ন্যায়পালিকা | Judiciary | Chapter 6 | HS 1st Year Political Science Notes and Model | Class 12 Political Science Question Answer Assamese medium | Higher Secondary First Year Pol. Science  | Political Science Solution Assam | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞানৰ উত্তৰ | ভাৰতীয় সংবিধান | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ সমাধান | অধ্য়াপক নায়ক পাল দত্ত চক্ৰবৰ্তী | 


Chapter 6

ন্যায়পালিকা

Judiciaryy




 ১। ভাৰততত ন্যায়পালিকাৰ স্বাধীনতা সম্পর্কে এটি টোকা লিখা । 

২। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষাৰ বাবে সংবিধানত কি কি ব্যৱস্থাৰ উল্লেখ আছে ? 

৩। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ স্বাধীনতা সম্পর্কে এটি টোকা লিখা । - আলােচনা কৰা । 

৪। ন্যায়পালিকাৰ স্বাধীনতা মানে ন্যায়পালিকা কাৰাে ওচৰত দায়বদ্ধ নহয় নেকি ? 

৫। আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰ এখনত ন্যায়পালিকাৰ প্ৰয়ােজনীয়তা আলােচনা কৰা । 

৬। ভাৰতৰ ন্যায়পালিকাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।  

৭। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা ।

৮। উচ্চ ন্যায়ালয়ৰ গঠন , ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰা । 

৯। ভাৰতৰ ন্যায়িক ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ ভূমিকা আলােচনা কৰা । 

 ১০। ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা ’ ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা । 

১১। ন্যায়িক সক্রিয়তা মানে কি বুজা ? — আলােচনা কৰা । 

 ১২। ভাৰতত ন্যায়িক সক্রিয়তাৰ ওপৰত এটা টোকা লিখা । 

১৩। ন্যায়িক সক্রিয়তাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত বিবাদৰ সৃষ্টি কৰিব পাৰে বুলি তুমি ভাবা নেকি ? ইয়াৰ কাৰণসমূহ কি কি ?

 ১৪। মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্রিয়তাৰ সম্পর্ক কেনেকুৱা ? ইয়ে মৌলিক অধিকাৰৰ পৰিধি সম্প্ৰসাৰণত সহায় কৰিছে নেকি ?

 ১৫। ন্যায়পালিকা আৰু সংসদৰ মাজৰ সম্পর্ক আলােচনা কৰা । 

১৬। ভাৰতীয় সংবিধানৰ একত্রিত ন্যায়পালিকা ব্যৱস্থাৰ ব্যাখ্যা কৰা ।

 ১৭। ন্যায়পালিকা আৰু সংসদৰ মাজৰ সম্পৰ্ক উদাহৰণসহ ব্যাখ্যা কৰা । 

১৮। জনস্বার্থ ৰক্ষার্থে ন্যায়পালিকাই কেনে কাম কৰে ? 

১৯। ৰাজহ্বা স্বার্থজড়িত গােচৰৰ বৈশিষ্ট্যবিলাক লিখা । 

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ) 

 ১। ন্যায়পালিকাৰ প্ৰয়ােজনীয়তা ।

 ২। উচ্চতম ন্যায়ালয়ৰ গঠন প্রণালী । 

৩। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰই কি সূচায় ? 

 ৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে আৰু কেনেদৰে নিযুক্তি দিয়ে ?

 ৫। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কি পদ্ধতিৰে অপসাৰণ কৰিব পাৰি ?

 ৬। উচ্চতম ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰ চমুকৈ বর্ণনা কৰা ।

 ৭। উচ্চতম ন্যায়ালয়ৰ তিনি প্রকাৰৰ অধিকাৰক্ষেত্র কি কি ? তাৰে এবিধৰ বিষয়ে চমুকৈ লিখা । 

৮ | উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ? মুখ্য ন্যায়াধীশৰ কার্যকাল কিমান ?   

 ৯। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পর্কীয় ক্ষমতা ব্যাখ্যা কৰা । 

১০। ৰাজহুৱা স্বার্থজড়িত গােচৰ কি ?

 ১১। উচ্চতম ন্যায়ালয়ে কেতিয়া ৰাষ্ট্রপতিক পৰামৰ্শ আগবঢ়াব পাৰে ? তেওঁ এই পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নে ? 

১২। উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ বিষয়ে লিখা । 

১৩। উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ কেনেদৰে ৰক্ষা কৰে ?

 ১৪। ন্যায়পালিকাৰ সক্রিয়তাই কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাত সৃষ্টি কৰা বুলি তুমি ভাবানে ? কিয় ? 

১৫। উচ্চতম ন্যায়ালয়ৰ চাৰিটা কার্য চমুকৈ লিখা । 

১৬। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষিত কৰা বিভিন্ন উপায়সমূহ কি কি ? ভুল উত্তৰটো চিনাক্ত কৰা ।

 ( ক ) উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিযুক্ত কৰাত মুখ্য ন্যায়াধীশৰ লগত আলােচনা কৰিব লাগে ।

 ( খ ) ন্যায়াধীশসকলক সাধাৰণতে অৱসৰৰ বয়সৰ আগতে অপসাৰণ কৰা নহয় । 

( গ ) এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক আন এখন ন্যায়ালয়লৈ বদলি কৰিব নােৱাৰি ।

 ( ঘ ) ন্যায়াধীশৰ নিযুক্তিত সংসদৰ কোনাে ভূমিকা নাই । 

১৭। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ দুর্বলতা । 

১৮। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিযুক্তি ব্যাখ্যা কৰা ।

 ১৯। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষেত্ৰাধিকাৰৰ বিষয়ে ব্যাখ্যা কৰা ।

 ২০। উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্র ব্যাখ্যা কৰা । 

 ২১। ন্যায়িক সমীক্ষাৰ উদ্দেশ্য কি ? 

