Name

    Height

Place

Kangchenjunga (কাঞ্চনজংঘা)

8586 m

Sikkim (ছিকিম)

Trisul (ত্ৰিশূল)

7120 m

Uttarakhand (উত্তৰাখণ্ড)

Rimo (ৰিমো)

 7385 m

Ladakh (লাডাখ)

Nanda devi (নন্দা দেৱী)

7816 m

Uttarakhand (উত্তৰাখণ্ড)

Kamet  (কামেট)

7756 m

Uttarakhand (উত্তৰাখণ্ড)

Hardeol (হাৰ্ডিওল)

7151 m

Uttarakhand (উত্তৰাখণ্ড)

K2 (Godwin-Austen) (K2 গডউইন-অষ্টেন)

8611 m

Kashmir (কাশ্মীৰ)

Chaukamba (চাউকাম্বা)

7138 m

Uttarakhand (উত্তৰাখণ্ড)

Mamostrong Kangri (মামোষ্ট্ৰং কাংৰি)

7516 m

Ladakh (লাডাখ)

Saser Kangri

(চেচাৰ কাংৰি)

 7672 m

Ladakh (লাডাখ)

 

এই পৰ্বত সমূহৰ বিষয়ে কিছু তথ্য়ঃ


Kangchenjunga (কাঞ্চনজংঘা):

Kangchenjunga Hills

কাঞ্চনজংঘা হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ পৰ্বত। ইয়াৰ মুঠ উচ্চতা হৈছে ৮৫৮৬ মি. । ই নেপাল আৰু ভাৰতৰ সীমাত অৱস্থিত অৰ্থাৎ ছিকিমত। 

Trisul (ত্ৰিশূল):

Trisul Mountain

ত্ৰিছুল হৈছে পশ্চিম কুমাউনৰ তিনিটা হিমালয় পৰ্বত শৃংগৰ এটা গোট। ইয়াৰ উচ্চতা হৈছে ৭১২০ মি. । ই উত্তৰাখণ্ডত অৱস্থিত। ই উত্তৰাখণ্ড সকলোতকৈ উচ্চ শূংগ।

Rimo (ৰিমো):

Rimo Mountain

ই চিয়াচেন হিমবাহৰ নাকৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত আৰু ই পৃথিৱীৰ ৭১ তম সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা হৈছে ৭৩৮৫ মি. । ই জন্মু আৰু কাশ্মীৰ (লাডাখ)ত অৱস্থিত।

Nanda devi (নন্দা দেৱী):

Nanda devi Mountain

নন্দা দেৱী হৈছে বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা। ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত থকা পৰ্বত। ইয়াৰ উচ্চতা মুঠ হৈছে ৭৮১৬ মি.। ইয়াৰ অৱস্থান হৈছে উত্তৰাখণ্ড। 


Kamet (কামেট):

Kamet Mountain

কামেট হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলৰ দ্বিতীয় ডাঙৰ পৰ্বত। ইয়াৰ মুঠ উচ্চতা হৈছে ৭৭৫৬ মি. । ই উত্তৰাখণ্ডত অৱস্থিত। ই ভাৰতৰ ভিৰতৰ সৰ্বোচ্চ পৰ্বতৰ ভিতৰত স্থান দখল কৰিছে।

Hardeol (হাৰ্ডিওল):

Hardeol Mountain ৰ সূৰ্য উদয় হোৱা দৃশ্য়

'ঈশ্বৰৰ মন্দিৰ' নামেৰে ও বিখ্যাত হাৰ্ডিঅ'ল শৃংগ হৈছে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ মিলাম উপত্যকাৰ উত্তৰ প্ৰান্তত অৱস্থিত এক শৃংগ। ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰৰ পৃষ্ঠৰ পৰা ৭১৫১ মি। ই উত্তৰাখণ্ডত অৱস্থিত। চাৰিওফালৰ সুন্দৰ শৃংগবোৰ ইয়াৰ শীৰ্ষৰ অন্যতম আকৰ্ষণ, ইয়াৰ উত্তৰদিশে ত্ৰিশুলী, দক্ষিণ ফালটো ঋষি পাহাৰৰ দখলত আছে আৰু উত্তৰ-দক্ষিণ ৰিজটো অৱশেষত নন্দা দেৱী পূৱলৈ যায়।

K2 (Godwin-Austen):

K2 (Godwin-Austen) Mountain

কে2, চীনা কোগিৰ ফেং, যাক মাউণ্ট গডউইন অষ্টেন বুলিও কোৱা হয়, যাক স্থানীয়ভাৱে ডাপচাং বা চোগোৰী বুলি কোৱা হয়, যি হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। ইয়াৰ মুঠ উচ্চতা হৈছে ৮৬১১ মি। ই কাশ্মীৰত অৱস্থিত।

Chaukamba (চাউকাম্বা):

Chaukamba Mountain

চাউকাম্বা পৰ্বত হৈছে ভাৰতৰ এটা ডাঙৰ পৰ্বত। ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰৰ পৃষ্ঠৰ পৰা ৭১৩৮ মি। ই উত্তৰাখণ্ডত অৱস্থিত।

Mamostrong Kangri:

Mamostrong Kangri

মামোষ্টং কাংৰি বা মামোস্তাং কাংৰি হৈছে চীনৰ সীমাৰ ওচৰৰ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰাকোৰাম ৰেঞ্জৰ উপপৰিসৰ দূৰৱৰ্তী ৰিমো মুজতাঘৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰৰ পৃষ্ঠ পৰা ৭৫১৬ মি। ই লাডাখত অৱস্থিত।

Saser Kangri:

Saser Kangri
Saser Kangri পৰ্বত হৈছে ভাৰতৰ উচ্চ পৰ্বতৰ ভিতৰ স্থান দখল কৰিছে। ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰৰ পৃষ্ঠৰ পৰা ৭৬৭২ মি। ই লাডাখত অৱস্থিত।

Edit
Hirak Jyoti Bora.