প্ৰশ্নঃ 'চামুৰাই' মানে কি ?

উত্তৰঃ চামুৰাই হ'ল কপিলীপাৰত বাস কৰা এগৰাকী মাতৃভূমিৰ প্ৰতি প্ৰাণ উছৰ্গা কৰিব পৰা অখ্যাত সৈনিক, যাৰ উপৰিপুৰুষ মৰাণ সেনাক খেদি পুনৰ আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ সৈতে সুদূৰ বিপাশা নদীৰ পাৰৰ পৰা অসমলৈ আহিছিল আৰু অসমকে মাতৃভূমি হিচাপে আকোঁৱালি লৈ কপিলীৰ পাৰত স্থায়ীভাৱে থাকি গ'ল।