২২। যুক্তৰাজ্যত ন্যায়পালিকাৰ গুৰুত্ব আলােচনা কৰা ।

 অতি চমু উত্তৰ প্ৰশ্ন ( Very Short Answer Type Questions ) :

 ১ | ন্যায়পালিকা কাক বােলে ?

 ২। উচ্চতম ন্যায়ালয়ৰ দুটা নিষ্কৃতি উল্লেখ কৰা । 

৩। উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰক্ষেত্র কি ?

 ৪। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা কি ? 

৫। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামর্শমূলক ক্ষমতা প্রয়ােগ কৰিব পাৰে ?

 ৬। উচ্চতম ন্যায়ালয় কেনেকৈ গঠন হয় ? 

৭। ন্যায়পালিকাৰ দুটা কার্য উল্লেখ কৰা ।

 ৮। স্বাধীন ন্যায়পালিকা মানে কি বুজা ?

 ৯। ন্যায়াধীশ নিযুক্তিৰ বাবে থাকিবলগীয়া দুটা অৰ্হতা উল্লেখ কৰা । 

১০। ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ দুটা উপায় লিখা । 

১১। ভাৰতৰ ন্যায়পালিকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

১২। দ্রুত ন্যায়বিচাৰত বাধা থকা দুটা কাৰক লিখা । 

১৩। ন্যায়াধীশ্বক অপসাৰণ কৰা পদ্ধতি লিখা ।

 বস্তুনিষ্ঠ প্রশ্নাৱলী ( Objective type questions ) :

 ১। ভাৰতৰ ন্যায়পালিকাৰ শীর্ষস্থানত অৱস্থিত ন্যায়ালয়টোক কি বুলি জনা যায় ? 

২। উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত ?

 ৩। ভাৰতৰ উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে । ( শুদ্ধনে অশুদ্ধ লিখা )

 ৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা সংবিধান স্বীকৃত । ( হয় বা নহয় লিখা )

 ৫। ভাৰতৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ? 

৬। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কার্যকাল কিমান ?

 ৭। “ পি . আই . এল . ( P.L.I. ) ৰ সম্পূর্ণ অর্থ কি ?

 ৮। এজন নাগৰিকে কেতিয়া উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে ? 

৯। ১৯৬৭ চনৰ গােলােকনাথ গােচৰৰ সিদ্ধান্ত কি আছিল ? 

১০। আমি কোনখন ৰাষ্ট্ৰৰ পৰা ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰিছিলাে ? 

১১। সংসদে ন্যায়পালিকাৰ ক্ষমতা নির্দিষ্ট কৰি দিয়ে । ( হয় নহয় লিখা ) 

১২। ন্যায়পালিকাই নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

১৩। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মাহিলি বেতন কিমান ?

 ১৪। উচ্চতম ন্যায়ালয়ৰ কোনাে মৌলিক ক্ষমতা নাই । ( শুদ্ধ নে অশুদ্ধ লিখা )

 শুদ্ধ উত্তৰ বাছি উলিওৱা ( choose the correct answers )  

১। উচ্চতম ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ আৰুঃ

 ( ক ) ১৩ জন অন্যান্য ন্যায়াধীশ আছে

 ( খ ) ২৫ জন অন্যান্য ন্যায়াধীশ আছে ।

 ( গ ) ২০ জন অন্যান্য ন্যায়াধীশ আছে

 ( ঘ ) ৩০ জন অন্যান্য ন্যায়াধীশ আছে 

২। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে বছৰত অৱসৰ লয় 

(ক) ৬২

( খ ) ৬০

 ( গ ) ৬৫ 

( ঘ ) ৭০ 

৩। ৰাজহুৱা স্বার্থজড়িত গােচৰ ৰুজু / দাখিল কৰিব পাৰি 

( ক ) ৰাষ্ট্ৰপতিৰ ওচৰত

 ( খ ) উচ্চ ন্যায়ালয়ৰ ওচৰত

 ( গ ) উচ্চতম ন্যায়ালয়ৰ ওচৰত

( ঘ ) উচ্চতম আৰু উচ্চ ন্যায়ালয় উভয়ৰ ওচৰত 

৪। উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাৰে

 ( ক ) ৰাষ্ট্রপতিক 

( খ ) সংসদক

 ( গ ) কেবিনেটক 

৫। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ’ল 

( ক ) সংসদ 

( খ ) ৰাষ্ট্রপতি

(গ) কেবিনেট

(ঘ) উচ্চতম ন্য়ায়ালয় উভয়

 ৬ | ন্যায়িক সমীক্ষাৰ অধিকাৰী হ'ল 

( ক ) সংসদ 

( খ ) উচ্চ ন্যায়ালয়

 ( গ ) উচ্চতম ন্যায়ালয় আৰু

 ৭। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে— 

( ক ) ভাৰতৰ মুখ্য ন্যায়াধীশে

 ( খ ) জনসাধাৰণে 

( গ ) প্রধানমন্ত্রীয়ে 

 ( ঘ ) ৰাষ্ট্রপতিয়ে

Type Sumit Patar



Post ID : DABP005955