঠনৰ বৰ্ণনা কৰা ।
৪) ভাৰতৰ পূব উপকূলত অৱস্থিত বন্দৰসমূহৰ এটা লেখ দিয়া ।
৫) ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যৰ পৰিৱৰ্তিত প্ৰকৃতিৰ বিষয়ে এটা লিখা ।
৬) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ পশ্চিম উপকুলত অৱস্থিত প্ৰধান বন্দৰ সমূহৰ বিষয়ে আলোচনা কৰা ।
৭) ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যত সাগৰীয় বন্দৰবোৰে কেনে ভঊমিকা পালন কৰিছে?
৮) বন্দৰসমূহক কিয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ বুলি কোৱা হয়?
৯) ভাৰতৰ বৈদেশিকবাণিজ্যৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।

C. Very Short Type Questions.

১) নিউ মাংগালোেৰ বন্দৰ ক'ত অৱস্থিত?
২) অপ্ৰশস্ত বাণিজ্যিক সন্ত্তলন বুলিলে কি বুজা?
৩) কান্দলা বন্দৰ ক'ত অৱস্থিত?
৪) ইন্নোৰ বন্দৰ ক'ত অৱস্থিত?
৫) মাৰমাগাঁও বন্দৰ ক'ত অৱস্থিত?
৬) ভাৰতত কিমান বন্দৰ আছে?
৭) কোচি বন্দৰ ক'ত অৱস্থিত?
৮) জৱাহৰলাল নেহেৰু বন্দৰ ক'ত অৱস্থিত?
৯) হালদিয়া বন্দৰ ক'ত অৱস্থিত?