অধ্যায়-7

ত্ৰিভূজৰ সবাংগসমতা

অনুশীলনী : 7.1


1)চিত্ৰত ত্ৰিভূজৰ যোৰসমূহৰ জোখবোৰ দিয়া আছে।দেখুওৱা যে ত্ৰিভূজৰ যোৰবোৰ সৰ্বাংগসম।সৰ্বাংগসমতাৰ চৰ্ত উল্লেখ কৰা।

(a)   



Soln→

দিয়া আছে,

ABC আৰু PRQ দুটা সমকোণী ত্ৰিভূজ।


(b)  


Soln→ দিয়া আছে,

ABC আৰু PQRৰ দুটা ত্ৰিভূজ।



(C) 



Soln→ দিয়া আছে,

ABC আৰু ABD দুটা সমকোণী ত্ৰিভূজ।



(D)

Soln→

দিয়া আছে,

ABC আৰু ABD দুটা সমকোণী ত্ৰিভূজ।



(E)



Soln→

দিয়া আছে,

ABD আৰু ACD দুটা ত্ৰিভূজ।




(F)



Soln→

দিয়া আছে,

ABC আৰু TSU দুটা ত্ৰিভূজ।




(G)


Soln→

দিয়া আছে,

ACO আৰু BDO দুটা ত্ৰিভূজ।


কোণ কোণ বাহু (AAS) সৰ্বাংগসমতাৰ চৰ্তমতে ত্ৰিভূজবোৰ সৰ্বাংগসম।


(H)





Soln→ দিয়া আছে,

ABC আৰু PQR দুটা ত্ৰিভূজ।






Soln→দিয়া আছে,

ADC আৰু CBA দুটা ত্ৰিভূজ।





Soln→

 দিয়া আছে,

PRQ আৰু PSQ দুটা সমকোণী ত্ৰিভূজ।





Soln→

দিয়া আছে,

ABC সমদ্বিবাহু ত্ৰিভূজৰ AD মধ্যমা।

∴BD=DC

প্ৰমাণ: ABD আৰু ACD ত্ৰিভূজ দুটাৰ পৰা পাওঁ→







(i)△ADB আৰু △ADC ৰ তিনিটা সমান অংশ লিখা?

(ii)△ABD≅△ADC হয়নে? কাৰণ দৰ্শোৱা?

(iii)∠B=∠C হবনে?


Soln→ 

দিয়া আছে,

ABC সমদ্বিবাহু ত্ৰিভূজ।


(i)△ADB আৰু△ADCৰ তিনিটা সমান অংশ হব-

AB=AC

AD=AD [সাধাৰণ বাহু]


(ii)△ABD≅△ACD হয়।

 

∴ সমকোণ অতিভূজ বাহু চৰ্তমতে △ABD আৰু △ACD সবাংগসম হয়।

(iii)∠B=∠C হয়।

We know that, সবাংগসম ত্ৰিভূজৰ অংশ সমান হয়।

(iv)BD=CD হব।

যিহেতু ABC সমদ্বিবাহু ত্ৰিভূজৰ AD⊥BC.

আৰু সবাংগসম ত্ৰিভূজৰ অনুৰূপ অংশ।







Soln→ 



 দিয়া আছে,



উক্ত ত্ৰিভূজ দুটা সবাংৰ্গসম হোৱাৰ ক্ষেএত বাহু কোনো চৰ্ত পোৱা নগল। গতিকে কোণ-বাহু-কোণ সবাংৰ্গসমতাৰ চৰ্ত অনুযায়ী ত্ৰিভূজ দুটা সবাংৰ্গসম নহয়।



7)AD ̅ য়ে ∠Aক সমদ্বিখণ্ডিত কৰে। আৰু △ABCৰ AB=AC।প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান।


Soln→

দিয়া আছে,

ABC ত্ৰিভূজৰ, ADয়ে ∠Aক সমদ্বিখণ্ডিত কৰে। আৰু 

        AB=AC।

প্ৰমাণ কৰিব লাগে যে ∠B=∠C

প্ৰমাণ: ABD আৰু ACD ত্ৰিভূজৰ পৰা-

    AB=AC [দিয়া আছে]

    ∠BAD=∠CAD;[ADয়ে ∠ক সমদ্বিখণ্ডিত কৰে]

    AD=AD [সাধাৰণ বাহু]

∴△ABD≅△ACD; বাহু-কোণ-বাহু চৰ্তমতে।

∴∠B=∠C;  সৰ্বাংগসম ত্ৰিভূজৰ অনুৰূপ অংশ।




8)△ABCৰ  ∠B=∠C,BL আৰু CM ক্ৰমে ∠B আৰু ∠Cৰ সমদ্বিখণ্ডক। 




Soln→

দিয়া আছে ,


প্ৰমাণ:  দিয়া আছে,

            ∠B= ∠C





9)△ABCৰ  ভূমি BC ̅  ৰ মধ্যবিন্দু M বাকী দুটা বাহুৰ পৰা সমদূৰৱৰ্তী। দেখুওৱা যে ত্ৰিভূজ ABC সমদ্বিবাহু।


Soln→

দিয়া আছে,

ABC ত্ৰিভূজৰ BC ভূমিৰ M মধ্যবিন্দু বাকী দুটা বাহুৰ পৰা সমদূৰৱৰ্তী। দেখুওৱাব লাগে যে, ABC ত্ৰিভূজটো সমদ্বিবাহু।

প্ৰমাণ: △FBM  আৰু △DMC ৰ পৰা,









Soln→  






11)চিত্ৰত △ABCৰ BD আৰু CF দুডাল উন্নতি যাতে BD=CE,

(i)△CBD আৰু △BCEৰ সমান তিনিটা অংশ লিখা?

(ii)△CBD≅△BCE হবনে?

(iii)∠DCB= ∠EBC হবনে?

    যদি নহয় কিয়?


Soln→  

দিয়া আছে,

∴△ABCৰ BD আৰু CF উন্নতি

আৰু BD=CE

(i)△CBD আৰু △BCEৰ সমান অংশ তিনিটা হব-

BD=CE [দিয়া আছে]

        ∠BDC=∠CEB (=900) [∵BD আৰু CE উন্নতি]

আৰু BC=BC [সাধাৰণ বাহু]

(ii)দিয়া আছে,

BD=CE

        BC=BC [সাধাৰণ বাহু]

RHS সৰ্বাংগসমতাৰ চৰ্তমতে △CBD≅△BCE


(iii)∠DCB=∠EBC নহব।

∴ যিহেতু ত্ৰিভূজদুটাৰ আটাইকেইটাই বাহু আৰু কোণ সমান নহয়।





Soln→

 দিয়া আছে,

ABC আৰু CDA ত্ৰিভূজ দুটাৰ 




Type - Pompi Hazarika