মুদ্ৰা আৰু বেংক ব্যৱস্থা

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক ।


২) 'পণ্য বিনিময় প্ৰথা' কি?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ


১) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ হ'ল--
        ১। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে । কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ । বাকী কোনো বেংকৰ এই অধিকাৰটো নাই ।
       ২।কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ ।
      ৩। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে ।গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে।
      ৪।কেন্দ্ৰীয় বেংকৰ অন্য়ান্য় কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্য়ান্য় বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰে।


২) মুদ্ৰাৰ দুটা কুফল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ  মুদ্ৰাৰ দুটা কুফল হ'ল--
    ১। মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে । মুদ্ৰা সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সমাজিক বৈষম্য় সৃষ্টি কৰে ।
    ২। মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্য়বোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে।দু্ৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে অত্য়ুক্তি কৰা নহ'ব।


৩) 'IDBI' কি? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ দুটা মূখ্য কাৰ্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ 'IDBI' মানে হ'ল-- ভাৰতীয় ঔদ্য়োগিক উন্নয়ন বেংক ।
             ১৯৬৪ চনত এই বেংক স্থাপন কৰা হৈছিল ।
             ইয়াৰ দুটা মুখ্য় কাৰ্য কেইটা হ'ল----
            (১) ঔদ্য়োগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য় প্ৰদান কৰা ।
            (২)অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্য়োগলৈ ৰেহাই সুদৰ হাৰত                         এই বেংকে ঋণ আগবঢ়ায়। 


৪) মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

উত্তৰঃ মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা হ'ল---
    ১। মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে । মুদ্ৰা সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সমাজিক বৈষম্য় সৃষ্টি কৰে ।
    ২। মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্য়বোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে।দু্ৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে অত্য়ুক্তি কৰা নহ'ব।


৫) পণঅয বিনিময় প্ৰথা কি? পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


৬) 'নাবাৰ্ড' কি? ইয়াৰ প্ৰধান কাৰ্যোবৰ কি কি? 

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৭) বিনিময় প্ৰথাৰ অসুবিধাসমমূহ কি কি?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৮) আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৯) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবাৰ্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১০) চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সমক্ষে যুক্তি দৰ্শোৱা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


১১) বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ


১) মুদ্ৰা সংকোচন মানে কি?

উত্তৰঃ


২) মুদ্ৰা কেই প্ৰকাৰৰ?

উত্তৰঃ ২ প্ৰকাৰ মুদ্ৰা ।


৩) আদেশ মুদ্ৰা কি?

উত্তৰঃ


৪) আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।


৫) হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?

উত্তৰঃ 

৬) ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নামটো কি?

উত্তৰঃ বেংক অব্ হিন্দুস্তান।


৭) বিনিময়ৰ অৰ্থ লিখা ।

উত্তৰঃ বস্তু আদান-প্ৰদান কৰা।


৮) বিশ্বৰ আটাইতকৈ পূৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ ৰিক্স বেংক।


৯) মুদ্ৰাৰ প্ৰাথমিক কাৰ্য কি?

উত্তৰঃ


১০) ভাৰতবৰ্ষত বৰ্তমান কেইটা আঞ্চলিক বেংক আছে?

উত্তৰঃ


১১) ভাৰতৰ সৰ্ববৃহৎ বেংকটোৰ নাম লিখা ।

উত্তৰঃ


১২) ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা মূখ্যতঃ বেংক কোনটো?

উত্তৰঃ


১৩) পৰিবৰ্তনীয় কাগজী মুদ্ৰা কি?

উত্তৰঃ


১৪) ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।


১৫) মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্য্যায়টো কি?

উত্তৰঃ


১৬) বিহিত মুদ্ৰা কি?

উত্তৰঃ


১৭) বৰ্তমান কালৰ দ্ৰব্য মূল্যাংকৰ প্ৰধান মাপকাঠী কি?

উত্তৰঃ


১৮) অসমৰ প্ৰথমটো বেংকৰ নাম কি?

