Unit 8

Chapter 1

বাস্তৱবাদ ( Realism )

A. Very Short Type Questions :

1.State Four Characteristics Of Realism.

বাস্তৱবাদ চাৰিটা বৈশিষ্ট উল্লেখ কৰা ।

B. Essay Type Questions :

1. Mention Four Points Of Between Realism And Idealism.

বাস্তৱবাদ আৰু ভাৱবাদ মাজত থকা চাৰিটা বৈশাদৃশ্য উল্লেখ কৰা ।

2.What Is Realism? Briefly Explain Four Characteristics Of Realism.

বাস্তৱবাদ কি ? বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট চমুকৈ ব্যাখ্যা কৰা ।

3. Explain Two Features Of Scientific Realism.

বৈজ্ঞানিক বাস্তৱবাদৰ দুটা বৈশিষ্ট ব্যাখ্যা কৰা ।

4.What Is Realism ? Discuss Four Characteris - Tics Of Realism.

বাস্তৱবাদ বুলিলে কি বুজা ? বাস্তৱবাদৰ চাৰিটা প্ৰধান বৈশিষ্ট আলোচনা কৰা ।

B. Very Short Type Questions :

1. Give a Brief Account Of Realism As a Theory Of The Nature Of Object Of Knowledge.

জ্ঞানৰ বিষয়বস্ত্তৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰা ।

2. What Are The Characteristics Of Realism ?

বাস্তৱবাদৰ বৈশিষ্ট কি কি ? আলোচনা কৰা ।

3. Who Advocated Scientific Realism ?

বৈজ্ঞানিক বাস্তববাদ কোনে প্ৰবৰ্তন কৰিছিল ?

4. Who Has Made The Distinction Between Primary Qualities And Secondary Qqalities ?

মৌলিক বা মুখ্য গুন আৰু গৌন গুনসমূহৰ মাজত কোনে পাৰ্থক্য নিৰূপন কৰিছে ?

5. Can Naive Realism Explain Error ?

সৰল বাস্তৱবাদে ভুল বা ভ্ৰান্তি ব্যাখ্যা কৰিব পাৰেনে ?

6. Distinguish Between 

পাৰ্থক্য লিখা ।

a. Primary Qualities And Secondary Qualities.

মুখ্য  গুন আৰু গৌন গুন ।

7. Write Short Notes On:

চমুটোকা লিখা ।

a. Naive Realism 

সৰল বাস্তববাদ ।

b. Scientific Realism

বৌজ্ঞানিক বাস্তববাদ।

c. Realism

বাস্তববাদ ।

d. Critical Realism

বিচাৰমূলক বাস্তববাদ।

8. Write a Note On 

টোকা লিখা ।

a. Critical Realism

বিচাৰসন্মত বাস্তববাদ ।

9. Give Example 

উদাহৰন দিয়া ।

C. Essay Type Questions :

1. Explain And Examine The Theory Of Naive Realism.

সৰল বাস্তৱবাদৰ সমালোচনামূলক ব্যাখ্যা  কৰা ।

2. What Is Realism ? State The General Features Of Realism.

বাস্তৱবাদ কাক বোলে ? বাস্তববাদৰ সাধাৰন বৈশিষ্ট্যসমূহৰ উল্লেখ কৰা ।

3. What Does Realism Mean ? Critically Discuss Naive Realism.

বাস্তববাদৰ বুলিলে কি বুজা ?  সমালোচনামূলকভাৱে সৰল বাস্তববাদৰ আলোচনা কৰা ।

4. State Five General Characteristica Of Real Ism.

বাস্তৱবাদৰ পাঁচটা সাধাৰন বৈশিষ্ট্য উল্লেখ কৰা ।

Sumit Patar.