Brian Lara
Brian Lara

Brian Lara: ব্ৰায়ান লাৰাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ২ মে তাৰিখে। তেখেতৰ সম্পূৰ্ণ নাম হ'ল- ব্ৰায়ান চাৰ্লছ লাৰা। সৰু কালৰ পৰাই তেকেতৰ ক্ৰিকেটৰ প্ৰতি ধাুতি আছিল। ছয় বছৰ বয়সত তেওঁক স্থানীয় হাৰ্ভাৰ্ড কোচিং ক্লিনিকত নামভৰ্তি কৰিছিল। ফলস্বৰূপে, লাৰাই সঠিক বেটিং কৌশলত অতি প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। চৈধ্য বছৰ বয়সত, তেওঁ ফাতিমা কলেজলৈ যায় য'ত তেওঁ ক্ৰিকেট প্ৰশিক্ষক হেৰী ৰামদাসৰ অধীনত এজন প্ৰতিশ্ৰুতিশীল যুৱ খেলুৱৈ হিচাপে বিকাশ আৰম্ভ কৰে। ২০০৪ চনত এণ্টিগুয়াত ইংলেণ্ডৰ বিৰুদ্ধে ৪০০ নট আউট ৰাণ কৰাৰ পিছত লাৰাই টেষ্ট ইনিংছত সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ অভিলেখও দখল কৰিছিল।১৯৯৯ চনত বাৰ্বাডোছৰ ব্ৰিজটাউনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৫৩ নট আউটৰ আৰাৰ মেচ বিজয়ী প্ৰদৰ্শনক ৱিজডেনে টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ দ্বিতীয় শ্ৰেষ্ঠ বেটিং প্ৰদৰ্শন হিচাপে গণ্য কৰিছে, ব্ৰায়ান লাৰাক জনপ্ৰিয়ভাৱে "দ্য প্ৰিন্স অৱ পোৰ্ট অফ স্পেইন" বা কেৱল "দ্য প্ৰিন্স" বুলি অভিহিত কৰা হয়। তেখেতে West Indies ক্ৰিকেট টিমৰ হৈ ক্ৰিকেট খেলিছিল। তেওঁ এজন অভিজ্ঞ খেলুৱৈ আছিল। 

Playing West Indies League
Playing West Indies League


            TYPE
HIROK JYOTI BORA.