উত্তৰঃ ইটালীৰ ডি চুবিয়াচ আৰু ভাৰতৰ বেৰেণ।


What is Active volcanic eruption?

কেতিয়াবা বিস্ফোৰকভাৱে পৃথিৱীৰ আভ্যন্তৰিন ভাগৰ পৰা কিছুমান কাৰণত লাভা আৰু গেছ মুকলি কৰা হয় তাকে আগ্নেয়গিৰি বোলে।আৰু এই আগ্নেয়গিৰিবোৰক সক্ৰিয়, নিষ্ক্ৰিয় বা বিলুপ্ত হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। সক্ৰিয় আগ্নেয়গিৰিৰ উদ্গীৰণৰ শেহতীয়া ইতিহাস আছে; সেইবোৰ পুনৰ বিস্ফোৰিত হোৱাৰ সম্ভাৱনা আছে। সুপ্ত আগ্নেয়গিৰিবোৰ বহু দিনধৰি বিস্ফোৰিত হোৱা নাই কিন্তু ভৱিষ্যতৰ সময়ত বিস্ফোৰণ হ'ব পাৰে। ভৱিষ্যতে বিলুপ্ত আগ্নেয়গিৰি বিস্ফোৰণ হোৱাৰ সম্ভাৱনা নাই।