(this is a YouTube Share Link Only)

Vocal - ACHURJYA BORPATRA 
Music - DHRUV THAKURIA 
Lyrics and Composition - MRITYUNJAY  KAKATI 
Flute - BHASKAR JYOTI 
Ukulele - KISHORE KR. THAKURIA 
Mixed And Masterd - DIGANTA BORDOLOI

Lyrics:
মনে মনে আহি
দুচকুৰে খেলি
কিনো ক'লা মোক আজি...

ধীৰে ধীৰে দেখো
হৃদয়তে মোৰ
বাঢ়ে মৰম আজি.....

পাৰা যদি হোৱানা মোৰ....

সিৰে সিৰে বোৱাহি চোন....

খেলি ৰাখিছোঁ
কলিজাৰ এচুক......

নোৱাৰিলে নকৰো জোৰ....

সামৰিম সপোনবোৰ

নহবা তুমি মাথো দূৰ.....

মনে মনে আহি 
দুচকুৰে খেলি
কিনো ক'লা মোক আজি...

ধীৰে ধীৰে দেখো
হৃদয়তে মোৰ
বাঢ়ে মৰম আজি.....


কেতিয়াবা নিজানতে 
থমকি ৰওঁ

বতাহতো প্ৰণয়ৰে 
চিনাকি ঢৌ

কেতিয়াবা নিজানতে 
থমকি ৰওঁ

বতাহতো প্ৰণয়ৰে 
চিনাকি ঢৌ

সপোন দেখো অযুত 

নিথৰ গোপন বুকুত

সপোন দেখো অযুত 

নিথৰ গোপন বুকুত...

অজানিতে এটি সুৰ 
নিগৰে চোন

হৃদয়তে বাজে 
মোৰ ৰুণজুন.....ৰুণজুন....

পাৰা যদি হোৱানা মোৰ...

 
সিৰে সিৰে বোৱাহি চোন

পাৰা যদি হোৱানা মোৰ

সিৰে সিৰে বোৱাহি চোন

খেলি ৰাখিছোঁ
কলিজাৰ এচুক...


নোৱাৰিলে নকৰো জোৰ

সামৰিম সপোনবোৰ

নহবা তুমি মাথো দূৰ.....



মনে মনে আহি 
দুচকুৰে খেলি

কিনো ক'লা মোক আজি...



ধীৰে ধীৰে দেখো
হৃদয়তে মোৰ

বাঢ়ে মৰম আজি.....


Post ID : DABP002951