মৰিগাঁৱলৈ আহিবা 

মৰিগাঁৱলৈ আহিবা

মৰিগাঁৱলৈ আহিবা

Morigaonloi Ahiba: A book on Morigaon and it's people written by Diganta Kumar Bora and published by Khanin Medhi on behalf of Kasturi Prakashan. 1st Edition : July, 2018

Price: Rs. 90.00 (Ninety Only)

প্রকাশক : কস্তুৰী প্ৰকাশন

প্রথম প্রকাশ : জুলাই, ২০১৮

©/ লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

প্রচ্ছদ : সঞ্জীৱ বৰা

মূল্য : ৯০.০০ টকা

ডিটিপি : পবিত্র হালৈ

মুদ্ৰক :

কস্তুৰী প্ৰেছ

২৫, ভাস্কৰ নগৰ

গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত

গুৱাহাটী-২১

ISBN : 978-93-5105-360-6


পাতনি 


বহাগতে আহিবা আমাৰ গাঁৱলৈ

দেখুৱাম গোঁসাই উলিওৱা মেলা।

ত্রিভূবন ঘূৰিও নাপাবা তুমি

জেঠৰ বাঙিয়া মেলা।।

আহাৰত আহিবা ভূঁই ৰুবলৈ

শাওণত পথাৰ চাবা।

ভাদত দেখিবা নাম কীৰ্তনেৰে

পাতেকীবড়িৰ চোতাল ভৰা।।

আহিন মহীয়া পূজাৰ বতৰ

কি যে মজা লাগে।

কাতি-আঘোণত ৰাস চাবলৈ হিলদল ভাঙি আহে।।

পুহ মহীয়া জাৰত কঁপি পবিতৰাৰ গঁড় চাবা।

মাঘত আহিবা জোনবিললৈ

ঐতিহ্যক ফিৰাই পাবা।।

ফাগুনৰ ফাকুৱা সকলোতে হয়

আহিলে বুজি পাবা।

চ’তলৈকে বাট চাম, মায়ঙৰো যাদু দেখুৱাম

মাথো এবাৰ আহি যাবা।



কিতাপখনৰ কিছু তথ্য়ঃ