স্থানীয় চৰকাৰ Judiciary | lesson  8 | HS 1st Year Political Science Notes and Model | Class 12 Political Science Question Answer Assamese medium | Higher Secondary First Year Pol. Science  | Political Science Solution Assam | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | ভাৰতীয় সংবিধান | একাদশ শ্ৰেণীৰ জনীতি বিজ্ঞাৰানৰ সমাধান | অধ্য়াপক নায়ক পাল দত্ত চক্ৰবৰ্তী  

Lesson 8

স্থানীয় চৰকাৰ

ৰচনাধৰ্মী প্ৰশ্নঃ

১। স্থানীয় চৰকাৰ কাক বোলে ? স্থানীয় চৰকাৰ প্ৰয়োজনীতা সম্পৰ্কে আলোচনা কৰা । 

২। স্থানীয় চৰকাৰ বুলিলে কি বুজা ? স্থানীয় চৰকাৰ উপযোগীতা ব্যখ্যা কৰা । 

৩। স্থানীয় চৰকাৰ কি ? ক্ষমতা বিকন্দ্ৰীকৰণৰ লগত স্থানীয় চৰকাৰ সম্পৰ্ক আলোচনা কৰা ।

৪। স্থানীয় চৰকাৰ বৈশিষ্ট্যবিলাক আলোচনা কৰা । 

৫। স্থানীয় চৰকাৰ আৰু গণতন্ত্র সম্পর্ক ব্যাখ্যা কৰা । 

৬। স্থানীয় চৰকাৰত ৰাজনৈতিক দলৰ ভূমিকা আলােচনা কৰা । 

৭। ধৰা হ'ল তােমাক এখন ৰাজ্যৰ স্থানীয় চৰকাৰৰ আঁচনি এখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হল  ।গাঁও পঞ্চায়তক স্থানীয় প্ৰশাসনৰ এটা গােট হিচাপে কার্য সম্পাদন কৰিবলৈ তুমি কি কি ক্ষমতা দিব ? পাঁচটা ক্ষমতা উল্লেখ কৰা আৰু এই ক্ষমতা  দিয়াৰ বাবে প্রতিটোৰে দুটা বাক্যত কাৰণ দৰ্শোৱা । 

৮। ভাৰতীয় সংবিধানৰ ৭৩ নং সংশােধনী অনুসৰি গঙ্গায়তীৰাজ অনুষ্ঠান নির্বাচনী ব্যৱস্থাক ব্যাখ্যা কৰা । 

৯। ৭৩ নং সংশোধনীত সামাজিকভাবে পিছপৰা শ্ৰেণীৰ বাবে সুৰক্ষণৰ কি কি ব্যবস্থা আছে । এই ব্যৱস্থাকাৰে কেনেদৰে গাঁও পঞ্চায়তৰ নেতৃত্বৰ আকৃতি সলনি কৰিছে ?

১০। স্থানীয় চৰকাৰৰ ৭৩ নং সংশােধনীৰ আগৰ আৰু পিছৰ প্রধান পাৰ্থক্য কি  কি ? 

১১। প্রাক্ - স্বাধীনতাৰ কালত ভাৰতত স্থানীয় চৰকাৰৰ ক্ৰমকিকাশ সম্পর্কে আলােচনা কৰা ।

১২। স্বাধীন ভাৰতত স্থানীয় চৰকাৰৰ বিকাশ সম্পৰ্কে চমুকৈ  লিখা । 

১৩। ৭৩ তম সংবিধান সংশােধনী আইনে গাঁও অঞ্চলৰ স্থানীয় শাসনত কেনে ধৰনৰ  পৰিৱৰ্তন আনিছ বৰ্ণনা কৰা  ।

 ১৪। ৭৩ তম সংবিধান সংশােধনী আইনৰ পাঁচটা বৈশিষ্ট্য লিখা ।

 ১৫। ৭৪ তম সংবিধান সংশােধনী আইনে নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ ক্ষেত্ৰত  কি গৰিৱৰ্তন সাধান কৰিছে । 

