অনুশীলনী-5(G)
1. তলত দিয়াবোৰ ,সাধাৰন গুণিতক লিখি লঃসাঃগু উলিওৱা
a) 4 আৰু 5
b) 8 আৰু 10
c)2,3,5
d)5,6,10
e) 8,12,16
উত্তৰঃ 
a) 4 আৰু 5
4 = 4, 8, 12, 16, 20, 24, 28, 32, 36, 40
5 = 5, 10, 15, 20, 25, 30, 35, 40
ஃ 4 আৰু 5 ৰ স: গু:  = 20, 40, ........
ஃ  ল:সা:গু:  = 20

b) 8 আৰু 10 
8  = 8, 16, 24, 32, 40, 48, 56, 64, 72, 80
10 = 10, 20, 30, 40, 50, 60, 70, 80, 
ஃ 8 আৰু  10  ৰ স: গু:  = 40, 80, .......
 ஃ  ল:সা:গু:  = 40

c) 2, 3, 5
2 = 2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 26, 28, 30, 32, 34, 36, 38, 40, 42, 44, 46, 48, 50, 52, 54, 56, 58, 60
3 = 3, 6, 9, 12, 15, 18, 21, 24, 27, 30, 33, 36, 39, 42, 45, 48, 51, 54, 57, 60, 
5 = 5, 10, 15, 20, 25, 30, 35, 40, 45, 50, 55, 60, 65, 70, 75, 80, 85, 90
ஃ  2, 3 আৰু 5 সা:গু:  =  30, 60, .........
ஃ  ஃ  ল:সা:গু:  = 30

d) 5, 6, 10
5 = 5, 10, 15, 20, 25, 30, 35, 40, 45, 50, 55, 60, 65, 70, 75, 80, 85, 90
6 = 6, 12, 18, 24, 30, 36, 42, 48, 54, 60, 66, 72, 78, 84, 90
10 = 10, 20, 30, 40, 50, 60, 70, 80, 90
ஃ  5, 6 আৰু 10 ৰ সা:গু:  = 30, 60, ......
ஃ  ল:সা:গু:  = 30

e) 8, 12, 16
8 = 8, 16, 24, 32, 40, 48, 56, 64, 72, 80, 88, 96
12 = 12, 24, 36, 48, 60, 72, 84, 96, 108, 120
16 = 16, 32, 48, 64, 80, 96, 112, 
ஃ  8, 12 আৰু 16 ৰ সা:গু:  = 48, 96, ......
ஃ  ল:সা:গু:  = 48

2. 1ৰ পৰা 80ৰ ভিতৰত 8 আৰু 12 গুণিতকবোৰ লিখা । তাৰপৰা সাধাৰণ গুণিতকবোৰ লিখি লঃসাঃগুঃ উলিওৱা। 
উত্তৰঃ 
8 = 8, 16, 24, 32, 40, 48, 56, 64, 72, 80
12 = 12, 24, 36, 48, 60, 72
ஃ  8 আৰু 12 ৰ স:গু: = 24, 72
ஃ  ল:সা: গু :   = 24

3. শুদ্ধ উত্তৰটোত বাচি উলিওৱা -

a) 4 আৰু 16ৰ লঃসাঃগু = 4, 8, 16, 64
b) 7 আৰু 7 ৰ লঃসাঃগুঃ = 1, 7, 14, 49
c) 3 আৰু 4ৰ লঃসাঃগুঃ = 3, 4, 1, 12        
d) 5,15,20ৰ লঃসাঃগু=  5, 20, 1, 60     
e) 2,6,18 ৰ লঃসাঃগুঃ উলিওৱা = 2, 6, 18, 1
উত্তৰঃ 
a) 4 আৰু 16 ৰ ল:সা:গু:  = 16
b) 7 আৰু 7 ৰ ল:সা:গু:  = 7
c) 3 আৰু 4ৰ লঃসাঃগুঃ = 12
d) 5,15,20ৰ লঃসাঃগু = 60
e) 2,6,18 ৰ লঃসাঃগুঃ = 18

4) পূৰ্ণ উৎপাদক পদ্ধতিৰে লঃসাঃগুঃ উলিওৱা-
a) 12,15   b) 32,48   c)5,6
d)6,8,10   e)36,45,60  f)66,88,99 