উত্তৰঃ গুৱাহাটী বেংক।


১৯) সঞ্চয় কেই প্ৰকাৰৰ?

উত্তৰঃ


২০) ক'লা ধনৰ অৰ্থ লিখা ।

উত্তৰঃ


২১) SIDBI ৰ এটা কাৰ্য লিখা ।

উত্তৰঃ


২২) মুদ্ৰাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ


২৩) অপৰিবৰ্তনীয় কাগজী মুদ্ৰা কি?

উত্তৰঃ


২৪) ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ


২৫) ক'লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ কি?

উত্তৰঃ


২৬) প্ৰকৃত মুদ্ৰা কি?

উত্তৰঃ


২৭) এটা বিহিত মু্দ্ৰাৰ উদাহৰণ দিয়া ।

উত্তৰঃ


২৮) আমাৰ দেশৰ হিচাপ-নিকাচৰ মুদ্ৰাটোৰ নাম কি?

উত্তৰঃ


২৯) চলিত আমানত কি?

উত্তৰঃ


৩০) কাগজী মু্দাৰ ছপা কৰাৰ ক্ষমতা কোনটো বেংকৰ আছে?

উত্তৰঃ


৩১) বিনিময় প্ৰথাৰ এটা অসুবিধা লিখা ।

উত্তৰঃ


৩২) মু্দ্ৰাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ


৩৩) প্ৰতীক মুদ্ৰাৰ অৰ্থ লিখা ।

উত্তৰঃ


৩৪) এটা প্ৰতীক মুদ্ৰাীৰ উদাহৰণ দিয়া ।

উত্তৰঃ


৩৫) গ্ৰাম্য ঋণৰ ক্ষেত্ৰত কাৰ্য কৰা বেংক কোনটো?

উত্তৰঃ


৩৬) আদেশ মুদ্ৰাবোৰক পূৰ্ণমুদ্ৰা বুলিব পাৰিনে?

উত্তৰঃ


৩৭) SIDBI ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


৩৮) বাণিজ্যিক বেংকৰ সংজ্ঞা দিয়া ।

উত্তৰঃ


৩৯) বেংক কি?

উত্তৰঃ


৪০) ভাৰতৰ কেন্দৰীয় বেংকৰ এটা কাৰ্য্য় উল্লেখ কৰা ।

উত্তৰঃ


৪১) মুদ্ৰাৰ ক্ৰমবিকাশৰ যিকোনো এটা পৰ্য্য়ায় উল্লেখ কৰা ।

উত্তৰঃ


৪২) বমননিময়ৰ মাধ্যম হিচাপে কাম কৰিবলৈ মুদ্ৰাৰ অত্যাৱশ্যকীয় গুণটো কি?

উত্তৰঃ


৪৩) বেংক সমূহৰ বেংক কোনটো?

উত্তৰঃ


৪৪) NABARAD বেংক কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ


৪৫) যিকোনো এবিধ সঞ্চয়ৰ নাম লিখা ।

উত্তৰঃ


৪৬) কোনটো বেংকক বাণিজ্যিক বেংকৰ ঋণদাতা বুলি কোৱা হয়?

উত্তৰঃ


৪৭) SIDBI ৰ মূখ্য কাৰ্য্যালয় ক'ত অৱস্থিত?

উত্তৰঃ


৪৮) ধনাদেশক নিকট মুদ্ৰা বোলাৰ কাৰণ কি?

উত্তৰঃ


৪৯) মান মুদ্ৰা কি?

উত্তৰঃ


৫০) IDBI বেংকৰ এটা কাৰ্য্য উল্লেয়ক কৰা ।

উত্তৰঃ


৫১) আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ কোন বেংকো নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ


৫২) মুদ্ৰাৰ যিকোনো এটা কাৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ


৫৩) কাগজী মুদ্ৰা ছপা আৰু প্ৰচলন কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে?