১৬। গুৱাহাটী পৌৰ নিগমৰ কার্যাবলী বৰ্ণনা  কৰা । 

১৭। ১৯৯৪ চনৰ পঞ্চায়ত আইন মতে গাঁও পঞ্চায়তৰ ক্ষমতা  আৰু কাৰ্যৱলী আলোচনা কৰা । 

চমু  উত্তৰ প্ৰশ্ন( Short Answer Questions ) :

 ১। স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা । 

২। পঞ্চায়ত ব্যৱস্থাৰ সংগঠন । 

৩। স্থানীয় শাসনৰ চাৰিটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

 ৪। স্থানীয় স্বায়ত্বশাসন কাক বােলে ? স্থানীয়  স্বায়ত্বশাসনৰ তিনিটা বৈশিষ্ট্য লিখা ।

 ৫। পঞ্চায়ত ব্যৱস্থাৰ উন্নয়নৰ কাৰণে পঞ্চায়তীৰাজ আইনত থকা চাৰিটা ব্যৱস্থাৰ নাম লিখা ।

 ৬। পঞ্চায়তীৰাজ আইনৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা । 

৭।পঞ্চায়তীৰাজ গুৰুত্ব  আলােচনা কৰা ।

 ৮ |পঞ্চায়ত আইনৰ আসোঁৱাহ দূৰ কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ আগবঢ়োৱা । 

৯। নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ চাৰিটা কার্য লিখা । 

১০। জিলা পৰিষদৰ চাৰিটা কার্য চমুকৈ বৰ্ণনা  কৰা । 

১১। সংবিধানৰ ৭৩ তম আৰু ৭৪ তম সুশােধনী আইন কার্যকাৰিতা আলােচনা কৰা । 

১২। অসম পঞ্চায়ত আইন , ১৯৯৪ অনুসৰি গাঁও  পঞ্চায়তৰ  চাৰিটা কাৰন লিখা । 

১৩। ৰাজ্যিক বিত্তীয় আয়ােগ কি ? 

 ( Very Short Answer Questions ) :

 ১। ভাৰতীয় সংবিধানে গাঁও পঞ্চায়কে স্থানীয় চৰকাৰৰ এটা গোট  হিচাপে দেখুৱাইছে । তলত  আলোচনা কৰা উক্তিবোৰ  পৰিস্থিতিৰ বিষয়ে   চিন্তা কৰা আৰু এই পৰিস্থিতিবােৰে গাঁও পঞ্চায়ক স্থানীয়  চৰকাৰৰ হিচাপে  কেনেকৈ   শক্তিশালী বা দূৰ্বল কৰিব  ব্যাখ্যা কৰা । 

( ক ) ৰাজ্য চৰকাৰে এটা ডাঙৰ কোম্পানীক এটা বৃহৎ প্রকল্প স্থাপন কৰিলৈ অনুমতি দিলে । এই তীখা প্ৰকল্পটোৰ কাৰণে গাৱঁৰ বহুতো মানুহ  ক্ষতিগ্রস্ত হব । ক্ষতিগ্রস্ত গাওঁসভাই এটা  প্ৰস্তাৱ লৈছিল যে   এই অঞ্চলত কোনো ডাঙৰ শিল্প স্থাপন কৰাৰ আগতে গাঁওবাসীৰ লগত আলােচনা কৰিব লাগিব আৰু তেওঁলােকৰ অভিযােগবিলাক সমাধান কৰা উচিত ।

 ( খ ) চৰকাৰে সিদ্ধান্ত লৈছিল যে ইয়াৰ সমুদায় খবৰ ২০ শতাংশ পঞ্চয়তৰ জৰিয়তে খৰচ কৰা হব ।

 ( গ ) গাঁৱত এখন স্কুল স্থাপনৰ বাবে এখন গাঁও পঞ্চায়ত আহ্নিক সাহায্য বিচাৰিছিল , কিন্তু চৰকাৰী বিষয়াই প্ৰস্তাৱটো অগ্ৰাহ্য কৰি কৈছিল  যে এই ধন আন কিছুমান আচনিৰ বাবেহে আবন্টন  দিয়া হ'ব আৰু ইয়াক বলেগ খৰচ কৰিব নোৱাৰিব ।


