Unit 8

Chapter 2

ভাৱবাদ ( Idealism )

A. Very Short Type Questions :

 1. Who Did Told The Mind Or The Soul As Monad ?

কোনে মন বা আত্মাক মনাড বুলি কৈছিল ?

2. Pick Out The Idealist Philosopher From The Fol Lowing Group Of Different Philosophers ?

নিম্নলিখিত বিভিন্ন দাৰ্শনিক দলটোৰ পৰা ভাৱবাদী দাৰ্শনিক গৰাকী চিনাক্তকৰা ।

( Russell, Locke, Moore, Heget, Perry )

3. Name Of The Philosopher Who Said The State- Ment Esse Est Percipi ?

অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ উক্তিটো কোনজন দাৰ্শনিকৰ?

B. Short Type Questions :

1. State Four Characteristica Of Idealism.

ভাৱবাদৰ চাৰিটা বৈশিষ্ট উল্লেখ কৰা ।

C. Essay Type Questions :

1. What Is Idealism ? Briefly Explain Four Characteristics Of Dealism.

ভাববাদ কি ? ভাৱবাদৰ চাৰিটা বৈশিষ্ট চমুকৈ ব্যাখ্যা কৰা । 

2. Briefly Explain Berkeleyan Idealism.

বাৰ্কলিৰ ভাৱবাদ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা । 

3. Briefly Express Any Four Points Of Difference Between Realism And Idealism.

বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা যিকোনো চাৰিটা পাৰ্থক্য চমুকৈ প্ৰকাশ কৰা । 

4. Discuss Briefly The Characterisitics Of Ideaql Ism.

ভাৱবাদৰ বৈশিষ্টসমূহৰ চমুকৈ ব্যখ্যা কৰা ।

A. Very Short Type Questions :      

1. Give The Correct Answer : (উত্তৰ দিয়া )


2. What Is Idealism ?

ভাৱবাদ কি ?

3. Who Advocated Objective Idealism ?

বস্ত্তগত ভাৱবাদ কোনে সমৰ্থন কৰিছিল ?

4. Who Is The Founder Of Idealism ?

ভাৱবাদ প্ৰতিষ্ঠাতা কোন ?

5. What Is Ultimate Reality Accrding To Hegel ?

হেগেলৰ মতে পৰম সত্তা কি ?

6. Answer In Brief :

চমু উত্তৰ দিয়া ।

ভাৱবাদৰ প্ৰকাশ কেইটা আৰু কি কি ?

7. Discuss Idealism As a Theory Of The Nature Of The Knowledge.

জ্ঞানৰ বিষয়স্ত্তৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদ সম্পৰ্কে আলোচনা কৰা ।

8. What Are The Characteristics Of Idealism.

ভাৱবাদ বৈশিষ্ট কি কি ? আলোচনা কৰা ।

9. According To Which Theory, The Existence Of External World Is Dependent On Knowing Mind ?

কোন মতবাদ মতে বাহ্যজগতৰ অস্তিত্ব জ্ঞাতাৰ মন নিৰ্ভৰ ?

10. What Type Of Idealism Has Been Propounded By Berkeley ?

বাৰ্কলিয়ে প্ৰবৰ্তন কৰা ভাববাদ কোন প্ৰকাৰৰ ভাববাদ ?

11. Who Is The Propounder Of Subjective Idealism ?

আত্মনিষ্ঠ ভাববাদ প্ৰবৰ্তক কোন ?

12. Is Berkeleys Idealism Subjective or Objective ?

বাৰ্কলিৰ ভাববাদ আত্মনিষ্ঠ নে বস্ত্তনিষ্ঠ ?

13. Name The Philosopher Associated with The Statement Esse- Est - Percepii 

প্ৰত্যক্ষতে বস্ত্ত বিদ্যামান বা অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ  এই উক্তিটোৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম লিখা ।

14. What Type Of Idealism Has Been Offered By Hegel ?

হেগেলে  আগবঢ়োৱা ভাববাদ কোন প্ৰকাৰ ভাববাদ ?

B. Short Type Questions : 

1. Write A Note On Idealism.

ভাববাদৰ বিষয়ে এটা টোকা লিখা ।

2. What Is The Meaning Of Berkeleys Esse Est Percepii.

বাৰ্কলিৰ প্ৰত্যক্ষতে বস্ত্ত বিদ্যমান কথাষাৰৰিৰ অৰ্থ কি ?

3. What Is Idealism ? Explain Briefly The Meaning Of Berkeleys Esse Est  Percepii.

ভাববাদ বুলিলে কি বুজা ? বাৰ্কলিৰ প্ৰত্যক্ষতে বস্ত্ত বিদ্যমান কথাষাৰিৰ অৰ্থ চমুকৈ ব্যাখ্য়া কৰা । 

4. Writ Short Note On 

চমুটোকা লিখা ।

  a. Subjective Idealism. 

আত্মগত ভাৱবাদ ।

b. Esse Est Percepii.

প্ৰত্যক্ষতে বস্ত্ত বিদ্যমান ।

5. Give Example.

উদাহৰন দিয় া ।

a. Idealism 

ভাববাদ ।

6. Distinguish Between.

পাৰ্থক্য নিৰূপন কৰা ।


a. Subjective Idealism And Objective Idealism,

আত্মগত ভাববাদ আৰু বস্ত্তগত ভাববাদ ।

b. Naive Realism And Scientific Realism. 

লৌকিক বস্ত্তবাদ আৰু বৈজ্ঞানিক বস্ত্তবাদ ।

c. Reaism And Idealism 

বাস্তৱবাদ আৰু ভাৱবাদ ।

d. Realism And Idealism.

বাস্তৱবাদ আৰু ভাৱবাদ ।

C. Essay Type Questions :

1. What Is Idealism ? What Are Its Main Forms ? Discuss. 

ভাৱবাদ বুলিলে কি বুজা ? ইয়াৰ মূল প্ৰকাৰবোৰ কি কি ? আলোচনা কৰা ।

2. Discuss The General Features Of Subjective Idealism.

আত্মগত ভাববাদৰ সাধাৰন বৈশিষ্টবোৰ আলোচনা কৰা ।

3. Explain The Meaning Of Berkelys Esse Est Percepii.

বাৰ্কলিৰ প্ৰত্যক্ষতে বস্ত্ত বিদ্যমান কথাশাৰীৰ অৰ্থ ব্যাখ্যা কৰা ।

4. State Five General Characteristics Of Idealism.

ভাৱবাদৰ পাঁচটা সাধাৰন বৈশিষ্ট উল্লেখ কৰা ।

Type Sumit Patar.