অধ্যায় ৫
মাৰ্ক্সবাদঃ বিচ্ছিন্নতাবোধ, শ্ৰেণী-সংগ্ৰাম
(Marxim : Alienation, Class-Truggle)


প্রশ্নাৱলী 


১। মার্ক্সবাদ কি ? মার্ক্সবাদৰ ওপৰত এখন ৰচনা লিখা । 
(What is Marxim ? Write an essay on Marxism.) 
Answer:
২। মার্ক্সবাদ কি ? মার্ক্সবাদৰ বৈশিষ্ট্যবােৰ লিখা । 
(What is Marxim ? Explain the characteristics of Marxism.) 
Answer:

৩। ‘মার্ক্সবাদ হৈছে মাক্সৰ ধ্যান-ধাৰণা আৰু শিকণসমূহ’– এই উক্তিৰ তাৎপর্য ব্যাখ্যা কৰা । 
("Marxism is the views and teachings of Marx. "Explain the significance of the statement.) 
Answer:

৪। মার্ক্সৰ দ্বন্দ্বমূলক বস্তুবাদৰ বিষয়ে ব্যাখ্যা কৰা আৰু পৰীক্ষা কৰা । (Explain and examine dialectical materialism of Marxism.) 
Answer:

৫। দ্বন্দ্বমূলক পদ্ধতি কি ? মার্ক্সীয় দ্বন্দ্বমূলক বস্তুবাদৰ বিভিন্ন নীতিৰ বিষয়ে আলােচনা কৰা । 
(What is dialectical Method ? Discuss critically the different laws of Marxian Dialectical Materialism.) 
Answer:

৬। দ্বন্দ্বমূলক বস্তুবাদৰ নীতিসমূহ কি কি ? মার্ক্সৰ দ্বন্দ্বমূলক বস্তুবাদৰ ধাৰণাৰ সহায়ত আলােচনা কৰা । 
(What are the laws of Dialectical materialism ? Explain with reference to dialectical materialism of Marx.)
Answer:

৭ | বিচ্ছিন্নতা কি ? মার্ক্সৰ বিচ্ছিন্নতা সম্পর্কীয় তত্ত্ব আলােচনা কৰা । 
(What is alienation ? Critically discuss Marxian theory of alienation.) 
Answer:

৮। বিচ্ছিন্নতাৰ সংজ্ঞা দিয়া । চাৰি প্ৰকাৰৰ বিচ্ছিন্নতা কি ? এইবােৰ আলােচনা কৰা । 
(Define alienation. What are the four types of alienation ? Explain them fully.) 
Answer:

৯। বিচ্ছিন্নতা কি ? মার্ক্সৰ মতে বিচ্ছিন্নতাৰ কাৰণবােৰ কি কি ? 
(What alienation ? What are the causes of alienation accord ing to Marx ?) 
Answer:

১০। শ্ৰেণী সম্বন্ধে মার্ক্সৰ সূত্ৰটো কি ? শ্রেণী সম্পর্কে মার্ক্সৰ ধাৰণা ব্যাখ্যা কৰা আৰু পৰীক্ষা কৰা । 
(What is marxian definition of class ? Explain and examine the Marxian concept of class.) 
Answer:

১১। শ্রেণী কি ? কেনেকৈ শ্রেণীসমূহৰ উৎপত্তি হৈছে ? আলােচনা কৰা। (What is class ? How classes are originated ? Discuss.) 
Answer:

১২। পুঁজিবাদী সমাজত কিমান প্রকাৰৰ শ্ৰেণী আছে ? সেইবােৰ ব্যাখ্যা কৰা । 
(How many classes are there in capitalist society ? Explain them.) 
Answer:

১৩। শ্রেণী-সংগ্রাম সম্পর্কীয় মার্ক্সৰ তত্ত্বৰ বিষয়ে আলােচনা কৰা । 
(Critically discuss the Marxian theory of class-struggle.) 
Answer:

১৪। শ্রেণী সংগ্ৰামৰ তত্ত্ব বুলিলে তুমি কি বুজা ? শ্রেণী - সংগ্ৰামৰ প্ৰকাৰসমূহ কি কি ? 
(What do you mean by the theory of class-struggle ? What are the various types of class-struggle ?) 
Answer:

১৫। মাক্সৰ শ্ৰেণীসংগ্ৰামৰ বিভিন্ন প্রকাৰসমূহ আলােচনা কৰা । (Explain the different kinds of class-struggle of Marx.)  
Answer:

Type: Hirak Jyoti Bora.


*******