অৰ্থনৈতিক ভূগোলঃ বিষয়বস্ত্ত আৰু সম্পদ


পৰীক্ষাৰ প্ৰশ্নসমূহঃ  

A. অতি চমু প্ৰশ্নাৱলীঃ

১) সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


২) প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৩) এটা সামগ্ৰীৰ উদাহৰণ দিয়া, যিটো সম্পদ আৰু সম্পত্তি দুয়োটা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ


১) মানুহক কিয় মানৱ সম্পদ বোলা হয়?

(এই প্ৰশ্নটো 2012 আৰু 2018 চনত আহিছিল)

উত্তৰঃ


২) প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উজাহৰণসহ সংজ্ঞা দিয়া ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৩) সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৪) সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৫) জীৱিয় আৰু অজীৱিয় সম্পদৰ মাজত থকা পাৰ্থক্য লিখা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


৬)'সম্পদ সংৰক্ষণ' মানে কি?

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৭) 'অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া ।' ইয়াৰ বিষয়বস্ত্ত কি?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৮) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা ।

(এই প্ৰশ্নটো 2012 আৰু 2018 চনত আহিছিল)

উত্তৰঃ


৯) সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ যিকোেনো এটা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১০) সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি?

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১) সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


২)সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৩) অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


 ৪) পৃথিৱীৰ স্থলভাগত উপৰিভাগত থকা ভূ-অবয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ



৫) সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ


১) দুবিধ শক্তিৰ উৎসৰ নাম লিখা ।

উত্তৰঃ


২) অৰ্থনৈতিক ভূগোলৰ এটা শাখাৰ নাম লিখা ।

উত্তৰঃ


৩) স্থানিক সম্পদৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ


৪) সম্পদ বুলিলে কি বুজা?

উত্তৰঃ


৫) অৰ্থনৈতিক ভূগোলৰ পিতৃ-কোন?

উত্তৰঃ


৬) IUCN ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


৭) মানৱ সৃষ্টি সম্পদ কাক বোলে?

উত্তৰঃ


৮) অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেইপ্ৰকাৰৰ?

উত্তৰঃ


৯) খনিজ তেলৰ পৰা প্ৰস্ত্ত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ


১০) সম্পদ সংৰক্ষণ কাক বোলে?

উত্তৰঃ


১১) উদাহৰণসহ অজীৱিয় সম্পদ কাক বোলে লিখা ।

উত্তৰঃ


১২) মানুহ এবিধ সম্পদ হয়নে?

উত্তৰঃ


১৩) সম্পদ আৰু সম্পত্তি একেনে?

উত্তৰঃ


১৪) দুবিধ অনৱীকৰণযোগ্য সম্পদৰ নাম লিখা ।

উত্তৰঃ


১৫) ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থাটোৰ নাম লিখা ।

উত্তৰঃ


১৬) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কি?

উত্তৰঃ


১৭) মানুহৰ মৌলিক প্ৰয়োজন কি কি?

উত্তৰঃ


১৮) প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ


১৯) অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা যিকোনো এটা পদ্ধত্ৰ নাম উল্লেখ কৰা ।

উত্তৰঃ


২০) বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ


২১) জীৱিত সম্পদ কি? উদাহৰণ দিয়া ।

উত্তৰঃ


২২) প্ৰতিৰোধক কাক বোলে?

উত্তৰঃ


২৩) সম্পত্তি বুলিলে কি বুজা?

উত্তৰঃ


২৪) চিৰ বিৰাজমান সম্পদৰ উদাহৰণ দিয়া ।

উত্তৰঃ


২৫) অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা?

উত্তৰঃ


২৬) মানুহ সম্পদৰ লগত কেনেদৰে জড়িত?

উত্তৰঃ


২৭) "সম্পদ হ'বলৈ বস্ত্তটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিত গুন দুটা থাকিব লাগিব"- কোনে কৈছিল?

উত্তৰঃ


B. চমু উত্তৰৰ প্ৰশ্নঃ


১) সম্পদ ভূগোল কি?

উত্তৰঃ


২) তৃতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


৩) মানৱবৃষ্ট সম্পদ কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


৪) অৰ্থনৈতিক ভূগোলৰ সাখাসমূহৰ নাম লিখা ।

উত্তৰঃ


৫) জীৱিয় আৰু অজীৱিয় সম্পদ কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


৬) প্ৰাথমিক বৃত্তি কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


৭) উদাহৰণসহ প্ৰতিৰোধক বুলিলে কি বুজা?

উত্তৰঃ


৮) পৰিকল্পনা আৰু উন্নয়ন ভূগোল কি?

উত্তৰঃ


৯) আন্তৰ্জাতিক সম্পদ কাক বোলে উদাহৰণসহ লিখা ।

উত্তৰঃ


১০) মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ


১১) কৃষি ভূগোল কি?

উত্তৰঃ


১২) দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


১৩) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


১৪) অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিবোৰৰ নাম লিখা ।

উত্তৰঃ


১৫) উদাহৰণসহ ক্ষয়শীল সম্পদ কাক বোলে লিখা ।

উত্তৰঃ


১৬) বজাৰ ভূগোল কি?

উত্তৰঃ


১৭) অনৱীকৰণ যোগ্য কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


১৮) চতুৰ্থক বৃত্তি কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ


১৯) উদাহৰণসহ নৱীকৰণযোগ্য সম্পদ কাক বোলে লিখা ।

উত্তৰঃ


২০) অসমত পোৱা কেইবিধমান লুপ্ত প্ৰায় মূল্যৱান উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ


২১) ঔদ্যোগিত ভূগোল কি?

উত্তৰঃ


২২) সম্পদ সংৰক্ষণ বুলিলে কি বুজা?

উত্তৰঃ


২৩) প্ৰাকৃতিক সম্পদ বুলিলে কি বুজাই লিখা ।

উত্তৰঃ


২৪) পৰ্যটন ভূগোল কি?

উত্তৰঃ


২৫) বিলুপ্ত হ'ব পৰা কেইবিধ মান প্ৰাণী যি অসমত পোৱা যায় নাম লিখা ।

উত্তৰঃ


২৬) পৰিবহন ভূগোল কি?

উত্তৰঃ


২৭) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ কাক বোলে?

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) সম্পদৰ প্ৰয়োজনীতা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


২) অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্ত্ত সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ


৩) অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষযবস্ত্ত কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।

উত্তৰঃ


৪) উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা ।

উত্তৰঃ


৫) সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ


৬) অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ


৭) সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ


৮) মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ


৯) প্ৰাকৃতিক সম্পদ বুলিলে বুজায়? উদাহৰণসহ চমুকৈ লিখা ।

উত্তৰঃ


১০) 'সম্পদ পৰিৱৰ্তনশীল'-বাখ্যা কৰা ।

উত্তৰঃ


১১) সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


১২) সম্পদ ভূগোল কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?

উত্তৰঃ


১৩) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


১৪) মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি?

উত্তৰঃ


১৫) সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।




দ্বিতীয় খণ্ড ভূগোল