 ( ঘ ) চৰকাৰে দূংগাৰপুৰ ( Dungarpur ) গাঁৱক দুটা ভাগত ভাগ কৰি এটা ভাগক যমুনা আৰু আনটো ভাগক চাহা ( Saha ) গাঁৱৰ লগত চামিল কৰি দিছিল । এতিয়া দুংগাৰপুৰ গাঁৱৰ অস্তিত্ব চৰকাৰী বহীত নাই । 

( ঙ ) এখন গাঁও পঞ্চায়তৰ দৃষ্টিগােচৰ হ’ল যে তেওঁলােকৰ অঞ্চলৰ পানীৰ নিজৰবিলাক দ্রুতগতিত শুকাই আছে । সেয়ে তেওঁলােকে গাঁৱৰ ডেকাসকলক সমবেত কৰি স্বেচ্ছামূলক কামৰ জৰিয়তে গাঁৱৰ পুৰণি পুখুৰী আৰু নাদবিলাক সজীৱ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে । 

২। তলৰ কথােপকথনটো পঢ়া --- এই কথােপকথনত উদয় হােৱা বিচার্য বিষয়সমূহৰ ওপৰত তােমাৰ মতামত ২০০ টা শব্দৰ ভিতৰত লিখা ? 

অজয় : আমাৰ সংবিধানে পুৰুষ আৰু মহিলাৰ মাজত সমতা প্রদান কৰিছে । স্থানীয় গােটৰ মহিলাৰ বাবে সংৰক্ষণে ক্ষমতাৰ ক্ষেত্ৰত তেওঁলােকক সমতা প্রদান কৰিছে ।

 দীপাঃ মহিলাসকল ক্ষমতাত থকা উচিত । কিন্তু ই যথেষ্ট নহয় । স্থানীয় প্রশাসনৰ বাজেটত মহিলাৰ বাবে তেতিয়া মহিলাৰ যত্ন আৰু স্বার্থ স্বতঃস্ফূর্তভাৱে লােৱা হ'ব ।

 ৩। ৭৩ নং সংশােধনীৰ অনুবন্ধসমূহ পঢ়া । তলত উল্লেখ কৰা কি কি বিষয়ত সংশােধনীয়ে উপস্থাপন কৰিছে ?

( ক ) স্থান বা গাদী হেৰুওৱাৰ ভাত প্রতিনিধিসকল জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে ।

( খ ) উচ্চ জাতি আৰু জমিদাৰসকলে স্থানীয় গােটবােৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে । 

( গ ) গ্রাম্য নিৰক্ষৰতা বন্ধুত বেছি । নিৰক্ষৰ লােকে গাঁও অঞ্চলৰ উন্নয়নৰ বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰে ।

( ঘ ) গাঁও উন্নয়নৰ কৃতকার্যতাৰ কাৰণে আঁচনি প্রস্তুত কৰিবলৈ গাঁও পঞ্চায়তক সম্পদ আৰু ক্ষমতা প্রয়ােজন ।

৪। স্থানীয় চৰকাৰৰ সমৰ্থনত তলত বিভিন্ন যুক্তি দিয়া হৈছে । সেইবিলাকক শ্রেণীবদ্ধ কৰা আৰু এটা বিশেষ যুক্তি আনবােৰৰ তুলনাত কিয় তাৎপর্যপূর্ণ ? তােমাৰ মতে এই যুক্তি আৰু সিদ্ধান্তবােৰৰ কোনটোৰ ওপৰত ভাগােবাচল গাৱঁৰ  পঞ্চায়ত প্রতিষ্ঠিত ?

( ক ) স্থানীয় জনসাধাৰণৰ লগত সহযােগ কৰি চৰকাৰে প্ৰকল্পৰােৰ কম খৰচত সম্পাদন কৰিব পাৰে । 

( খ ) চৰকাৰী বিষয়াই প্রস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাৰবাৰতকৈ বেচি গ্রহণযােগ্য । 

( গ ) স্থানীয় লােকে তেওঁলােকৰ অঞ্চল আৰু সমস্যাবিলাক সম্পর্কে ভালদৰে জানে আৰু সেইমতে অগ্রাধিকাৰ দিয়ে । সামূহিক অংশগ্রহণেৰে তেওঁলােকে আলাপ - আলােচনা কৰি তেওঁলােকৰ জীৱন - ধাৰণৰ বিষয়ে সিদ্ধান্ত লােৱা উচিত ।

 ( ঘ ) কেন্দ্রীয় বা ৰাজ্যিক বিধানমণ্ডলৰ প্রতিনিধিসকলক যােগাযােগ কৰাটো জনসাধাৰণৰ বাবে বৰ জটিল কাম । 

৫। তােমাৰ মতে তলৰ কোনবােৰ বিকেন্দ্রীকৰণৰ লগত জড়িত ? আনবােৰ বিকেন্দ্রীকৰণৰ বাবে কিয় উপযুক্ত নহয় ?

