All Chapter Question Answer 

অনুশীলন (Exercise)

ক। চমুকৈ উত্তৰ দিয়া :

১। পাইকান মাটি বা ফিফ বুলিলে কি বুজা? 

Answer :


২। ফিউদাম (Feudum) কি?

Answer :


৩। জমিদাৰী বা খাতৰ গৰাকীজনক কি বোলে?

Answer :


৪। আধুনিক যুগৰ আৰম্ভণি কেতিয়া হৈছিল?

Answer :


৫। কলম্বাচে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল?

Answer :


৬। ভাৰত আৱিষ্কাৰ কৰা পৰ্টুগীজ নাৱিকজন কোন? 

Answer :


৭। মধ্য যুগৰ ইউৰোপৰ শিক্ষিত সমাজৰ ভাষা কি আছিল?

Answer :


৮। ইউৰোপৰ এজন মানৱতাবাদী পুৰুষ কোন?

Answer :


৯। ১৬ শতিকাৰ ইউৰোপৰ শ্ৰেষ্ঠ মানৱতাবাদী পুৰুষ কোন আছিল? 

Answer :


১০। পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ বুলি কোনজন বিজ্ঞানীয়ে কৈছিল?

Answer :


১১। দূৰবীণ কোনে আৱিষ্কাৰ কৰিছিল?

Answer :


১২। ফ্রান্সিচ বেকন কিয় বিখ্যাত? ১৩। কনষ্টান্টিনোপলৰ পতন কেতিয়া হৈছিল?

Answer :


১৪। আধুনিক যুগৰ আৰম্ভণিতে কোনখন দেশক নতুন বিশ্ব বুলি কোৱা হৈছিল?

Answer :


১৫। প্ৰাচ্যৰ এখন গুৰুত্বপূৰ্ণ চহৰৰ নাম লিখা।

Answer :


১৬। নতুন বিশ্বৰ আৱিষ্কাৰক কোন?

Answer :


১৭। নৱজাগৰণ বা রেঁনেচা কি?

Answer :


১৮। জেৰুজালেম কোন ধৰ্মৰ পবিত্ৰ স্থান?

Answer :


১৯। খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰস্থল কি আছিল?

Answer :


২০। রেঁনেচা সম্ৰাট (Renaissance Monarch) বুলি কাক কোৱা হয়?

Answer :


২১। ইউটোপিয়া’ গ্ৰন্থৰ ৰচক কোন আছিল?

Answer :


২২। নৱজাগৰণ প্ৰথমে ক'ত আৰম্ভ হৈছিল?

Answer :


২৩। শিল্পকলা আৰু চিত্ৰকলাত রেঁনেচাৰ সৃষ্টি কৰা দুজন লোকৰ নাম কি? 

Answer :


২৪। 'ভার্জিন অৱ দি ৰকচ্ (Virgin of the Rocks) চিত্ৰকলাখন কাৰ অৱদান আছিল?

Answer :


২৫। 'রেঁনেচা মানৱ' বুলি কাক কোৱা হয়?

Answer :


২৬। মানৱতাবাদৰ উৎপত্তিৰ জনক বুলি কাক কোৱা হয়? ২৭। ‘মনালিছা’ৰ চিত্ৰকৰ কোন?

Answer :


২৮। সংস্কাৰ আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল?

Answer :


২৯। ক্ষমাপত্র (Indulgense) কি?

Answer :


৩০। গীৰ্জাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ কৰা প্ৰথম মানুহজন কোন আছিল? ৩১। পোপৰ ক্ষমাপত্ৰৰ বিৰুদ্ধে কোনে ৯৫ টা যুক্তি আগবঢ়াইছিল?

Answer :


৩২। ইংলেণ্ডত কোনে প্রথমে গীৰ্জানুষ্ঠানৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰিছিল? ৩৩। ইংলেণ্ডৰ কোনগৰাকী ৰাণীয়ে প্ৰটেষ্টাণ্টৰ ওপৰত নাৰৰ্কীয় অত্যাচাৰ কৰিছিল?

Answer :


৩৪। মধ্য যুগত ইউৰোপৰ ৰজাবোৰে কি পদ্ধতিৰে ৰাজ্য শাসন কৰিছিল? ৩৫। ওৱাটাৰলু যুদ্ধত পৰাজয় হোৱাৰ পিছত নেপোলিয়নক ক’ত নির্বাসন দিয়া হৈছিল?

