7.4.4  নগ্নবীজী উদ্ভিদ (Gymnosperms)

"নগ্নবীজী" শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। গ্ৰীক ভাষাত Gymnoৰ অৰ্থ হ'ল নগ্ন, আৰু Spermৰ অৰ্থ হ'ল বীজ। এই বিভাগৰ

নগ্নবীজি উদ্ভিদ

চিত্ৰ- 7.8 : নগ্নবীজি উদ্ভিদ

বিভাগৰ অন্তৰ্গত উদ্ভিদখিনিয়ে নগ্নবীজ ধাৰণ কৰে আৰু সাধাৰণতে উদ্ভিদবিলাক বহুবৰ্ষজীৱী, চিৰসেউজীয়া আৰু কাষ্ঠল হয়। উদাহৰণ ৰল গছ, জিঅ'দাৰ (চিত্ৰ 7.8 চাবা)





Class 9 Science Assam SCERT Book

Type:- Bidyut Thakuria