 ( ক ) গাঁও পঞ্চায়তৰ নির্বাচন অনুষ্ঠিত কৰা ।

 ( খ ) গাঁৱৰ বাবে কি আচনি আৰু কাৰ্যসূচী প্রয়ােজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লােৱা । 

( গ ) গাঁওসভাৰ মিটিং বা সভা আহ্বান কৰা । 

( ঘ ) ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্রকল্পৰ কামৰ অগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লােৱা । 

৬। দিল্লী বিশ্ববিদ্যালয়ৰ এজন ছাত্র ৰাঘবেন্দ্ৰ পাৰপানাই প্রাথমিক শিক্ষাৰ বিষয়ে সিদ্ধান্ত গ্রহণত বিকেন্দ্রীকৰণৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল । তেওঁ গাঁওবাসীক কিছুমান প্রশ্ন সুধিছিল । এই প্রশ্নবােৰ তলত দিয়া হ'ল । যদি তুমি এই গাঁওবাসীৰ মাজৰে এজন তেন্তে তুমি তেতিয়া এই প্রতিটো প্রশ্নৰ উত্তৰ কি দিলাহেঁতেন ? গাঁওসভাৰ এখন মিটিং আহবান কৰি গাৱঁৰ প্ৰতিটো ল'ৰা - ছােৱালী স্কুললৈ যােৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলা হয় ? 

(i)  মিটিঙৰ বাবে কোনটো দিন সুবিধাজনক হ'ব পাবে তুমি কেনেদৰে ভাবিবা ? তোমাৰ পছন্দ মতে কোন এই মিটিঙত উপস্থিত থাকিবলৈ সমর্থ হব নহ'ব সেই বিষয়ে ভাবা ।

 ( ক ) খণ্ড উন্নয়ন বিষয়া বা সমহর্তাই নির্দিষ্ট কৰা দিন

(খ) ৰবিবাৰ

 ( গ ) গাৱৰ বজাৰ হােৱা দিনটো

 ( ঘ ) নাগ পঞ্চমী দোমাহী 

(ii) সভা বা মিটিং অনুষ্ঠিত হােৱাৰ স্থান কি ? কিয় ?

 ( ক ) জিলা উপায়ুক্তই নিদিষ্ট কৰা স্থান

 ( খ ) গাবৰ ধর্মীয় স্থান 

( ঘ ) উচ্চ জাতিৰ ঘৰত ( Tola )

( ঙ ) গাঁৱৰ বিদ্যালয়ত

(iii) গাওঁসভাৰ মিটিঙত প্রথমে জিলা উপায়ুক্তই পঠোৱা জাননী এখন পঢ়া হৈছিল । ইয়াত এটা শিক্ষামূলক সমদল আহ্বান কৰিবলৈ কি উপযুক্ত প্রচেষ্টা লােৱা উচিত আৰু ইয়াৰ বাবে কি পথ লােৱা উচিত তাৰে পৰামৰ্শ দিয়া হৈছিল । কিন্তু মিটিং বা সভাত কোনােদিনে স্কুললৈ নহা শিশুসকলৰ বিষয়ে বা ছােৱালী শিক্ষাৰ বিষয়ে বা বিদ্যালয় ভৱনৰ বিষয়ে আৰু বিদ্যালয় বহাৰ সময়ৰ বিষয়ে আলােচনা কৰা হােৱা নাছিল । মিটিংখন ৰবিবাৰে অনুষ্ঠিত হােৱা বাবে কোনাে মহিলা শিক্ষয়িত্রী উপস্থিত থকা নাছিল । জনসাধাৰণৰ অংশগ্ৰহণৰ উদাহৰণ হিচাপে এই কার্য বিৱৰণীৰ পৰা কি বুজিলা ?