উত্তৰঃ 
a) 12, 15
12 = 2 X 2 X 3
15 = 3 X 5
ஃ ল:সা:গু:  = 2 X 3 = 6

b) 32, 48
32 = 2 X 2 X 2 X 2 X 2
48 = 2 X 3 X 2 X 2 X 2
ஃ ল:সা:গু:  = 2 X 2 X 2 X 2 = 16

c) 5, 6

5 = 1 X 5
6 = 2 X 3
ஃ ল:সা: গু: = 1

d) 6, 8, 10

6 = 2 X 3
8 = 2 X 2 X 2
10 = 2 X 5
ஃ ল:সা:গু:  = 2 

e) 36, 45, 60

36 = 2 X 2 X 3 X 3
45 = 3 X 3 X 5
60 = 2 X 2 X 3 X 5
ஃ ল:স: গু: = 3

e) 66, 88, 99

66 = 2 X 3 X 11
88 = 2 X 2 X 2 X 11
99 = 3 X 3 X 11
ஃ ল:সা:গু: = 11

5) চুটি হৰণ পদ্ধতিৰে লঃসাঃগুঃ উলিওৱা
a) 8,12   b)14,35  c)10,15,25
d)22,33,55,66
e) 28,42,56,70
f)12,18,24,30,36
উত্তৰঃ 
a) 8, 12







ஃ ল:সা:গু: = 3 X 4 X 5 = 60

b) 14, 35








 ল:সা:গু: = 7 X 2 X 5 = 70

c) 10, 15, 25







 ল:সা:গু: = 5 X 2 X 3 X 5 = 150

d) 22, 33, 55, 66







 ল:সা:গু: =  11 X 2 X 3 X 6 = 396

e) 28, 42, 56, 70






 ল:সা:গু: =  2 X 7 X 2 X 3 X 4 X 5 = 1680

f) 132, 18, 24, 30, 36









 ল:সা:গু: =  2 X 3 X 2 X 3 X 4 X 5 X 6 = 10080



6) দুটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যাযোৰৰ লঃসাঃগুঃ হোৱা তিনিযোৰ সংখ্যা লিখা।
উত্তৰঃ 


7) সমাধান কৰা
A)15,35 আৰু 60 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান ?
উত্তৰঃ 
5 = 5 X 3
35 = 5 X 7
60 = 5 X 3 X 2 X 2

ஃ ল:সা: গু: = 5
ஃ 15, 35 আৰু 60 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা = 5
 
b) এটা প্ৰশিক্ষন বৰ্গত 6 বা 8বা 12 জনকৈ শাৰী পাতি বহিলে সকলোৱে বহিব পাৰে। তেন্তে বৰ্গটোত 
কমপক্ষেও কিমান গৰাকী প্ৰশিক্ষাৰ্থী আছে উলিওৱা ।
উত্তৰঃ 
6 = 2 X 3
8 = 2 X 2 X 2
12 = 2 X 2 X 3

ஃ ল:সা: গু: =  2
ஃ বগটোত কম পক্ষেও 2 জনকৈ প্ৰক্ষিশাথী  আছে । 

c) 10 মিটাৰ বা 15 মিটাৰ বা 20 মিটাৰ জোথৰ সমান টুকুৰা কাটিবলৈ অতি কমেও কিমান দৈৰ্ঘ্যৰ 
ৰছীৰ প্ৰয়োজন হ’ব ?
উত্তৰঃ 
10 = 2 X 5
15 = 3 X 5
20 = 2 X 2 X 5

ஃ ল:সা: গু: =  5
ஃ 10 মিটাৰ বা 15 মিটাৰ বা 20 মিটাৰ জোখৰ 5 মিটাৰ দৈঘ্যৰ ৰছীৰ প্ৰয়োজন হব।


d) এখন দোকানত আঁৰি থোৱা তিনিটা ঘড়ীয়ে  12মিনিট , 15মিনিট  30মিনিট ব্যৱধানত
সংকেট দিয়ে। দোকানখনত প্ৰথমবাৰৰ সংকেত দিয়াৰ পিছত অতি কমেও কিমান সময়ৰ পিছত তিনিওটা  ঘড়ীয়ে একেলগে সংকেতৎ দিব ?
উত্তৰঃ 
12 =  2 X 2 X 3
15 = 3 X 5
30 = 2 X 3 X 5

ஃ ল:সা: গু: =  3
ஃ দোকানখনত প্ৰথমবাৰৰ সংকেত দিয়াৰ পিছত অতি কমেও 3 মিনিট সময়ৰ ব্যৱধানত তিনিওটা ঘৰীয়ে একেলগে সংকেত দিব ।
      
e)এখন স্কুলৰ মুঠ ছাত্ৰক 18 বা 24 বা 30 জনীয়া ভাগত সমানে ভাগ কৰিব পাৰি।  সেই স্কুলখনত কম 
পক্ষেও ছাত্ৰৰ সংখ্যা কিমান হব ?
উত্তৰঃ 
18 = 2 X 3 X 3
24 = 2 X 3 X 2 X 2
30 ;= 2 X 3 X 5

ஃ ল:সা: গু: =  2 X 3 = 6