Answer :


৩৬। ‘জোলভেৰিণ’ কি?

Answer :


৩৭। ফ্ৰান্সৰ বিলাসী ৰাণী কোন?

Answer :


৩৮। কোনে জার্মান ভাষাক ৰাজ্য ভাষা কৰিছিল?

Answer :


৩৯। ‘কমিউন’ (Commune) কি?

Answer :


৪০। পুৰণি শাসনতন্ত্ৰৰ কেতিয়া অৱসান ঘটিছিল?

Answer :


৪১। নেচনেল এচেম্বলি (জাতীয় সভা) ৰ প্ৰধান উদ্দেশ্য কি আছিল?

Answer :


৪২। ফ্রান্সত কেতিয়া সীমিত ৰাজতন্ত্র প্রতিষ্ঠা হৈছিল?

Answer :


৪৩। মধ্যম শ্ৰেণীৰ মীৰাবো বুলি কাক জনা যায়?

Answer :


৪৪। ‘থার্টি ভইচেচ’ (Thirty Voices) কি আছিল? 

Answer :


৪৫। ফ্রান্সত কোনটো বছৰক ‘গণতন্ত্ৰ বছৰ' বুলি কোৱা হৈছিল? 

Answer :


৪৬। ইউৰোপত পোন প্ৰথমবাৰৰ বাবে কোনে জোখ-মাখৰ বাবে মেট্রিক পদ্ধতি  (Metric System) প্ৰৱৰ্তন কৰিছিল?

Answer :


৪৭। ফৰাচী গণতন্ত্ৰৰ প্ৰথম 'কনচুল' (Consul) কোন আছিল?

Answer :


৪৮। কোনে নিজকে বিপ্লৱৰ পুত্ৰ বুলি কৈছিল?

Answer :


৪৯। ইউৰোপৰ কোন নগৰক ‘আনন্দ নগৰী' বুলি কোৱা হৈছিল?

Answer :


৫০। ভিয়েনা কংগ্ৰেছত ফ্ৰান্সৰ প্রতিনিধি কোন আছিল?

Answer :


খ। চমুটোকা লিখাঃ

১। মেনৰিয়েল প্রথা (জমিদাৰী প্ৰথা) কি লিখা।

Answer :


২। সামন্তবাদৰ পতনৰ কাৰণ কি আছিল? ৩। নৱজাগৰণ আৰু ইটালী।

Answer :


৪। নৱজাগৰণত ইটালীৰ শিল্পকলা আৰু চিত্ৰকলাৰ অৱদান।

Answer :


৫। নৱজাগৰণত ইংলেণ্ডৰ অৱদান। ৬। ভৌগোলিক আৱিষ্কাৰত নৱজাগৰণৰ প্ৰভাৱ।

Answer :


৭। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল?

Answer :


৮। আফ্রিকাত উপনিৱেশ স্থাপন কৰা দেশবোৰ কি আছিল?

Answer :


৯। চিত্রকলাত নৱজাগৰণৰ প্ৰভাৱ।

Answer :


১০। মার্টিন লুথাৰ।

Answer :


১১। জন কেলভিন।

Answer :


১২। অষ্টম হেনৰী আৰু সংস্কাৰ আন্দোলন।

Answer :


১৩। জিংলিবাদ (Zwinglianism)।

Answer :


১৪। ১৮ শতিকাৰ ইউৰোপৰ সামাজিক অৱস্থা।

Answer :


১৫। ফৰাচী বিপ্লৱৰ প্ৰাক্‌মুহুৰ্তৰ ইউৰোপৰ অৰ্থনৈতিক অৱস্থা।

Answer :


১৬। ভল্টেয়াৰ।

Answer :


১৭। কছো।

Answer :


১৮। 'থার্ড এষ্টেট' (Third Estate) ৰ ভূমিকা।

Answer :


১৯। বেষ্টাইল (Bastile) ৰ পতন।

Answer :


২০। ৰবেচপিয়েৰ।

Answer :


২১। সীমিত গণতন্ত্ৰৰ কাৰ্য্যকলাপ।

Answer :


২২। ৰাণী এণ্টনেট

Answer :


গ। ৰচনাধৰ্মী প্রশ্ন :

১। সামন্তবাদ বুলিলে কি বুজা? সামন্তবাদৰ ইতিহাসৰ চমু বৰ্ণনা দিয়া। 

Answer :


২। আধুনিক যুগৰ প্ৰধান বৈশিষ্ট্যবোৰ কি আছিল?