 (iv ) তােমাৰ শ্ৰেণীটো গাঁওসভা বুলি ভাবি লােৱা । সভাৰ কাৰ্যসূচী আলােচনা কৰা আৰু লক্ষ্যত উপনীত হ'বলৈ কিছুমান পদক্ষেপ পৰামৰ্শ আগবঢ়োৱা । 

৭। গণতন্ত্রত স্থানীয় চৰকাৰৰ ভূমিকা কি ? 

৮। পঞ্চায়তীৰাজত কি কি তিনিপ্রকাৰৰ পঞ্চায়ত আছে ? 

৯। তৃণমূল পর্যায়ত ভাৰতীয় গণতন্ত্রক শক্তিশালী কৰাত পঞ্চায়তীৰাজ ব্যৱস্থাই কেনেদৰে সহায় কৰিছে ?

 ১০। গাঁওসভা মানে কি বুজা ? 

১১। ৰাজ্যিক নির্বাচন আয়ুক্ত । 

১২। গাঁওসভাৰ দুটা কার্য উল্লেখ কৰা । 

১৩। ৭৩ তম সংশােধনীৰ দুটা ব্যৱস্থা উল্লেখ কৰা ।

 ১৪। ৭৪ তম সংশােধনীৰ দুটা ব্যৱস্থাৰ নাম লিখা । 

১৫। পঞ্চায়তীৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি ? 

( Objective type questions ) : 

১। গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল । 

২। স্থানীয় চৰকাৰৰ এটা বৈশিষ্ট্য লিখা । 

৩। ৭৩ তম সংশােধনী আইনখন কোন চনত গৃহীত কৰা হৈছিল ? 

৪। আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি কাক কোৱা হয় ? ৫। ' ভাৰতৰ কোনখন ৰাজ্যই প্রথমে পঞ্চায়তৰাজ ব্যৱস্থা প্রবর্তন কৰিছিল ?  

৬। কোন চনত সমূহীয়া উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল ? 

৭।  ৭৩ তম সংশােধনী আইনে মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে ? 

 পঞ্চায়তৰ কার্যকাল কেই বছৰৰ ? 

৯। অসমত কেইখলগীয়া পঞ্চায়ত ব্যৱস্থা আছে ?

 ১০। জিলা পৰিষদৰ এটা কার্য উল্লেখ কৰা । 

১১। আঞ্চলিক পঞ্চায়তত কেই প্ৰকাৰৰ সদস্য থাকে 

 ( Choose the correct answer ) :

 ১। পঞ্চায়ত ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে

(a) গাঁও

(b) নগৰ

 ( c ) পাহাৰ অঞ্চলত ।

 ( d ) সৰু চহৰত 

২। ৭৩ তম সংশোধনী মতে সকলো ৰাজ্যত পঞ্চায়তৰ কাৰ্যকাল ধাৰ্য কৰা হৈছে ।

 ( a ) ৬ বছৰ 

 (b ) ৩ বছৰ

(c) ৫বছৰ 

( d ) ৪ বছৰ  


৩। পঞ্চায়তৰ ১/৩ অংশ আসন সংৰক্ষণ কৰা হৈছে 

( a ) পিছপৰা শ্ৰেণীৰ বাবে 

( b ) জনজাতিৰ কাৰণে 

(c) জনজাতিৰ মহিলাৰ কাৰণে

(d) মহিলাৰ কাৰনে

৪ তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়— 

(a) পঞ্চায়ত

(b) জিলা পৰিষদ

( c ) পৌৰানিগম

(d) গাওঁসভা 

২। বৃটিছৰ ৰাজত্বকালত ভাৰতৰ কোন ঠাইত প্রথমে পৌৰসভা প্রতিষ্ঠা কৰা হৈছিল ?

( a ) মুম্বাই ( বােম্বাই ) ত 

( b ) চেন্নাই ( মাদ্রাজ ) ত 

( c ) কলকাতাত

(d) নতুন দিল্লীত

Type Sumit Patar.


Post ID : DABP005979