Bholanath College, Dhubri 



ভোলানাথ মহাবিদ্যালয়খন 1946 চনত স্থাপিত হৈছিল। ভোলানাথ মহাবিদ্যালয় হৈছে ভাৰতৰ পশ্চিম অসমত উচ্চ শিক্ষাৰ আটাইতকৈ পুৰণি প্ৰতিষ্ঠাবোৰৰ ভিতৰত এটা প্ৰতিষ্ঠান। বিদ্যালয়খনে এতিয়ালৈকে ৰাজ্যখনৰ বাবে বহুতো সন্মান আগবঢ়াই আনিছে।

Motto श्रद्धावान् लभते ज्ञानम्

Motto in English "One with faith gains knowledge.

Type Public Institution 

Established 1946 (76 years ago)

Principal Dr. Dhruba Chakrabortty

Administrative staff 200+ 

Location Dhubri, Assam, India 

Campus Urban, central Dhubri town

Affiliations Gauhati University 

Website bncollege.co.in 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type-Suman Kakati