উত্তৰঃ


৫৪) বিশ্বৰ আটাইতকৈ পূৰণি কেন্দ্ৰীয় বেংকটো কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ


৫৫) 1975 চনত কেইটা আঞ্চলিক বেংক স্থাপন কৰা হৈছিল?

উত্তৰঃ


৫৬) অমৌদ্ৰি্ক ধাতুমান ব্যৱস্থাত বিনিময়ৰ মাধ্যম হিচাপে কি ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ


৫৭) IDBI বেংক কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ


৫৮) NABARAD সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


৫৯) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলিলে কি বুজা?

উত্তৰঃ


৬০) অসমৰ প্ৰথমটো বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ


৬১) NABARAD এটা কাৰ্য লিখা ।

উত্তৰঃ


৬২) সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিবলৈ মুদ্ৰাৰ প্ৰধান গুণটো কি?

উত্তৰঃ


৬৩) IDBI সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


B. চমু উত্তৰৰ প্ৰশ্নঃ

১) মুদ্ৰাৰ তাৰল্য গুণ বুলিলে কি বুজা?

উত্তৰঃ


২) সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?

উত্তৰঃ


৩) পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা ।

উত্তৰঃ


৪) মুদ্ৰাৰ তিনিটা কুফল উল্লেখ কৰা ।

উত্তৰঃ


৫) কেন্দ্ৰীয় বেংকৰ তিনিটা কাৰ্য্য় উল্লেখ কৰা ।

উত্তৰঃ


৬) বিনিময় প্ৰথা বিলুপ্ত হোৱাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ


৭) অভালৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজা?

উত্তৰঃ


৮) পূৰ্ণ মূল্য মুদ্ৰা আৰু প্ৰতীক মুদ্ৰাৰ পাৰ্থক্য লিখা ।

উত্তৰঃ


৯) SIDBI ৰ দুটা কাৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ


১০) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?

উত্তৰঃ


১১) বেংক কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ


১২) আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?

উত্তৰঃ


১৩) মুদ্ৰাৰ দুটা গুৰুত্বপূ্ৰণ কাৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ


১৪) ঋণমমুদ্ৰা সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ


১৫) IDBI বেংকৰ দুটা কাৰ্য্য় উল্লেখ কৰা ।

উত্তৰঃ


১৬) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

উত্তৰঃ


১৭) মদ্ৰা কেই প্ৰকাৰৰ কি কি?

উত্তৰঃ


১৮) সমীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?

উত্তৰঃ


১৯) NABARAD দুটা কাৰ্য্য় উল্লেখ কৰা ।

উত্তৰঃ


২০) বেংক জমা কেই প্ৰকাৰৰ কি কি?

উত্তৰঃ


২১) প্ৰকত মুদ্ৰা কেই প্ৰকাৰৰ? তিনিটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ


২২)মুদ্ৰাৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১)  বাণিজ্যিক বেংকৰ কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ


২) কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য্য় বাখ্যা কৰা ।

উত্তৰঃ


৩) মুদ্ৰাৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


৪) ক'লা মুদ্ৰা কিদৰে সৃষ্টি হয়?

উত্তৰঃ


৫) চমুটোকা লিখা ।

i) বেংক ।

ii) কেন্দ্ৰীয় বেংক ।

iii) বিনিময় প্ৰথা ।

vi) বাণিজ্যিক বেংক ।

vii) মুদ্ৰা হিচাপ নিকাচৰ উমৈহতীয়া একক ।

viii) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক?

ix) প্ৰতীক মুদ্ৰা ।

x) ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ।

xi) বিহিত মুদ্ৰা ।

xii) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ ।

xiii) ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ।

উত্তৰঃ


৬) মুদ্ৰাৰ কুফলসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ


৭) অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কিদৰে পৃঠক?

উত্তৰঃ


৮) কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ


৯) আধুনিক অৰ্ধব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা ।

উত্তৰঃ


১০) মুদ্ৰাৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ বাখ্যা কৰা ।

উত্তৰঃ


১১) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য বাখ্যা কৰা ।

উত্তৰঃ

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------