Answer :


৩। নৱজাগৰণৰ প্ৰধান বৈশিষ্ট্যবোৰ কি আছিল বৰ্ণনা কৰা।

Answer :


৪। ১৫ আৰু ১৬ শতিকাৰ ভৌগোলিক আৱিষ্কাৰৰ গুৰুত্ব আলোচনা কৰা।

Answer :


৫। ইউৰোপত নৱজাগৰণৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

Answer :


৬। ইউৰোপত সংস্কাৰ আন্দোলনৰ কাৰণবোৰ কি আছিল আলোচনা কৰা।

Answer :


৭। ইউৰোপৰ প্ৰটেষ্টাণ্ট আন্দোলনত মার্টিন লুথাৰৰ বৰঙণি কি আছিল?

Answer :


৮। আগাৰ্গৰ সন্ধিৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা।

Answer :


৯। কেলভিনবাদৰ ইতিহাস আলোচনা কৰা। ইয়াৰ ফলাফল কি আছিল? ১০। প্রতি-সংস্কাৰ আন্দোলনৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা।

Answer :


১১। ত্ৰিছ বছৰীয়া কাৰণ আৰু পৰিণাম বৰ্ণনা কৰা।

Answer :


১২। ওৱেক্টফ 'লিয়া সন্ধিৰ গুৰুত্ব ব্যাখ্যা কৰা।

Answer :


১৩। ফৰাচী বিপ্লৱৰ প্ৰকমুহূৰ্তৰ ইউৰোপৰ ৰাজনৈতিক অৱস্থাৰ বৰ্ণনা দিয়া।

Answer :


১৪। ফ্রান্সত অতীত ৰাজতন্ত্ৰৰ সংকটৰ বিষয়ে আলোচনা কৰা।

Answer :


১৫। ফৰাচী বিপ্লৱৰ কাৰণবোৰ বৰ্ণনা কৰা।

Answer :


১৬। বৌদ্ধিক জাগৰণে কেনেদৰে ফৰাচী বিপ্লৱত অৰিহণা যোগাইছিল?

Answer :


১৭। ফৰাচী বিপ্লৱত সামাজিক শ্ৰেণীটোৰ ভূমিকা আলোচনা কৰা। ৰ কাৰ্য্যাৱলী বর্ণনা কৰা।

Answer :


১৮। ফ্রান্সত জাতীয় সভা (নেচনেল এচেম্বলি) ১৯। অষ্ট্ৰো-ফ্রান্স যুদ্ধৰ কাৰণ কি আছিল?

Answer :


২০। সন্ত্ৰাসৰ ৰাজত্ব বুলিলে কি বুজা? ফ্ৰান্সত ইয়াৰ পৰিণাম কি আছিল?

Answer :


২১। ফ্রান্সত গণতন্ত্র কেনেদৰে সামৰিক একনায়ত্বলৈ পৰিৱৰ্তন হৈছিল বর্ণনা কৰা।

Answer :


২২। নেপোলিয়ন বোনাপার্টে কেনেকৈ ফ্ৰান্সত একনায়কত পৰিণত হৈছিল। বৰ্ণনা কৰা।

Answer :


২৩। একনায়ক হিচাপে ফ্রান্সত নেপোলিয়ন বোনপাৰ্টৰ কাৰ্য্যাৱলী আলোচনা কৰা।

Answer :


২৪। মহাদেশীয় পদ্ধতি কি আছিল? ইয়াৰ উৎপত্তিৰ কাৰণ আৰু পৰিণাম কি আছিল?

Answer :


২৫। নেপোলিয়ন বোনাপাৰ্টৰ পতনৰ কাৰণবোৰ আলোচনা কৰা।

Answer :


২৬। ভিয়েনা কংগ্ৰেছৰ প্ৰধান চৰ্তবোৰ আলোচনা কৰা।

Answer :


২৭। ইউৰোপৰ সমস্যাবোৰ সমাধান কৰাত ভিয়েনা কংগ্ৰেছ কিমানদূৰ সফল হৈছিল?

Answer :


২৮। ভিয়েনা কংগ্ৰেছত ইউৰোপৰ শক্তিবোৰৰ ভূমিকা বর্ণনা কৰা।

Answer :



Type-Bharat Kalita 

Morigaon Assam 





Post ID : DABP005277